পৃষ্ঠা:হেমকোষ.pdf/৫৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিঝিঘিনিয়ে। নিৰ্মালি নিৰ্লিঘিনিয়ে, ক্ৰি. বি. কুশলে, আপদত বা সঙ্কটত নপৰাকৈ; যেনে, নিৰ্ধিঘিনিয়ে ঘৰ পালে গৈ, sately, without ac- cident or misfortune. নিৰ্বিঘ্ন, বি. (সং. নিৱিনিৰ, নথকা + বিঘ্ন, বাধা) বাধা নথকা; নিৰাপদ, 571195 Atay, unobstructed, safe. নিৰ্বিবাদ, বি. (সং, নিৰ্থিৱাদ-নিৰ, নাই + ভিৱাদ, বিৰোধ, দল বিবাদশান্ত, নিৰ্বিৰোধ, বিবাদ নথকা, undisputect, নিৰ্বিবাদে, ক্ৰি. বি. বিবাদ বা বাধা নো- citatif, undisputelly. নিৰ্বিৰোধ, বি. (সং. নিৰ্পিৰোধ -নিৰ, নাই + বিৰোধ, বিবাদ) বিবাদশূন্য, নিৰ্বিবাদ, andisputed. নিৰ্বিবোধে, ক্ৰি, বি. {সং. নিৰিোধ, বিবাদ নথকা) বিবাদ নোহোৱাকৈ, FICACH, without dispute, in peace. নিৰ্বিহ, স. শ. (সং. নিবিষ, বিহনোহোৰা) এবিধ দৰবত দিয়া গুটি, a kind of fruit used in melicine. নিৰ্বুদ্ধি, বি. (সং. নিৰ্বুদ্ধি—নি, নাই+ বুদ্ধি, বুজিব পৰা শক্তি) বুদ্ধি নথকা, আজলা, বুজিব পৰা শক্তিহীন, silly, foolish, dull. নিবৈৰী, বি.(সং.নিৱৈৰী--নি, মাই+ৱৈৰী, 7) sep 279F\, baving no enemy. নিৰ্বোধু, বি. (সং. নিৰ্বোধ—নি, নাই + বোধ, জন) অজ্ঞান, জ্ঞান নথকা,

  1. y, gaf, ignorant, unwise.

নিৰ্বোধ, গু. শ. (সৎ) বোধশত অৱস্থা, বোধ বা জনৰ অভাৱ, silliness, নিৰ্ভয়, বি. (সং. নিভয়--নিৰ, নাই+ ভয়, বিপদৰ আশঙ্কা) ভয় নথকা, সাহিয়াল, fearless, undlaunted. 7. 19 অভাব, সাহস, আশ্ৰয় দিবৰ প্ৰতি; যেনে, মানৰ ৰজাই বৰ ফুকনক নিৰ্ভয় frica, absence or removal of fear, protection promised. নিৰ্ভয়, গু. শ. (স.) ভয়হীনতা, সাহস, courage. 34 নিভৰ, স. শ. (সং. নিৰ্ভৰ-নিৰু উপস, + , পপাহ) আশ্ৰয়; যেনে, আমাৰ জীৱনে আহাৰত বা আহাৰৰ ওপৰত নিৰ্ভৰ কৰে; ভাৰসা; যেনে, মোৰ আপোনাতে নিৰ্ভৰ; বিশ্বাস; যেনে, মিছলীয়া মানুহৰ কথাত নিৰ্ভৰ কৰিব catarfe, dependence, reliance, belief. নিৰ্ভুল, বি. (বৎ নিৰ, নাই + ভুল, এম) ভ্ৰম নখকা, অশুদ্ধ নথকা, free from error or mistake, correct. নিৰ্ভুলৰূপে, ক্ৰি. বি. ভ্ৰম নোহোৱাকৈ, শুদ্ধৰূপে, orfectly. নিৰ্ম্ম, স, ধ. (সং. নিৰ্মাণ, সজা) সাঞ্জ, গঢ়, সুজ; যেনে, বিধাই শুষ্টি নিশ্মিলে, to construct, to form, to create, নিৰ্মষা, বি. (সং. নিৰ্মনুষ্যনি, নথকা + মনুষ্য, মানুহ। মানুহ নথকা, জনশূনা, lonely, solitary. নিৰ্ম্মমতা, ও. শ. {সং. নিৰ্ম্মম-নিৰু, নাই + মম, চেনেহ ) মমতাশূণ্ঠতা, চেনেহ নথকা গুণ বা অৱ; যেনে, লৰাই বাপেক মাকলৈ নিৰ্ম্মমতা দেখা COTT, want of affection or attach- ment, disregard. নিমিয়া, “নিমৰমিয়া” চোৱা। নিৰ্মল, বি. (সং. নিৰ্ম্মল--মি, নাই+মল, মলি ) মলি নথকা, নিকা, pure, clean. নিৰ্ম্মল, গু. শ. (স.) নিৰ্ম্মল গু, মলি নথকা অৱস্থা, cleanliness, নিৰ্মাণ, কদ, স. (সং, নিৰ্মাণ-নিৰ, উপস, +মা, জোখ ল) গঢ়া বা সজা কাৰ্য্য, প্ৰস্তুত কৰণ, manufacture, produe. tion, construction. নিৰ্মায়, বি. (সং. নিশ্বায়া-নিৰ, নথকা +মায়া, প্ৰান্তি, মিছা সঁচা জন) মায়া নম্বকা, সংসাৰৰ ভ্ৰমৰ পৰা মুক্ত, free from worldly illusions. নিৰ্যালি, স, শ, (সূ নিৰ্মাল্য, দেৱতাৰ উচ্ছিষ্ট) দেৱতাক দিয়া ফুল বা মালা, তাক কুশলৰ অৰ্থে মূৰক্ত লোৱা যায়, আৰু গুৰু আৰু বামুণেও আশীৰ্বাদ