পৃষ্ঠা:হেমকোষ.pdf/৫৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিৰ্দোষী নিৰ্বিধিনি নিৰ্দোষী, বি. (সং. নিৰ্দোষ শব্দৰ অপভ্ৰংশ। দোষ নকৰা, নিজগৰীয়া, innocent, faultless, 2, শ, দোষ নকৰা মানুহ; যেনে, নিৰ্দোষীৰ ভয় নাই, an innocent person. নিৰ্ধ, বি. (সং. নিধন--নিৰ, নাই+ ধন, সম্পত্তি) দৰিদ্ৰ, দুখীয়া, ধন নথকা, ?oor, incligent. স. শ. দুখীয়া মানুহ, a poor person, নিধনী, বি. ধন নথকা, দুখীয়া, দৰিদ্ৰ, kor, indigent. স. শ. বন নথকা মানুহ, দৰিদ্ৰ মানুহ; যেনে, ধনী আৰু নিধনীৰ কিহৰ বিবদাবিবদি, a poor man, নিৰ্ধাৰণ, কদ, স. (সং. নিৰ্দ্ধাৰণ-নি, উপস.+ ধু, ধৰ) নিশ্চয় বা স্থিৰ কৰণ; মেলত স্থিৰ কৰা কৃপা, letermination, a resolution passent at a meeting. নিবভি, কৃদ, বি. (সং.} নিশ্চিত, স্থিৰ কৰা, নিবন্ধ কৰা; যেনে, নিধাৰিত সীমা, ascertainedl, letermined, resolved. নিধাৰ্য, বি. (সং) নিশ্চয় কৰিব লগা, স্থিৰ কৰিব লগীয়া; যেনে, এই গোচৰত নিৰ্ধাৰ্য বিষয় এই, to be as(tainter1 11 determined. নিশ, বি. (সং. নিৰ্বংশ-নিৰ, নথকা + বংশ, বঙ্গহ) বংশহীন, জ্ঞাতি বা ভাগ নথকা; যেনে, অমুক নিৰ্বংশ হৈছে, একেবাৰেই উচ্ছ, বংশ লোপ হোৱা; যেনে, সূৰ্য্য বংশ নিৰ্বংশ হল, having Ik kindred, extinct as a family yeak, feeble, স, শ. বল নথকা মানুহ, a weak person. নিৰ্ব্বলী, বি. (নিৰ্বল শব্দৰ অপভ্ৰংশ ) দুৰ্বল, শক্তিহীন; ক্ষমতা নথকা, weak, fecble, towerless. স. শ. বলহীন মানুহ; যেনে, বলী নিৰ্বলীৰ কি বিবাদ? : weak or juwerless person. নিৰ্বাণ, স. শ. (সং. নিৰ্বাণ-নিৰ, উপস, ব, গতি কৰ বা বাণু, ফুই মাৰ ঈশ্বৰত লয়, মুক্তি; মুমুৱা, {জুই বা চাকি ), blown out, extinguished (as a lamp. The total emancipation of the individual sunt from matter and from the necessity of reiterated birth. (}laughton). নিৰ্বাতু, বি(সং. নিৰ্বাত---নিৰ, নথকা + বাত, বতাহ বতাহ নথক, বায়ু, চল, 1100 windy, still. নিৰ্বাসন, কৃদ, স. (সং. নিৰ্বাসন-- নিৰ, উপস,+ ৱস, বাস কৰ) বাসৰ ঠাইৰ ব| দেশৰ পৰা খেদোৱা কাৰ্য, দেশান্তৰ 40, banislıment. নিৰ্বাসিত, কদ, বি. (স.) দেশৰ পৰা দূৰ কৰা বা খেদোৱা, banislet. নিৰ্ব্বাহ, স. শ. (সং. নিৰ্বাহ--নিৰু, উপস, + ৱহ, বহন কৰ) সম্পন্ন, সম্পাদন, যেনে, কৃষ্ণু নিৰ্বাহ কৰিবা, performance. নিৰ্বাহকৃ, স, শ. (সং. নিৰ্বাহক, ঐ) সম্পাদন কৰোতা, সম্পাদক, per former, a manager. নিৰ্বিকাৰ, বি. (স” নিৰ্ধিকাৰ-নিৰ, নথকা+ ৱিকাৰ, ৰূপান্তৰ, ৰোগ। ৰূপান্তৰ নোহোৱা, সদায় একে দৰে থকা, লৰচৰ নোহোৱা; যেনে, ঈশ্বৰ নিৰ্বিকাৰ; বোগশূন্ত, নীৰোগ; যেনে, তেওঁ নিৰ্বি- 42 (stay atte, unchanged, im- inntable, free from sickness, cured. নিৰ্লিখিনি, বি. (সং. নিমি, বাধা নথকা। বিধিনি নথকা, নিৰাপদ, safe, secture from accident or misfortune. কী; OP rale. নিৰ্বন্ধ, স. শ. (সং. নিৰ্বন্ধ, যত্ন- - নি, উপস, + বধ, বা) স্থিৰকৈ বন্ধ। কথা; দুই ৰজাই মিলেৰে থাকিবৰ নিমিত্তে কৰা নিয়ম, সন্ধি; যেনে, দুই ৰাই নিৰ্বন্ধ কৰিছে; পূৰ্বৰ পৰা চলি অহা দস্তুৰ; যেনে, এই দেশৰ নিৰ্বন্ধ, an agree- ment, a treaty of race, custom, image. নিবন্ত, বি. (সং. নিৰ্বল-নিৰ, নাই+বল, শক্তি} আশকতীয়া, দুৰ্বল, শক্তি নখকা,