পৃষ্ঠা:হেমকোষ.pdf/৫৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিমজ নিয়ম নিম, বি. { অং, নি, উপ-+ মাজ, ঘঁহ)

  • 'মিহি, খহটা নোহোৱা, শীতল, snooth,

100 rongh. নিমন্ত্ৰণ, স. শ. (সং. নিমন্ত্ৰণ—নি, উপস, + মঙ্গ, আলচু ) আবাহন, আহ্বান, কোনো কাৰ্য্যৰ নিমিত্তে মাতন, in- vitation, নিমন্ত্ৰিত্ব, কদ, বি. (সং.) মত, আহূত, নিমন্ত্ৰণ পোৱা, invitel. নিমৰমিয়াল, বি. (অং. নি, নহয় + মৰমিয়ল, মৰম থকা মৰম নোহোৰা, স্নেহশূন্স, Tagat , unkind, larul-leenarteil. নিমামাও, বি.। অং. নিমত, শব্দ নথকা। কথা কবলৈ লগ নথকা, অকল; মানুহৰ মাত নথকা ( ঠাইত খাটে); যেনে, চাপৰি হাবি নিমাওমাও, silent and sulitary, lonely, lonesome. নিমাখিত, বি. ( নিৰ্ম্মসী, মঙ্গহ নথকা, ধনবস্তু মানুহৰ মহ, সি নথকা বৰ nfas, patay, poor, inligent. নিম, বি. { অং. নি, নাই + মাত, কথা, শব্দ) অবাক, মাত নথকা; মৌন, কথা নোকোৱা, নবজা,শব্দ নকৰ, F]eeelifess, habitually silent, soundless. (i নিমাতী। নিমাতী, স. শ. (তা, নিমত, ঐ) এবিধ bate, a species of bird. নিমিত্ত, স. শ. { সং. নিমিত্ত —নি, উপস, + মি, জোখৃ) কাৰণ, হেতু, a seatse. নিমিত্তে, অব্য, কাৰণে, ly reason of, for the sake of. নিমিষ, স, শ, (সং, নিমিষ---নি, উপস, + মিষ, চকু প্ৰচাৰ চকুৰ প্ৰচাৰ চকুৰ প্ৰচাৰৰ সমান কাল, tiviking of the eye, a trice, a moment. নিমীলিত, কৃদ, বি. (সং. নিমীলিত-নি, উপস. + মীল, চকু জপ। মুদ যোৱা, জোৱা (চকুত খাটে); যেনে, চক্ষু format pa, closed as the eye. নিমুৱা, বি. (অং. নি, নাই+ মুখ, বদন; মুখ নথকা) পেটৰ কথা ভাজি নোকাৱা, মানুহক অশয় নিদিয়া, নিবোকা, ২- served, not open-hearted. নিমুৱাকৈ, ক্ৰি. বি. কাৰৰ আগত নোকোৱা কৈ, মনে মনে, গোপনে, tithout dis. closing to anyoue, secretly. নিমূৰমূৰ, বি. (অং. নি, নাই+ মূৰ, শিৰ; মূৰ নথকা ঠাল-ঠেঙ্গুলি নথকা; এতেকে বন্ধু বা সহায় নথকা, loving no Moral ches, friendless, forlorn. নিমেষ, স. শ. “নিমিষ” চোৰ। নিম্ন, বি. (সং. নিম্ন-- নি, উপস. + মা, মনোযোগ ক) দ, চাপৰ, flve, lov. নিম্নত, ও, শ, { সং.) দ-৭, গভীৰতা; 81947, Jowniess, depth. নিয়, ক্ৰি. বি. {সং. নিয়ত নি, উপস. + মম, ক্ষাপ্ত কৰ) সদায়, সৰ্বদা; যেনে, নিয়ত কুশল বাঞ্ছা কৰে, alsays, নিয়তি, স. শ. (সং. নিয়তি-নি, উপস, + য়, ক্ষান্ত হ) দশা, কপাল, অদৃষ্ট, মানুহৰ পূৰ্বে নিৰূপিত অৱস্থ; যেনে, fagitp (ft affea? destiny, luck, নিয়ন্তী, কৃদ, স, “নিওঁত চোৰ। নিতী, { অং. নিওঁতাৰ নিয়তী-চৰাই, স্ত্ৰীলিঙ্গ) নি, নিওঁ, এনে শব্দ কবা ফেঁচা, (ফেঁচাই যাৰ বাৰীত ৰাতি তেনে মাত মাতে, তাৰ ঘৰত কোনো মানুহ বা জন্তু মৰে, এই বিশ্বাসৰ পৰা সেই শব্দ হৈছে , all tos] whet it pries in a particular manner, which is supposed to be omninosts. নিয়ন, কুদ. স. (সং. নি, লৈ যা) নিয়া কাৰ্য্য, লৈ যাওন, tla act of carrying. নিয়ন্তা, স. শ. (সং. নিয়ন্তা-নি, উপস. + য়ম, ক্ষান্ত কৰ) শাসন কৰো, চলাওঁ, অধিকাৰ, নায়ক; যেনে, “প্ৰকৃতি, পুৰুষ, দুইব্যে নিয়ন্তা মাধব”। মাধৱ দেউ, governor, a leader, a chief, a master, নিয়ম্, স. শ. (সৎ, নিয়ম-মি, উপস.+য়ম, ক্ষান্ত কৰ) কাৰ্য্যৰ ৰীতি, বিধি; যেনে, শাৰ নিয়ম, নিৰ্ব; দৰ, নীতি, কোনো কাম কৰিবলৈ বা নকৰিবলৈ 8