পৃষ্ঠা:হেমকোষ.pdf/৫৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিমগ্ন নিবাৰ, + বৃত্, ধাকৃ) ক্ষ, নিবৃত্ত,কৰিবলৈ এৰা, faat, desisting or refmimng from. নিবাৰ, স. বা. (সং. নিবাৰণ, বাধা) বাধা। ক. কোনো কাৰ্যা কৰাৰ পৰা ক্ষান্ত ক, to prevent, to himnler, 76.7. farat- ৰোতা, (স্ত্ৰী) নিবাৰতী। নিবাৰ, স. শ. (সং. নিৱাৰক- নি, উপস, + বৃ, ঢাকি ৰাখৃ) বাধ্য কৰোতা, ) wo or that which hinders, opposes or provints. নিবাৰণ, কদ. স. (সং. ) বাধা কৰণ, মানা 94, the act of hindering, pet'c'n- tico). নিবাৰি কদ. বি. (স.) বাধা পোৱা,

      • $21. prevented.

নিবাস, স. শ. {স. নিৰাস-নি, উপস. +ৱস্, পা) থকা ঠাই, ঘৰ; থাকন, resistance, lome, the act of dwelling, নিবাসী, বি. (সং. নিৱাসি--নিবাস + ইন্) 27 *, *\, Jwelling, inhabiting. ১. শ. কোনো ঠাইত থকা মানুহ, in iulialitault. স্ত্ৰী) বি. স. শ. নিবাসিনী। নিবিড়, বি. (সং. নিবিড়—নি, নথকা। ৰিল, বিন্ধা) নিসন্ধি, বৰ ঘন, মাজত শুদা ঠাই নথকা; যেনে, নিবিড় তাৰণ্য, thik, impurvious নিবিষ্ট, বৃদ. বি. (সং. নিৰিনি, উপস, + ৱিশ, সোম) ভিতৰলৈ সোমোৱা; যেনে, ছাতৰৰ মন পাঠ নিবিষ্ট হৈছে; একান্ত, একা, আন চিন্তা নকৰা; যেনে, falte ac* *1971, entered or gone into, deeply engaged, intent. নিবৃত, কদ, বি. (সং. নিবৃত্ত---নি, উপস, +ত, বৰ্তমান হ) ক্ষান্ত, নিবৰ্তমান, desisting, veasing, stopped. নিবৃত্তি, স. শ. {সং.) শান্তি, বিৰতি, কোনো কাৰ্য এৰণ; সংসাৰৰ কাৰ্যৰ ত্যাগ, বিষয়ৰ সুখ এণ, (essation, forbearanee, discontinuation of worldly pursuits. , নিবেদ, কদ, স. (সং. নিৱেদননি, উপস, •+ ৰিদ, জানু) সম্ৰমেৰে কৰা জ্ঞাপন, সম্বোধন বা সমৰ্পণ, the act of infor ing', actressiug or giving with respect. নিবেদ-পত্ৰ, স. শ. (সং. নিৱেদনপত্ৰ


নিবেদন, জ্ঞাপন + পত্ৰ, কাকত) ডাঙ্গৰ

লোকক সন্মান জনোৱা কাকত, a writti autllress. . নিবেদিত, কুদ, বি. (স’, ‘নিবেদন’ চোৰ। সমেৰে সমৰ্পণ কৰা বা দিয়া; যেনে, দেৱতত নিবেদিত বস্তু; সন্ত্ৰমেৰে জনোৱা; যেনে, ৰজাত নিবেদিত কথা, give, delivered or informed with respect. নিবেশ, স. শ. (সং. নিৱেশ—নি, উপস, + বিশ, সোম) প্ৰবেশ, সোমোৱা; নিয়োগ; যেনে, শিক্ষাত মন নিবেশ Fåt, entrance, the act of engaging. নিবোকা, বি. (অ. নি, নহয় + ৰকা, অধিক কথা কোৱ} অধিক কথা নোকাৱা, নেহাহি নেমাতি থকা অভ্যাসযুক্ত, taciturn, reserved. নিজুৱা,। বি. (অ. নি, নাই+ ভজ, নিভা, ভাল বস্তুৰ লগত মিহলোৱা বেয়া বস্তু) শুধ, ভাজ নথকা, সামান্য ধাতুৰে মিহলি নোহোৱা; যেনে, নিভাঁজ সোণ; বেয়া বস্তুৰে নিমিহলোৱা; যেনে, নিউজু গাখীৰ; বেকা নোহোৱা, পোন, unalloyee, unadulturated, straight. নিভাৰসা, বি. (অৎ নি, নাই + ভাৰসা, আশা ভাৰসাহীন, আশানথকা, lopeless. নিভৃত, বি. (সং. নিভৃত --নি, উপস, + ভূ, পোহ। নিজন, মানুহ নথকা, solitary. নিম, স. শ. (সং. নি, এবিধ গছ) এবিধ তিতা গছ, তাৰ দুবিধ; এবিধক “মহা- নিম” আন বিধক “ ঘোৰানিম ” বেলা 779, the nim tree, Melia inrlica, (Ganille ). নিমগ্ন, বি. { সৎ, নিমগ্ন--নি, উপস, + মঞ্জ, পানীত বু) পানীত তল যোৱা; আপ- দত পৰা; যেনে, দুধ নিমগ্ন, plunged, immerseel, involved in diffioulty. }