পৃষ্ঠা:হেমকোষ.pdf/৫৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিধ নিবৰ্তমান +জৈ, শা} শুই থকা, টোপনীত থকা; শান্ত হৈ থক, sleep, learnant. নিধ, বি. নিলাজ, নিৰ্গত, অপমানৰ ভয় yol, shameless, impudent. 7. *. falsts ptak, a sharneless person. (স্ত্ৰী) বি. স. শ. নিধকী। নিধকালি, গু, শ. নিৰ্গলি, নিধকৰ গুণ 717974, sliamelessness, impudence. নিধন, স. শ. {সং. নিধন--নি, উপস.+ ধ, মৰ) মৰণ, মৃত্যু, leath. নিধনী, স. শ. { সৎ, নিৰ্দ্ধনী, ধন নথকা ) ধনহীন, দুখীয়া, দৰিদ্ৰ, poor, indigent. নিবনুৱা, বি. { অং. নি, নহয় + ধনুৱা, ধন- ভঙ্গা ধন নিদিয়াকৈ পোৱ, unpail, obtained gratis. নিধৰুৱা, বি. (অং. নি, নহয় + ধৰুৱা, ধৰি থকা) ধাৰ নথকা, uttitleted. নিধাতু, বি. ( অং. নি, নথকা+ ধাতু, প্ৰাণ বায়ুনিশ্বাস, উশাহ বন্ধ হোৱা; যেনে, লৰাটো কালি নিধাতু হল, নিধাতু afars, ont of breath. নিধান, স. শ. (সং. নিধন, নিধি—নি, নিধি, উপস.+ ধা, ধাৰণ কৰ) কুবেৰৰ ভঁৰাল; এতেকে বহু সম্পত্তিৰ ভঁৰাল বা ঠাই (আন এটা সংজ্ঞা শব্দৰ পাচত পাকে}; যেনে, গুণনিধান, গুণনিধি, (** ta ), a treasury. নিনাও, বি. (অং. নি, থকা +নাও, নাম, নৌকা) নাম নক; নৌকাহীন, amc- less, laving no beat. নিন্দ, স. . {সং. নিদ, দুৰ্নাম ক) দুনাম ক, নিন্দা কৰ, to speak il of, to revile, to ridicule. নিন্দ, স. শ. {স, নিন্দক—নি, ঐ। নিলোত, নিন্দা কৰোতা, one who reprvaches, a reviler. f. for $77, হুনাম কোৱা; যেনে, নিক মানুহ, reviling. (স্ত্ৰী) স. শ. বি. নিন্দকী। নিন্দ, কৃ. স. {সং.) নিন্দা কৰা কাৰ্য্য, the act of ridiculing, blaming or reproaching. নিন্দনীয়, বি. (স.) নিন্দাৰ যোগ্য, মন্দ, 15, hlameworthy, contemptible. নিন্দা, স. শ. (স.) গৰিহনা, দুৰ্নাম, তিৰ

  • ta, slander, reproach, ridicule.

নিন্দিত, কদ. বি. (সং) নিন্দা পোৱা, গৰিহিত; অধম, বেয়া, revilerl, re- proved, low, despisable. নিলোতা, কৃ. স. নিন্দা কৰোতা, a reviler, (স্ত্ৰী) নিতী। নিপা, স. শ. (সং. নিপাতনি, উপস.+ প, গতি ক) নাশ, মৃত্যু, ধ্বংস; যেনে,

  • 74 faute ga, destruction, death.

নিপাত, বি. (অং. নি, নাই+পাত, পাত্ৰ) পাত নথকা, leatless, নিপানী, বি. ( অং. নি, নাই + পানী, জল) পানী নথকা, পানী নিমিহলোৱা; যেনে, fatayat starte, not watery, নিপুণ, বি. (সং. নিপুণ—নি, উপস. + পুণ, পবিত্ৰ হ) পাৰ্গত, পটু, skilful, clever, নিপুণতা, গু. শ. { সং.) পাগলি, পটুতা, cleverness. নিপোটল, বি, { অং. নি, নাই+ পোটোকা, হেঁচা খাই বহা) কতো পেটোকা নপৰা, সমানে পুষ্ট, কোনো ভাগ ক্ষীণ নোহোৱা, plurip, fat. নিকুট, বি. (অং. নি, নহয় + সৎ, ফুট, ব্যক্ত) অব্যক্ত,, লুকোৱা, অফুট, ৬on- conlel, unheard of. নিবন্ধ, বি. (সং. নিবদ্ধ—নি, উপস.+ বধূ, বন্ধি ) বন্ধা; আবব্ধ; লৰচৰ হব নোৱ- ৰাকৈ স্থিৰ কৰা, bound, confined, fixed. নিবন্ধ, স. শ. (সং. নিবন্ধ-নি, উপস. + বধু, বান্ধ) লৰচৰ হব নোৱৰাকৈ কৰা নিয়ম; স্থিৰকৈ বন্ধ কথা; প্ৰতিজ্ঞা, an agreement, a vow. নিবন্ধপত্ৰ, স, শ, (সং. নিবন্ধন, বন্ধু। পত্ৰ, কাকত) কথা বন্ধ কাকত, কোনো কাম কৰিম বা কোনো কথাৰ পৰা ক্ষান্ত হম বুলি প্ৰতিজ্ঞা কৰা কাকত, a written agreement. নিবৰ্তমান্, বি. (সং. নিৱৰ্তমান নি, গুচ্‌