পৃষ্ঠা:হেমকোষ.pdf/৫৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিফ্ৰি। নিডল। নিডল, স. বা. (সং. দল, খণ্ড খণ্ড কৰ) নাশ, ধ্বংস, সংহাৰ, কাটি মাৰি ক্ষয় • ক; যেনে, শকৰ সেনাক সবে লৈ যান্ত নিডলি, ta) destroy. (পদত)। নিটলীয়া, বি. (অং, নি, নোহোৱা + ঢলীয়া, ফলীয়া) এঢলীয়া বা এফলীয়া নোহোৱা, পোনেই মূৰৰ ওপৰত পৰা, এতেকে বৰ টান; {ৰদত খাটে }, falling directly on the heut, very hot said of the nshine). নিটলে, ক্ৰি. বি. হাত ভৰি মেলি দীঘল হৈ ( পৰাত খাটে); যেনে, নিঢালে পৰিল, at full length (said of falling ). নিতম্ব, স, শ, (সং. নিতম্ব—নি, উপস- + তম্ব, গতি কৰু, বহল হৈ যায় এতেকে। পিঠি ফালে ককালৰ তলৰ ভাগ (ঘাইকৈ fecerata), the buttocks. নিতম্বিনী, স. শ. {স.) বহল আৰু শুনি পাচ ভাগেবে যুক্ত তিৰোতা; সুন্দৰী fucatul, a woman with big hips, , a beautiful womnan. নিতন্তে, ক্ৰি. বি. (সং. নিতান্ত, সদায় )

    • 14, always,

নিতো, ক্ৰি, বি. (সং. নিত্য, সদায়) প্ৰতি দিনে, দিনে, daily. নিত্য, বি. (সং. নিতানি, সদায় } সদায় থকা, চিৰস্থায়ী, অলৰ; যেনে, ঈশ্বৰ নিত্য; প্ৰতি দিনে ব সদায় আচৰিব বা কৰিব লগা; যেনে, সন্ধ্যা বামুণৰ FOTOT **, «ternal, perpetual, 1o le obsorved daily or always. নিত্যতা, ও, শ, {সং.) চিৰস্থায়িত, কেতিয়াও 796 atcetay 89, perpetuity, eternity. নিত্য-যৌবন, বি. (সং, নিত্য-যৌৱনা—- নিত্য, স্থিৰ যৌৱন, ডেকা কাল) স্থিৰ যৌবন, সদায় ডেকেৰী হৈ থকা (শ্ৰী , ever-young (F.). নিত্যানন্দ, বি. (সং. নিত্যানন--নিত্য, সদায় + আনন্দ, ৰং সদানন্দ, সদায় আনত থকা, কেতিয়াও দুঃখ ক্লেশ নোপোৱা; যত সদায় আনন্দ হৈ থাকে আৰু দুখ-ক্লেশ নাই; যেনে, নিত্যানন্দ ধামলৈ গমন কৰিলে, ever-joyful, always happy. 9. *9767, the Sapreme Being . নিত্যে, ক্ৰি. বি. নিতৌ, প্ৰত্যহ, daily. নিদৰ্শন, ৪. শ. (সং. নিদৰ্শন--নি, নিশ্চয়- ৰূপে+ দৰ্শন, দেখা) উদাহৰণ, দৃষ্টান্ত; যেনে, এই কথাৰ নিদৰ্শন দিয়া; প্ৰমাণ, চিন; যেনে, তুমি যে সেই মানুহ, তাৰ নিদৰ্শন কি; বিধি, আদেশ; যেনে, শাস্ত্ৰত বহুবিবাহৰ নিদৰ্শন আছে, illustration, example, proof, a mark whereby komething may be re- cognized, injunction, precept. নিদাঘু, । স. শ. { সং. নিদাঘ; নিদাঘ- নিদাঘ-কালু, কাল —নি, সদায় + দহ, পোৰ। গ্ৰীষ্মকাল, ঘামকাল। নিদান, স. শ. (সং. নিদাননি, উপস.+ দ, দি) আদি কাৰণ, প্ৰথম কাৰণ; সকলো ৰোগৰ কাৰণ আৰু লক্ষণ লিখা aft, a primary cause', a work on the 15 and symptoins of diseases. নিদানে, অ অব্য. { সং. নিদান, কাৰণ ) কাৰণে, নিগুণে; যেনে, মহৰ নিদানে 7 catat, count of, owiny to, in consequence of. নিদাৰুণ, বি. (সং. নি, উপস. + দাৰুণ, প্ৰবল; বং. নিদাৰুণ, নিষ্ঠুৰ) নিমৰ- মিয়াল, নিৰ, erueel, নিদশ, স. শ. (সং. নিদেশ-নি, নিশ্চয় ৰূপে + দিশ, দেখা } তাদেশ, আজ, order, command. নিদ্ৰা, স. শ. {সং. নিদ্ৰা--নি, উপস+ত্ৰৈ, শে) টোপনী, slee, নিদ্ৰালু, বি. (সং) টোপনী-গধুৰা, বৰকৈ শুই থকা, এলেহুৱা, sleepy, dravvsy, slothful. . নিপু, ৬. শ. (স.) টোপনী-গধূৰা গুণ; টোপনীয়াই থকা গুণ, sleepinews, drowsiness, নিদ্ৰি, দ. বি. (সং নিদ্ৰিত–নি, উপৰ,