পৃষ্ঠা:হেমকোষ.pdf/৫৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিগূঢ়। ৫১৭ নিজু। নিগুণে শুব মোৱাৰি, on account of, সদৃশ বুজোৱা “নিছন” শব্দ ইয়াৰ মূল ) owing to, in consequence of. সদৃশ, তুলা, similar to, like, নিগূঢ়, বি. (সং. নিগূঢ় - নি, উপস.+গুঢ়, নিচিনাকৈ, ক্ৰি. বি. দৰে, প্ৰকাৰে, ৰূপে,

  • গুপ্ত) অস্পষ্ট, গভীৰ, পোনেই বুজিব similarly, in the same manner as.

carcaj, abstruse, claxeure', profound. নিচু, অ. . {ব- নিপ, মৌন ) কান্দন নিগ্ৰহ, স. শ. {সং. নিগ্ৰহ নি, উপস. + এৰ; সেনে, লৰা নিচুকিছে, to ccas গ্ৰহু, ল কষ্ট-দান, অনুগ্ৰহৰ অভাৱ, বেয়া from crying, to be comforted, পোৰ; যেনে, ৰজাৰ নিগ্ৰহ হলে দেশত নিচুকা, স. ধা, কান্দন এৰুৱা, সান্ত্বনা দি, থাকিব নোৱাৰি; শাসন, দমন; যেন, • sotli, to comfort, to cause to ইন্দ্ৰিয় নিগ্ৰহ কৰিব লাগে; (lisfavout, +as from trying. কৃদ. স. নিচুকাওঁতা, severe treatment, restraint. . 4). { স্ত্ৰী। নিচুক্কাতী। দমন কবু, শাসন ক, দণ্ড ক; যেনে, নিচুকীয়া, বি. ( অং. নি, নাই+ চুক, কোণ, ৰজাই দুষ্টক নিগ্ৰহিব লাগে, to puish, চুক নথকা) এবিধ ঘূৰণীয়া খৰাহি, a to control. small round basket. নিঘুণ, বি. ( অং. নি, লাই+ ঘুণ, নিচেই, ক্ৰি. বি. (সং. নিচয়, ঠিক) সমূলি, নিঘুণীয়া, গাৰ কোনো ভাগত প্ৰকা গোটেই; যেনে, নিচেই নাই; অতি, দোষ ) কোনো অঙ্গ বিকল নোহোৱা, অতিশয়; যেনে, নিচেই সৰু, entirely, quartier 7775, without a defect, totally, very sound, perfect, whole নিলা, বি. ( অং. নি, নাই+ ছাল, মঙ্গহৰ নিচয়, ৭. শ. ( সং. নিচয়--- মি,উপস.+চি, আবৰণ ) ছাল বাকলি নথকা, অৰ্থাৎ একল কৰী সমূহ, (পদ্যত }; যেনে, বৰ দৰিদ্ৰ; খণোৱা, দুৰ্বল, vexy poor', ননিচয়; নিশ্চয়তা, ঠিক, স্থিৰতা; সেনে, emaciated, on feeliled. সেই কথাৰ নিচয় নাই, a multitucle, নিছলা-পিছলা, বি. ( অং. নিছলা, কাপোৰ {rtainty. বি. ঠিক, সৰূপ; সনে, এই নথকা+ পিছলা, অনুৰূ.) সমূলি উদ, কথা নিচয়, tite, exact. গোটেই কাপোৰ নথকা, juite nake নিয়ে, ক্ৰি. বি. স্বৰূপে, স্থিৰৰূপে, অলপ- or uncovered. ৰূপে; যেনে, নিচয়ে আহিম, certainly. নিছা, স. ধ. (অং. নি, নাই+ছ, খেৰেৰে নিচয়কৈ, ক্ৰি. বি. ঠিককৈ, থিৰাংকৈ, with ঢাকৃ) ছোৱা খেৰ গুচাই উদং কৰ certainty. . { ঘৰৰ চালত খাটে); যেনে, চালখান নিচটি, বি. একে সমান সূতাৰে বোৱা, গৰি fast to remove the thatch from, নথকা; একে। বৰীয়া { কাপোৰ , নিছি, বি. (সং নিচ্ছিদ্ৰ—অং. নি, নাই of a uniforin texture or color (said + ছিদ্ৰ, জগৰ, দোষ ) নিজগৰীয়া, জগৰ of cloth). গুচা, নিৰ্দোষ, দোষ গুচা, নিলেঠা, free নিচাও, স. শ. ( অৎ.) বৰ পিতা, পিতাৰ from fault or liability.

Yr7, a father's elder brother. নিছিদ্ৰকৈ, ক্ৰি. বি. দাই জগৰ গুচাই; নিচাটু, বি. ( অং. নি, নাই + চাটু, ভাৰসা) cada aya, rendering free from কাতো ভাৰস বা উপাস্য নকৰা, কাৰো fault or liability. সন্তোষ লগাই উপকাৰ পাবৰ ইচ্ছা নিছুৰীয়া, বি. অং. নি, নাই + বাং. ছোকৃৰ, 184, independent, not carrying বালক) সন্তান নথকা, having no favor. , offspring. নিচিনা, বি. ( বোধ হয় পুৰণি ব্ৰজ ভাষাৰ নিজু, বি, (সং.. নিজ-নি, উপস.+ ঞ্জন,