পৃষ্ঠা:হেমকোষ.pdf/৫৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিকাহি পড়া-নি, উপস.+ কৃ, নিক্ষেপ কৰু } দুখ, কষ্ট, জীয়াতু, suffering, listress. নিকাহি, স. শ. খুটাৰ বাহিৰ ফালে বাঢ়ি propune sfe yatanda na, the project- ing part of a beam. নিকৃষ্ট, বি. (সং. নিকৃষ্ট—নি, উপস. + কম্, হেয় ক) অধম, নীচ; অপকৃষ্ট, Jos, vile, mcau, inferior. নিকেতন্, স. শ. {সং. নিকেতন-নি, উপস, +কি, ৰাস ক) গৃহ, ঘৰ, alwel- ling-louse. নিখৰচী, বি. অবত খৰচ নকৰা, অপব্যয় নকৰা; যেনে, নিখৰচী মানুহৰ ধন বাছে, frugal. নিখৰচীয়া, বি. ( অং. নি, নইঃ + খৰচীয়া, ভালকৈ মিহি নোহোৱা খৰচি নথকা, গোটেই মিহি; যেনে, নিখৰীয়া পিঠা line, not coarse srid of a pow.ler). নিখৰ্ব্ব, সখা, (সং. নিখ---নি, উপস, + খ, চুটি ) দহ কোটি, lyillion, নিশি, বি. (সং. নিখিল-~-নি, নাই। খিল, অভাৱ; কোনো অংশৰ অভাৱ নথক) সমুদায়, সম্পূৰ্ণ, গোটেই; যেনে, নিখিল €, whole, entire. নিখুত, বি. খুত নথকা, নিযুণ, without defect, flaw or blemish. নিখুন, বি. { অং. নি, নাই + খুন্দা, শাদাত। খুলিও ভৰিবলৈ ঠাই নথকা, গোটেই , crammed, filler to supertuity. নিখুকৈ, ক্ৰি. বি. ধূন্দিও আৰু অধিক ভৰিব নোৱৰাকৈ, গোটেই পূৰকৈ; যেনে, চুঙ্গাটোত ধপাত নিন্দকৈ ভৰিছে, lil- ling to superfluity. নিগনি, স, শ, এবিধ সৰু শলিয়া, a kindl of induise. নিগনি-কুসা, স. শ. {অং, নিগনি, ঐ+ কুন্দা, মাহ বন্দী কৰি ৰখা যতন নিগনি শলিয়া ধৰা ফাল, a nouse-trap, নিগম, ল, শ, (সং. নিগমনি, উপস. + গম, ক গঙি} বেদ; বেদবোধক শাস্ত্ৰ নিগুণে যাৰ গৰি লৰচৰ নাই আৰু যাৰ দ্বাৰায় মনুষ্যে পৰকালত ঈশ্বৰক পাব পাৰে। “নিগম কল্পতৰোৰ্গলিত ফল"। আগমৰ বিশ্ৰীত। নিবৃত্তি শাস্ত্ৰ, The Vetlas, a Shaster by wliich the Vedas are understood, the tenets of which are immutable and by which one call, in the ext worlal attain beatitude by approaching (ml. Shanter which teclox how to liscaril temporal desires for the sake of attaining culistimate bliss in the next world. It is not in (1) sonance with the cloctrines rift "1515" whiųh is a Shaster dealing with the pleasures obtainable in thuis as well as in the next world. "Thi tenets of "f5787" are the itterautoes of God while these of "77911" f Siva anul are embodiac in the lours. নিগৰ, অ. ধ. ( তাৎ, নি, উপস, * গব, বৈ যা; ব. নিংড়ন, বৈ মাওন। লাহে লাহে ওলাই বৈ পৰু; যেনে, তিতা কাপোৰৰ পানী নিগৰে, to flvip. নিগৰকীয়া, বি. গৰাকী নথক, অমিক, having no owner. নিগৰা, স. ধা. বোৱা, চাপ ফাললৈ গতি কৰা, পাত (জুলীয়। বস্তুত খাটে); যেনে, পন নিগৰাইছে, to aust 1 flow or drip. নিগাৰ্জী, বি. {তা. নি, হয় + গাজ, অঙ্কুৰ; -কৈ গজি নোলোৱ নতুন নোহোৱা, প্ৰাচীন, বহুকলীয়া; সেনে, নিগাৰ্জী বৰলোক; স্থিতাপি, চিৰস্তন; যেনে, farsiteit 4, long-standing, old, not recent, Hermanent. নিগাজীকৈ, ক্ৰি. বি. স্থায়ীৰূপে, স্থিতাপিকৈ, permanently. নিগুণে, আ. অব. ( অং. নি. উপস. +গুণ, কাৰণে ) নিদানে, কাৰণে; যেনে, মহৰ