পৃষ্ঠা:হেমকোষ.pdf/৫৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লগা। নাহৰ-ফুটুকী পৰৰ বা ধুন লগাবৰ কাৰণে ব্যৱহৃত আলগীয়া কথা; যেনে, মই তাক একো কৰা নাই তেও, হৰিক চিন্তি, সি কিয় মোক হিংসে কব নোৱাৰো, ইয়াত “হৰিক চিন্তি” এই দুটা শব্দ নাল, a handle, a word or phrase not necessary to the sense, but intro- duced to fill a vacancy or for orna- ment. ল, নাল খুৱা; বং দি, to finish with a handle, to introduce un necessary worls or phmses, . নাৱৰা, “নাওৰা” চোৱা। নাৱৰীয়া, স. শ. (অং. নাও, নৌকা। নাও বাওঁতা, নাও-চলোৱা মানুহ, a loatman. নাৱাই, স. শ. নাও চলাই কৰা গতি; যেনে, ওলোটা বতাহত নাৱাই নহয়, the art, of navigativg or proceeding by boat, navigation. নাবিক, স. শ. (সং. নাৱিক-নৌ, নাও) afe-Baptéel, an oarsman, a steers man, & sailor. বি. নাও সম্বন্ধীয়, নাৱৰ, naval. নাশ, স, শ, (স” নাশ~-নশ, শেষ হ) ধ্বংস; হানি, destinction, loss, , ধা, সংহাৰ, ধ্বংস কৰ; যেনে, সবশে atfocar ute, to destroy. নাশক, স. শ. (স.) ধ্বংস কৰোতা, হানি ফৰোতা, a clestroyee. বি. ধ্বংস কৰা, নি কৰা; যেনে, কৃমিনাশক ঔষধ, destructive, ruinous. (a) 4. . বি. নাশিকা। নাশ, কদ, স. (স.) নাশ-কৰণ, ধ্বংস কৰা কাৰ্য, the art of destroying. নাশন-কাল, স. শ. নাশ পাবৰ সময়, দৈৱৰ নিৰ্বন্ধ অনুসৰি ধ্বংস পাবৰ কাল; যেনে, “ নাশন কাল বুদ্ধি হয় হত,” time pro- appointed for death or destruction. না, স. শ. (সং. নাশিন, মাশ) নাশক, নাশ কৰে, a destroyer. (স্ত্ৰী) নাশিনী। নাশোভা, কদ, স, নাশ কৰে, a mat who diestroys. নানাভূত, বি. (সং. নত, মুশুনা নড়ত, নোহাৱা নোহোৱা নোপজা, কেতিয়াও নেদেখা মুশুনা, unknown and unheard of, extraordinary. নাসা, স. শ. (স. নাসা-মস্, শব্দ ক) নাক, the nose, নাসা, স. শ. (সং. নাসাঙ্কুনাসা, ঐ+ৰ, বিন্ধা) নাকৰ বিন্ধা, the abstril, নাসিকা, স. শ. (সং, নাসিকা-নাসা, নাক নাক, গন্ধ পোৱা অঙ্গ, the nos. নাস্তিক, বি. (সং. নাস্তিক-নাস্তি, নাই;; ঈশ্বৰ নাই বোলে এতেকে) ঈশ্বৰ আৰু পৰকাল নমনা; বেদ নমনা; sceptical, atheistical, denying the divine character of the Vedas. 7. *** আৰু পৰকাল নমনা বেদ নমনা লোক; an atheist, one who does not believe in the divine character of the Verlas. নাম্ভিকতা, শু. শ. (স.) ঈশ্বৰ আৰু পৰ- অবিশ্বাস, বেদৰ অমাতা, atheism, denial of the divine charac- ter of the Velas. নাস্তিল, গু. শ. ( স} অস্থিতি, অভাৱ; যেনে, ঈশ্বৰৰ অম্ভিক বা নাস্তিত্ব প্ৰমাণ

  • 1 bis, non-existence.

নাস্তিত্ববাদী, স. শ. (সং. নাস্তিৱাদি -নাস্তিত্ব, ঐ+দিন, কওঁতা) ঈশ্বৰ আৰু পৰকাল নাই বুলি কোৱা লোক, one who denies the existence of God and of a future state. নাহ, বি. (বাং.) অন্যায়, অকাৰণ, অবাব, unjust, improper, underserved. নাহ, স, শ, (সং. নাগেশ্বৰ; হিং. নাগেশৰ, এবিধ গছ) এবিধ সুগন্ধি ফুলধৰা সুকাঠী 978, a kind of timber tree, Mesua ferrea. (Gamble). নাহৰ-ফুটুকী, স, শ. (অং. নাহৰ, নাহৰৰ ফুল + ফুটুকী, ফুটুকাযুক্ত; ভাৰ গাত