পৃষ্ঠা:হেমকোষ.pdf/৫৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাভি মমিনাচ নাভি, স, শ. {সং. নাভি, নাভী-মহ, নাভী, বান্ধ) চকাৰ মাজৰ বিন্ধা, তদ্ৰুপ হতু মানুহৰ ভলা'টত থক। খোল, নাই; অসমীয়া পুশিৰ মাজৰ বিন্ধ। (তাত এডাল শলা,সুমাই পাতবিলাক একে লগে ৰখা 1 ), the have sf a wheel, the avel, the central hole of an As- samese vamseript. নাভিছেদন, স. শ. (সং. নাভিচ্ছেদন -- নাভি, নাই + ছেদন, কটা লৰাৰ নাই TGT prir, the art of cutting all the umbilical conil. নাভিক মল, {সং. নাভিপদ্ম--- নাভি, নাভি, নাই+প, পদুম } সুন্দৰ নাই, উত্তম নাভি, it w?utiful avel , নাম, ২. শ. {স , মৃৰ চাপৰ তলৰ ots, 14., a lower gwrt, bottom, বি. তলৰ, অধোভাগৰ, ওপৰৰ বিপৰীত; যেনে, দিখবি নাম ছোৱা, lover. অ. বা তললৈ যা, এখৰ পৰা চাপৰলৈ গতি Fl, to one own, to descendi. নাম্, স, *, ( , নামন-মা, স্মৰণ কৰ) ৪টা বা অবিক শব্দ যাৰ দ্বাৰা আমি পূৰ্পে দেখা বা শুন বস্তু বা মানুহ আমাৰ মনত পৰে, আৰু সেই বস্তু বা মানুহক আমি নিক বুজাব পাৰে, মেয়ে তাৰ নাম; মেনে, স্বৰ, ৰামচন্দ্ৰ; ণৰ খাতি, যশস; যেন, সৎকাৰ দ্বাৰা মানুহৰ নাম হয়; দেৱতাৰ গুণ গীত; যেনে, ভকত নাম লয়; বিয়াৰ গীত, at lam, fame, versos in praise and prayer of in deity, a llynus, a marriage song

-কথা, স. শ- (সং. নাম, বিষ্ণুৰ নাম বা উপাসনা কথা, গুৰুৰ বাক্য) গুৰুৱে দিয়া বিষ্ণুৰ উপাসনাৰ উপদেশ, a rot) of prayer taught by the guru. নাম-কৰণু, স, শ, (সং• নামকৰণ-নাম, নাও - ক, কৰু লৰাক নাম দিয়া কাৰ্য্য, ই বামুণৰ দশ সংস্কাৰৰ এটা, tlie ceremony of giving a hane to a chiki. না কাটু, কোনো এক শ্ৰেণীৰ মানুহৰ লগৰ পৰা দূৰ কৰ বা খেদা; যেনে, সেই মহৰিৰ নাম কাটিলে, to lix-bargo, tu dismiss . না-কীৰ্ত্তন, স. শ. ( ২. নাম, গুণৰ গীত + কীৰ্ত্তন, প্ৰকাশ কৰণ) গুণৰ গান; বিৰুব প্ৰশংসা শাৰু ঋতি, praise, especially praise and }}{11} cafloree to listi. নম্ঘ, স. শ. ( ২. নাম, বিষ্ণুৰ গুণৰ গত + ঘ.। ক ন , এই দেশৰ বৈবিলাকৰ উপসনাৰ ঘৰ, al; of worship of the lisnavas of ২১৷rt. নাম লগা, কোনো এক শৰ মানুহৰ লগঃ নাম লিখ; সেনে, সুলত হলৰ নাম লগাইছে; মি কাউন কৰোতে নতকৈ গায়ে গীত আৰম্ভ কৰ; মানে, এজনে নাম লগাই দিলে গানবিলকে গায়, to enter the name of a person in a registrer; to mwenye to sing 1 lynn Blore shers at a prayer nacting . নামতী, শ, শ, { অং. নাম, গীত। বিয়া সবাহৰ গত গোৱাত পাৰ্গত তিৰোতা, i vonuan skilled in singing mar ringe wongs, it cluating playe's at a prayer meetings নামনি, স. , { , নাম, তলৰ ভাগ } কোনো নে বা দেশৰ ভাটী ভাগ; লৰ ভাগ, গোৰালি, tle for part of a river up country, a lower part. fa. তলৰ, ভাটৰ; সেনে, নামনি আসাম, Jower. . নান্দানি, স. শ. { নামনি, তলৰ ভাগ) পৰ্বতৰ চাপৰ ভাগ; পৰ্বতৰ ওচৰৰ সমান মাটি, the lover part of a lange of hills, a plain adjoining the hills. নামূনাচ, বি, নাম, তলৰ ভাগ + নাছ,