পৃষ্ঠা:হেমকোষ.pdf/৫৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাপিত যেনে, এই বন্ধু তোমাৰ নাতিপুতিৰ fwaca sf , posterity, clescendants. নাথ, স. শ. (সং. নাথ-নাথ, কৃতাৰ্থ কৰ। প্ৰভু, অধিকাৰ, গৰাকী; ৰক্ষক; স্বামী, a lord, a muster, it protector : hushand. নাথ, দ, ধ, (হিং. নন, একে লগে জোট ) ফুটাৰে সৈতে গোটা বান্ধু, { খুটাৰে সৈতে চতি বা মাৰলী বন্ধাত 1470 ), to tie together as a beam. and the post on which the for mer rests. নাথনী, স, শ. খুটাৰ কানেৰে সৈতে গোটাই চতি বা মাৰলীত দিয়া বান্ধ, the laste- ing of a bean to the post on which it rests. মাদ, স. শ. { স’ নদ-নদ, শব্দ ক) শব্দ, মত, a stula. অ. ধা. বৰকৈ শব্দ ক, গৰ্জন ক; যেনে, সিংহ নাদে, 10 1'nal'. না, স. শ. {সং. নদ, শব্দ কৰ; তাত কোনো বস্তু পৰিলে “ঘট " শব্দ উঠে, এতেকে। কূপ, বৰ দ, ঠেক ঘূৰণীয়া পুখুৰি বিশেষ, a syell. নাদনী, স. শ. {সং, নন্দিনী, আনন্দ দিয়াতী ) এবিধ সৰু মাছ (সি দেখিবলৈ ভাল, বোধ হয় সেই দেখি তাৰ সেই নাম হৈছে), a kind of small fish. নাদোৰ, অ, ধশ. সং, ন, আনন্দ পাল, তাৰ পৰা ৰ পোৱা যায়, এতেকে ) পানী সাতৰি ধেমালি কবৃ, to swinn for pleasure. সমা—নাদোৰ, সৰ বা সাতোৰ, কেৱল ধেমালিৰ নিমিত্তে মানুহে নাদোৰে, নৈ পাৰ হবলৈ বা বেমালি কৰিবলৈ

তৰা যায়।

নানকপন্থী, স. শ. (হং. নানকপন্থী--নানক, এলম প্ৰচাৰকৰ নাম + পী, পথত চলোভা) নানকৰ মত চলো, নানক fapt, a follower of Guru Nanak, নানকাৰ, স. শ. (যাং, } কোনো ভাল কাৰ বঁটাস্বৰূপ দিয়া নিৰ মাটি, land given free of rent for service rendered. নান, বি. ( স. মনা ---না, নহয় আৰ্থাৎ এবিধ নহয় } অনেক, পৃথক, বিধি, বেলেগ বেলেগ; ন, না ঋষিৰ নানা মত, various, মান্ন-বস্তু, বি,; স’.. নান্ননৱ----না. আহাৰ + ন', নাই+ৰস্তু, কাপোৰ খাৰ-পিন্ধিবলৈ নথকা, গতি galtay. 7fe restitute of both for anul ruiment, pxverty- xfricken. নাশী, স, শ, (সং, নান্দী-নন্দু, আলাদ জন্মা) নাটকৰ গৰম্ভতে কোনো ৰজাক প্ৰশংসা বা আশীৰ্বাদ নাইবা দেৱতাক সুতি কৰা শ্লোক, praist (of a king or ( dlcity recited in verse at the opening Sa muna. নান্দীমুখ, স. শ. { সং. নান্দীমুখ---- নান্দী, শুভ+ মুখ, প্ৰধান, শুভ কৰ্মাই প্ৰধান উদ্দেশ হৈছে যাৰ) বিয়া, লগুণ দিয়নি দি শুভ কাৰ্যৰ দিনা ৰাতি পুৰ। যি সেই কাৰ্য্য কৰে, তেওঁৰ পিতা, পিতামহেক, গৰু প্ৰপিতা- মাক, পিতামহীয়েক, আৰু প্ৰপিতামহীয়েক; মাতামহক, মাতা- মহক, আৰু বৃদ্ধ প্ৰমাতামাহক এই ন জনৰ উদ্দেশে কৰা শৰাধ, ন-পুৰুষৰ শৰা, an offering maile to the manes of ancestors on joyous occasions such investiture with the Macred thread, inarriage, &c. নাপদ, স, শ, { স. ম. ন + পদ, শব্দ) না-শব্দ, নিষেধ বা অভাব বুজোৱা শব্দ, a negative. নাপিতৃ, স. শ. ম. নাপিত-~ন, নাই+ আপু, প্ৰাপ্ত ই; সম্ৰম নেপাষ) লোকৰ ডাঢ়ি মূৰ খুৰাই জীৱিকা কৰা মানুহ, a barber. কি মূল 8.9., a Sikh.