পৃষ্ঠা:হেমকোষ.pdf/৫৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাগেৰী। নাতিপুতি নাগেৰী, স. শ. ( সং, মাগৰ; হিং. নগৰী, এবিধ আখৰ) হিন্দী ভাষা লিখ; আখৰ, the most common Ilindi cliaracter of writing . নাগেশ্বৰ, স. শ. ( স. নাগেশ্বৰ নাগ, সৰ্প-দেৱত+ ঈশ্বৰ, অধিকাৰ) অনন্ত নাগ, Avanta, the chief of the snake-yods. নাগেশ্বৰ, . *. (স. নাগকেশৰ, ব. নাগেশ্বৰ; হিং, নাগেশৰ, নাহৰ নাহৰ 516 94 517 sat, a linber tree and its flower, Monferren, (Ciamble). নাঙ্গ, } বি. (সং. না, বিবস্ত্ৰ বিব, নঠা, কাপোৰ নিপিন্ধা, alked. নাঙ্গল, স. শ. (সং. লাঙ্গল; ব. নাঙ্গল, হিং. নাগল ) মাটি চই সঁজুলি, ৫ plough, না, অ. দা. { সং. নৃত, বং. হিং, নাচ, নৃত্য কৰ } বাদাৰ সৰ অনুসৰি অঙ্গভঙ্গি কৰ বা হ'ত ভৰি লৰা, (o daul, না, স. শ.নচা কয, নৃত্য, a fair, নাচন, নাচনিয়া, স. শ. নাত, ঘাইকৈ চা বৃত্তি হৱলম্বন কৰা তিৰোত, a lailety, {"specially a dancing girl. মাচনী, স. শ. না তিৰোত; বাণিৰ মৃত। সুমাৰৰ কাৰণ দীৰ্ঘৰ সূতবিলাক বেলেগ কৰিবলৈ তঁতৰ পৰ লগোৱা হাটা fatura, a clancuy girl : part of a loom. নাজল-মাখল, বি. ( অং. ন', নয় - জল, পানী+না, নহয়+থল, মাটি; মাটি বা পনীত নথকা অৱস্থা } আলাই আথানী, থাকিবৰ ঠাই নথকা, নিৰাশয়, liceless, lielpless, clestitnte. নাজীব, স, শ, (যাং, টেকেলাৰ অধিপতি, a native bailiff. নাট, স, শ. { সং, নাট-নট, নাচ) নাচন; ভাৱনা; ভাৱনাৰ পুথি, & danco, a drama. নাটক, স, শ, শালাত ভাও দেখাৰৰ ক ৰণ লখা পুথি, a crim, } স. নাটু-ঘৰ, স. শ. (অ, নাট, ভাৱনা+ধৰ, গৃহ) তাৱনাৰ ঘৰ, নাট্যশালা, a theatre. নাটনি, স, শ, { অং. ন, নাই+ আটু, প্ৰচুৰ ছ) কম হোৱা ধন বা বস্তু, যি পৰিমাণৰ ধন বা বস্তু কোনো কায্যৰ নিমিত্তে নোজোৰা হয় সি; যেনে, পাচ টকাৰ নাটনি হৈছে অৰ্থাৎ কোনো কাৰ্য্যৰ নিমিত্তে আৰু পাঁচ টকা লাগে, in- sufficiency, a deficit. নাটনি প, কম ক; নোজোৰা হ, to the deficient. নাটু-পাৰ, স. শ. ( অ, নাটু নাচন + পাৰ, এবিধ চৰাই) উড়াই দিলে আকাশত খৰ-মৰা 998 947 5413, a tumbler pigeon. নাট মন্দিৰ, স. শ (সং. নাট্যমন্দিৰ, নাচ গান কৰা ঘৰ) দেৱালয়ৰ আগ ফালে থকা নাচ গান কৰা ঘৰ, a cli or kancing hall attached to a temple. নাটেশৰী, স. শ. { সং. নটেশ্বৰী নাচোৰ প্ৰধান তিৰী। বেশ, অসতী তিৰোতা (fara att ), an unchaste woman. নাট্য, স. শ. ( সং, নাট-নটু, নাচ্ নাচন আৰু ও দেখোৱা বিদ্য}, the science art of dancing acting on the stage. নাটাশালা, ম. শ. ( সং, নাট্যশালা—নাট্য, ঐ + শালা, ঘৰ ভাৱন কৰা ঘৰ, নাটু $14, a theatre. নাঠ, স. শ. (সং. নষ্ট, ধ্বংস) হানি; যেনে, লাভ নাই, মূলৰো নাঠ, a loss. নাড়ি, } স. শ. (সং. নাড়ী --নড়, সৰি প} নাড়ী, গাৰ তেজ চলা সিৰ; পেটৰ কৰে সৈতে সংযোগ থকা নলা, আতি, an artery, a vein, the intestinal canal of an animal. নাতি, স. শ. (সং. নগ্, হিং, নাতী; বৎ. নাতি, পো বা ঞ্জীৰ পুতেক) পো। জীৰ পুক, a grandise. (স্ত্ৰী) মাতিনী। নাতিপুতি, স. শ. (অং. নাতি, পৌত্ৰ + পুতি, অনু.) নাতি আৰু অন্যান্থ সন্তান, বংশৰ পচলৈ বাঢ়ি যোৱা লোকবিলাক;