পৃষ্ঠা:হেমকোষ.pdf/৫৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নল নষেধূ +ক, ক) সেৱা, মূৰ দোৱাই কৰা সঙ্গম, a bow, a salutation. সম.--নমস্কাৰ, প্ৰণাম, পাচবটোৰে আগৰটোতকৈ অধিক সন্মান বুজায়। এজনে তেওঁৰ সমনীয়া এজনক সন্মান কৰাত নমস্কাৰ আৰু আধমে উত্তমক প্ৰণাম কৰে। নমস্য, বি. (সং. নমসন, সেৱা কৰ ) সেৱাৰ যোগ্য, মা, পূজা, vevable, entitled to salutation. নম, স. বা. (সং. নম, মূৰ দেৱা } তললৈ আন, চাপা, দোৱা, to lover, to lyring lov. কুদ, স, নাওঁত, (স্ত্ৰী। নমাতী। নএ, বি. (সং. ম নম্, মূৰ ৱো) নত্; এতেকে, তাহঙ্কাহীন, সেও, hosting, lowly, Irumble. নত, গু. শ. {সং.) সেও হো গুণ, অহঙ্কাৰ নথকা গুণ, neckless, hunility. নম্ৰভাৱে, ক্ৰি. বি. নম্ৰতাৰে সৈতে, বিনয়েৰে, humbly, with humility: নয়ন, স. শ(সং. নয়ন-নী, লৈ যা, বাট দেখায়, এতেকে) চই, দেখা ইন্দ্ৰিয়, গত তাৰ সংখ্যা ৬৪; বিষ্ঠা, মূত্ৰ বা আন অশুচি বস্তুৰ গাত, a pit in hell full of ordure, urine and fire inte which the souls of the wicked are cousigned after death, a filthy hole, a pit of filili. নব-গামী, বি. (সং, নৰকগামি-নৱক, ঐ + গামি, যোৱ নৰকলৈ যোৱা, 7973 at, conilemuel to hell. (71 নকগামিনী। নৰকনি, স. শ. (সং. ন ঐ) বিষ্ঠা মূৱেৰে পূৰ্ণ ঠাই, অশুচি ঠাই, গকেনি, lilthy place. নৰকাসুৰ, স. শ. { সং. নৰকাসুৰ---নক, নাম + অসুৰ, দৈত্য) কামৰূপৰ এজন অহিন্দু ৰজা, তেওঁক কৃষ্ণই বধিলে, the name of a vernon king of Kamrup. নকী, বি. (সং. নাকী, নৰকৰ যোগ্য। নৰকত পৰিবৰ মোগা, পাপী; নৰক- sytä, hellish, condemned to hell. নণী, স, শ, (সং. নখৰঞ্জনী, বং. নৰুণ, নখ-অঁতোেৱ অল্প ) নখ-কটা অল্প; শনি- কৰে মূৰ্তি ৰোকা সৰু বটালী, বেজে বহু আদি ফল সৰু অল্প, an instrument for cutting the finger and toe nails, an engraver's tool, a luneet. . নৰ-দ্বৈষী, স. শ. (সং. নৰদ্বেষি---নৰ, মানুহ+দ্বেষি, হিংসক মানুহক দ্বেষ কৰোতা বা মানুহৰ বিৰোধ কৰোতা, il inisanthropist. নৰ-নাৰায়ণ, স. শ. (সং. নৰ, মানুহ + না- হণ, বিষ্ণু অৰ্জুন আৰু কৃষ্ণ, Arjun and Krishna. নৰ-পতি, স. . (সং, নৰপতি - নৰ, মানুহ +পতি, গৰাকী) ৰজা, a kivy. নপাল, স. শ. (সং. নপাল~-নৰ, মানুহ পল, ৰক্ষা কৰ) ৰজ. a king. নব-বলি, স. শ. {সং. নৰবলিনৰ, মানুহ + বলি, দেৱতালৈ উচৰ্গা বন্ধু দেৱতাৰ আগত কটা মানুহ, 1 human sacrifice. নৰমেধ, স. শ. (সং. নবমেধ-নৰ, মানুহ। the eye. . নয়-চুক, স. শ. ( হি. এং. নয়ানমুখ, এবিধ কাপোৰ এবিধ বিলাতী থান

  1. tona, jaconet.

নৰ, স, শ, (সং. নৰ-নৃ, লৈ যা মনুষ,

  • 124, a man, a malo human being.

(স্ত্ৰী) নাৰী। নৰ স. শ. ( সং. নৰক--নৃ, লৈ যা; যম দূতে তালৈ লৈ যায়, এতেকে) মৃত্যুৰ পাচত পাপৰ দগুৰ ঠাই; তাৰ সংখ্যা ৬৪, hell. মৰ, স. শ. {সং. নৰক, পাপৰ দণ্ডৰ ঠাই অশুচি বস্তুৰে পূৰ এতেকে তিৰোতাৰ মাহেকীয়া আৰ; যেনে, অমুক তাইৰ নৰকত পৰি থাকিব, tle menstrnal discharges of women, menses. নকুণ্ড, স. এ. (সং. নবককুণ্ডনৰক, পাপৰ দণ্ডৰ ঠাই+কুণ্ড, গত) পাপৰ আত্মাক পেলোৱা বিষ্ঠা, মুত, জুইৰে পূৰ