পৃষ্ঠা:হেমকোষ.pdf/৫২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মখৈ ফতি কৰু, নমস্কাৰ,। ন-কোৱা ঠাই বা গা, hot clearned or made tidy. . tuil- নথৈ ভকতি কৰ, বৰকৈ ৰিষ্কাৰ বা বিতণ্ডা কৰ; যেনে, তাক নথৈ ভকতি কৰিলে, to abuse, to insult. ন, স, শ, (সং. নদ—ন, উচ্চ শ ক; পানীৰ খলকনি লাগে এজেকে) ভাৰতবৰ্ষৰ সাতখান ডাঙ্গৰ নৈৰ এখন; সিহঁতৰ নাম;-শোণ, সিন্ধু, হিৰণ্যাক্ষ, লোহিত {শুইত ), কোক, ঘৰ, আৰু শত, (১ne of the seven big rivers of India. A river whose personification is male, .9., the Brahmaputra, (Haughton). নদন-বদ, বি. (সং. নন্দনবন, ইন্দ্ৰৰ বাৰী, ভাত সকল বস্তু পোৱা যায়, এতেকে। অপাৰ, অপৰিমিত, যিমান লাগে সিমান । ধনবন্ধত খাটে); যেনে, তেওঁৰ ধন- সম্পত্তি নদনবদন, abundant, limited (said of wealth). নদী, স. শ. {সং. নদী, মদ শব্দৰ স্ত্ৰীলিঙ্গ) সাতখান নদত বাজে আন নৈ, a river not being one of the nadax, নদীতী, স. শ. {সং, নদীতীৰ-নদী, নৈ+ তীৰ, গতি} নৈৰ দাতি, a river bank. নদীমাতৃ, বি. (সং. নদীমাতৃক-নদী, নৈ+মাতৃ, আই, পালন কৰোতা) নদীৰ পানীৰে ৰসাল হোৰা, নদীৰ পানীৰ দ্বাৰা ফলৱান হোৱা (দেশত খাটে); যেনে, নদীমাতৃক দেশত বৰষুণ নহলেও বৰ Biffa any, watered lsy rivors. নদীয়া, স. শ. (সং, নদী, নৈ) মাটিৰ, পানী cetta ofaxy, a kind of large earthen vossel for water. নদীয়া, স. শ. (সং. নদী, নৈ) মাছ-মৰা ভোম, জালোৱ, a fisherman (an euphemism). মন, স, শ, { সং. ননন্দ) স্বামীৰ ননন্দী, ভনীয়েক, a husband's younger sister. . শ, স. শ. বৃন্দাবনৰ গুৱালৰ অধিপতি আৰু কৃষ্ণৰ তোৰনীয়া বাপেকৰ নাম, the name of the bead cowherd of Vrindabana and foster father of Krishna. নন্দ, স. শ. (সং. নন্দন--ন, আনন্দিত কৰ, পুত্ৰৰ পৰা আনন্দ হয়। পুল, a son. (খী ) নন্দনী। নন্দন, স. শ. {সং. ননৱন-নন্দন, ৰং লগোৱা+ ৱন, হাবি) ইৰ ফুলনি ara, India's garden. নন্দি, স. শ. শিৱৰ এজনা পাৰিষদৰ নাম, নন্দী, { I the name of one of Siva's atteudlants. নন্দিনী, স. শ. (সং. নলিনী, জী--নদ, আনন্দিত ক) পুঞ্জী, নন্দনী, জী, a daughter. নপৰিয়া, বি. { অং. ন+ পাৰ, পাৰগ ই : কাৰ্য কৰিব নোৱৰ) পড়িত, নবিয়া; যেনে, গোৰ্সাই ঈশ্বৰ নপৰিয়া হৈছে, sick, ill. স. শ. পঁড়া. ৰোগ, illness. ( ভকতীয়া মাত)। নপুংস, স, শ, {সং. নপুংসক--ন, নোহোৰ +পুংস, পুৰুষ) তিৰোতা আৰু মৰ সম্পূৰ্ণ অঙ্গ নথকা মানুহ, পুৰুষ-শক্তি ন থকা মত; খাহী কৰা মুনিহ, a person having neither the malo nor the female orgau fully cleveloped, an impotent man, a encla. f. 761 আৰু ভিৰোৰ সম্পূৰ্ণ অঙ্গ নথকা; লিতা, পুৰুষ-শক্তিহীন, impotent, laving seither the male nor the female organ fully developed. , নবীন, বি. (সং. নৱীন-নৱ, নতুন) নতুন, ন, ney, নবৈ, “নৱৈ” চোৱা। নোমওল, স. শ. (সং, মডোমণ্ডল, আকাশ + মণ্ডল, গোল } আকাশ, the sky. নম, স (সং, ন, মূৰ দেৱা) সেৱা কৰ, প্ৰণাম ক; যেনে, “হেয় কৃষ্ণক acat", to bow down to, to salute. নমস্কাৰ, স. শ. {স নমস্কাৰ-নমঃ, সেৱা