পৃষ্ঠা:হেমকোষ.pdf/৫২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

to or living in a city. 4. 4. 278444 Conta, a citizen. নগা, স. শ. (সং. নগ্ন, নাঙ্গঠ) উজনীৰ শিবসাগৰ জিল্লাৰ পূব ফালৰ পৰ্বতবিলাকত থকা এবিধ মানুহ; সিহঁত প্ৰায় না, the generic name of certain large and powerful tribes, iuhabiting the hills beyond the Sibsagar and Lakhimpur frontiers. (1) affianti গা-টেঙ্গা, স. শ. পূৰ্বে নগা পৰ্বতৰ পৰা অনা এবিধ গছ, তাৰ টেঙ্গা ফল, a kind of acid fruit and its tree originally Ironght from the Naga hills. নগাঢৰি, স. শ. এবিধ বহল কাঠীৰে সজা 99 fra ofa, a kind of large bamboo-mat. নগ-মাকো, সু. শ. নগই কৰা এবিধ ডাঠ কাপোৰ, তাৰ কোনো খান দীঘল আঁচ 167, a kind of coarse Naga clutli. গ-মত দি, মিছা মাত, আগৈ মত, { deny. গুৰ-শান্তি, স. শ. (সং. উশান্তি, ডাহৰ দণ্ড } বৰ শান্তি, উগ্ৰ দণ্ড, a severe punishment. নগ্ন, বি. (সং, নগ্ন—ন, লাজ পা) নাঙ্গা, fazę, naked. ন-ঘৰীয়া, বি. (অং. ন, নতুন+ঘৰ, গৃহ) আন ঠাইৰ পৰা আহি মকৈ ঘৰ-লোৱা, ন-ভগনীয়া, newly settling at a plaee. নঙ্গলা, স. শ. পদূলি-তেঁটা মাৰি, পদুলিৰ দুৱাৰ মৰা ডা; পদূলি; যেনে, মই নলত থিয় হৈ আছিলো, the lan of a gateway, a gateway. নচুৱা, স, ধ, নাত নিযুক্ত কৰু, to cause to dance. কুদ, স. নচুৱাওঁত, (স্ত্ৰী) নচুৱতী। নচেৎ, ক্ৰি. বি. (সং. নচেৎ—ন, নাচে, হয়। যদি এনে নহয়, নতুবা; যেনে, তুমি আহিবা মটেও মই ঘৰলৈ যাম, if not, otherwise নঞ সমা, স. শ. এস. ন সমাস—ম, ন+ সমাস, অনেক পদৰ, যোগ) অভাৱ বা নিষেধ বুজোৱা নকৰে সৈতে অল্প শব্দৰ যোেগ; যেনে, ন+ব্ৰাহ্মণ, অব্ৰাহ্মণ, a form of compound of which a negative particle is the first member. নটু, স. শ. (সং. নট-নটু, নাচ) নচেতা, এজাতি মানুহ, a «lancer, a taste or c:lass of people of Assam. নটনী, স. শ, নট-জাতিৰ তিৰোতা, a each Wonian. নটিনী, স, শ. (সং. নটী শব্দৰ অপভ্ৰংশ। নাচনী, নাচনিয়াৰ ভিৰী; (এই ব্যৱসায় কৰা তিৰোতা পায়ে বেশ্যা হয় এষ্টেকে

  • itt, a dancing woman, pro-

stitute. নটী, স, শ. ( সং, মটী--মট শব্দৰ জীলিঙ্গ) নাচনিয়াৰ তিৰোত; নাচোৰ ভাৰ্যা,

  • T, a dancing girl, a professional

cancers wile, a prostitute. মটুৱা, স. শ. (সং.. নাট, নাচন) তিৰোতা বা মুতাৰ বেশ লোৱা নাচনিয়াৰ লৰা; ভাৱনাত ভাও লওঁ, a dancing boy dressed as a male or female, an actor, ন, কদ. বি. (সং. নন, মূৰ দোৱা) বেকা হোৱা দেখোৱা; মূৰ চাপৰোৱা; নমস্কাৰ কৰা, beat, bowing. নতি, স. শ. (স., নত--নম্, মুৰ চাপৰ) নমস্কাৰ, সেৱা, প্ৰণাম, obeisance, a bow. . নতুন, বি. (সং. নূন, ন} ন, পুৰণি নোহোৱা, নবীন, iew, fresh. নতুনকৈ, ক্ৰি. বি. নকৈ, আক, afresh, newly, again. নতু, পৃ. অব্য. (সং, ন, নাই) নতুবা, নাইবা, অথবা, কিম্বা, or, or else, if not, ন-ছোৱা, বি. (অং. ন, না + আঁকোৱা, পৰিষ্কাৰ কৰু) পৰিক্ষাৰ নকৰা; যেনে,