পৃষ্ঠা:হেমকোষ.pdf/৫১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্মমণ্ডলী ধৰ্মেৰ আপোনাৰ ধৰ্ম্ম এৰি আন ধৰ্ম্ম লোৱা, fallen from virtue or piety, desert- ing one's own faith. ধৰ্ম্ম-মণ্ডলী, স. শ. (সং. ধৰ্ম্মমণ্ডলী-ধৰ্ম্ম, ঈশ্বৰ উপাসন+ মণ্ডলী, চক্ৰ) ঈশ্বৰৰ উপাসকবিলাকৰ চক্ৰ, এক ধৰ্ম্মত প্ৰবৰ্তী মানুহৰ সমাজ, ধৰ্ম্ম সভা; যেনে, হিন্দু- ধৰ্ম্ম-মণ্ডলী, a church, an assembly of perxolis professing the same religion. ধৰ্ম্মময়, বি. { সং. } ঈশ্বৰৰ সেৱাত, ন্যায় বা সৎ কৰ্ম্মত ৰত, zeligious, righteoals, moral. ধৰ্ম্মমূৰ্ত্তি, স. *. (সং. ধৰ্ম্মমূৰ্তি-ধৰ্ম্ম, ন্যায় +মূৰ্তি, আকৃতি, মানুহৰ আকৃতি লোৱা ধৰ্ম্ম ) বপৰায়ণ বা ন্যায়ৰস্ত লোক, ধাৰ্মিক মানুহ, a virtu(211s errob, ধৰ্ম্ম-কৃ, “ধৰ্ম্মপাল” ছো। ধৰ্ম্মৰাজ, স. শ. {স, ধৰ্ম ৰাজন -- ধৰ্ম্ম, পুণ্য + ৰাজ, প্ৰজাপালক মৃতকৰ পাপ পুণৰ বিচাৰ কৰোতা, যম ৰাজ; যুধিষ্ঠিৰ, Yama, king of the dead. A title of Yadhisthira, who was mythically a son of Yama. ধৰ্ম্ম, স. শ{সং.) ধৰ্মযুক্ত, ঈশ্বৰ- ধৰ্ম্মবান্, পৰায়ণ; সৎ কৰ্ম্মত ৰত, ন্যায়ৱান, pious, righteous. (1) 400 ধৰ্ম্মশাল, স. শ. {স, ধৰ্মশালা-ধৰ্ম্ম, স্থায় + শলা, ঘৰ। ৰজাৰ বিচাৰৰ ঘৰ, a court of justice. ধৰ্মশাস্ত্ৰ, স, শ. (সং. ধৰ্ম্মশাস্ত্ৰ---ধৰ্ম্ম, ঈশ্বৰৰ সেৱা বা স্থায় + শাস্ত্ৰ, পুথি ) ঈশ্বৰৰ সেৱাৰ নিয়মৰ, ন্যায় বিচাৰৰ বা সৎ কৰ্ম্মৰ উপদেশ দিয়া পুথি, a religious scrip ture, 2 code of Hindu law which is supposed to be of divine origin. ধৰ্মশীল, বি. পুণ্যাত্মা, ঈশ্বৰপৰায়ণ, স্থায়ৱান, সৎ কৰ্ম্মত ৰত, pious, righteous, just (স্ত্ৰী) ধৰ্ম্মশীলা। ধৰ্মসংহিতা, স. শ. (সং. ধৰ্মসংহিতা---ধৰ্ম্ম, কায় + সংহিতা, সংগৃহীত পুথি) কোনো এজনা ঋষিয়ে সংগ্ৰহ কৰা ন্যায় বিচাৰৰ বিধি থকা পুথি, ধৰ্মশাস্ত্ৰ; যেনে, যমু- 72fzut, a code of Hindu las sup- Josed to be of livine origin. ধৰ্ম্মা, বি. (সং. ধৰ্মাত্মন ধৰ্ম্ম, পুণ্য আত্ম, প্ৰাণ) পুণ্যৱন্ত; ন্যায়ৱন্ত, pious, righteous. স. শ. পুণৱন্ত বা দ্যায়ৱন্ত CTF, a pious or righteous person. ধৰ্ম্মানুষ্ঠান, স. শ. (সং. ধৰ্ম্মানুষ্ঠান-ধৰ্ম্ম, পুণ্য + অনুষ্ঠান, কাৰ্য) ধৰ্ম্ম-চৰ্চ্চা, সদা- চৰণ, ন্যায় আচৰণ, exercise (of religion Or yorality. ধৰ্ম্মান্ধ, বি. (সং- ধৰ্ম্মান্ধ~-ধৰ্ম্ম, ঈশ্বৰ উপা- সনাৰ ৰীতি + অন্ধ, শ্ৰা) যুক্তিলৈ নেচাই আপোনাৰ ধৰ্ম্মত বিশ্বাস, আৰু লোক ধৰ্ম্মক ঘিণ কৰা, bigtel. স. শ. সেই ৰূপে আচৰণ কৰা লোক, a hirtyt. ধৰ্ম্মান্ধতা, ও. শ. (স.) ধৰ্মান্ধৰ গুণ বা 7579, bigotry. ধৰ্মাৱতৰ, স. শ. (স. ধৰ্মাৱতাৰ-ধৰ্ম্ম, পুণ্য বা ন্যায় + অৱতাৰ, আবিৰ্ভাৱ ) মানুহৰ আকৃতি ধৰা পুণ্য বা ন্যায়বিচাৰ, an incarnation of picty or justice. ধৰ্মাৱলম্বী, বি(সং. ধৰ্মাৱলম্বি - ধৰ্ম্ম, ঈশ্বৰৰ উপাসনা + অৱলম্বিন, আশিত ) কোনো এক ধৰ্ম্মত আশ্ৰয় কৰা; যেনে, formát693), following a particular religion. ধষ্ঠি, বি. (স.) ধৰ্ম্মম্মল, পুণ্যৱন্ত। শ্যায়ন, pious, rigliteous. ধৰ্মী, বি. (সৎ, ধৰ্ম্মি, ধৰ্ম্ম, সৎকৰ্ম্ম, স্বাভা- বিক গুণ + ইন্) ধৰ্ম্মপৰায়ণ, ধৰ্ম্মল; কোনো এক স্বাভাৱিক গুণযুক্ত; যেনে, শীতধৰ্ম্মী (শীতল গুণযুক্ত }, pious, religious, characterized by a parti- cular quality. ধৰ্ম্মো, স. শ. {সং. ধৰ্ম, ধৰ্মৰক্ষক, ধৰ্ম +ত্ৰৈ, ৰক্ষা কৰু ধৰ্মৰ প্ৰতিপালনৰ নিমিত্তে শূদ্ৰ মহন্তক দান কৰা মাটি, a laßded estate granted to a Sudra pries