পৃষ্ঠা:হেমকোষ.pdf/৫১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰুফৰি ৪৯২ writhe, to foruder, to toss about in pain. ধৰি, ধৰি, “ধৰ্ষণি” চোৱা। ধৰ্ম্ম, স. শ. (সং. ধৰ্ম্ম---ধ, আটকি ৰাস্থ ) স্বাভাৱিক গুণ, কেতিয়াও লৰচৰ হব নোৱৰাকৈ লাগি থকা গুণ; যেনে, জুইৰ ধৰ্ম পোৰণ, জীৱ-জন্তুৰ ধৰ্ম্ম মৰণ; অভ্যা- সৰ পৰা হোৱা স্বভাৱ; যেনে, চোৰৰ ধৰ্ম্ম চুৰ কৰা; পূৰ্বৰ পৰা চলি অহা ৰীতি; যেনে, লোকক নিন্দা কৰা যাৰ কুল-ধৰ্ম্ম, নয়ায়; যেনে, ধৰ্ম্মত থাকিলে ভয় নাই; ঈশ্বৰ শ্ৰা পৰকালত বিশ্বাস, ঈশ্বৰৰ উপাসনা; পৰালত সুখ পাৰ আশাৰে কৰা কাৰ্য্য; সৎ কাৰ্য, পুণ্য; যেনে, দুখীয়াক দয়া কৰিলে ধৰ্ম্ম হয়; কোনো এক জাতিৰ ঈশ্বৰ-উপাসনাৰ নিয়ম; যেনে, হিন্দুৰ ধৰ্ম্ম, খ্ৰীষ্টীয়নৰ ধৰ্ম্ম; যম, an inierent quality, at characteristir, natural disposition, usage or practice, rightonusness, justice, faith in God and in a future state; a ceremony performed with the hope of attaining felicity after death; piety, religious merit, a religion, a persuasion, a name of Yama, the judge of the dead. ধৰ্ম-কৰ্ম, স. শ. (সং. ধৰ্মকৰ্ম্ম--ধৰ্ম্ম, পুণ্য +কৰ্ম্ম, কাম } ঈশ্বৰক তুষ্ট কৰিবৰ বা পৰকালত সুখ পাবৰ আশাৰে কৰা কাম; লোকৰ উপকাৰ হোৱা কাম, a religious ceremony, charity. ধৰ্ম্ম-কাৰ্য, ধৰ্ম্ম-কৃত্য, “ধৰ্ম্ম-কৰ্ম্ম ” চোৱা। ধৰ্মগুৰু, স. শ. (সং. ধৰ্মগুৰু-ধৰ্ম্ম, ঈশ্বৰৰ উপাসনা+গুৰু, মান্য লোক) ধৰ্ম্মশিকাওঁ, a religions instructor. ধৰ্ম্মচৰ্চা, স. শ. (সৎ, ধৰ্মচৰ্চা-ধৰ্ম্ম, সৎ কাম+চৰ্চা, অভাস ) সৎ কাৰ্য্য বা পুণ্য কৰ্ম্মৰ আলোচনা বা অভ্যাস, the exercise of religion or virtue. ধৰ্মচিন্তা, স. শ. (সৎ, ধৰ্ম্মচিন্তা-ধৰ্ম্ম, ঐ+ চিন্তা, চৰ্চা) ঈশ্বৰত মন লগোৱা কাৰ্য্য, ধৰ্ম্মৰ্জা, সৎ কৰ্ম্মৰ আলোচনা, medi- tation upon God, virtuous reflec- tion, exercise of religiou. ধৰ্ম্মচ্যুত, “ধৰ্ম্ম-প্ৰষ্ট” চোৱা। ধৰ্ম্মজ্ঞ, বি. (সং. ধৰ্ম্মক্ত – ধৰ্ম্ম, সৎ কাৰ্য + জা, জান্) ঈশ্বৰ, পৰাল, স্থায় বা সৎ কাম নো কি তাক জনা,' (4)versant with religious luties, knowing what is virtue, morality or justice. ধৰ্ম্মজ্ঞা, স. শ. { সৎ, ধৰ্ম্মজ্ঞান-~~-ধৰ্ম্ম, সৎ- কৰ্ম্ম + জ্ঞান, বোধ ) সৎ কাৰ, নায়ৰ বা ঈশ্বৰ উপাসনাৰ বোধ, knowledge (if virtue, justice, or religious duties. ধৰ্মপৰায়ণ, বি. (সং. ধৰ্ম্মপৰায়ণ—-ধৰ্ম্ম, সৎ কৰ্ম্ম + পৰায়ণ, ৰত) সৎ কত ৰত; ঈশ্বৰৰ সেৱাত নিযুক্ত, rights:tots, vious, ধৰ্ম্মপৰায়ণত, ৫. শ. (স.) ধৰ্ম্মত ৰতি,

      • 44, piety, righteousness.

ধৰ্ম্মপাল, স, শ, ( স. ধৰ্ম্মপাল, ধৰ্ম্ম- ধৰ্ম্মপালক, পালক --ধৰ্ম্ম+পাল, ৰক্ষা কৰ) সৎ কামৰ আৰু ঈশ্বৰৰ সেৱাৰ বিঘিনি নাশ কৰোত; ন্যায় বিচাৰ কৰোতা; ৰাজা; ধৰ্ম্ম-শিক্ষক, defeniler of religion and morality, door of justice; a kiny, a spiritual in- structor, ধৰ্ম্মপাল, স, শ, ( স. } ধৰ্ম্ম-ৰক্ষা কৰা কাৰ্য, ঈশ্বৰৰ সেৱা আৰু স্যায় আচৰণ

      • tur, observance of the duties

of religion and righteousness. বৰ্ম্মপ্ৰবৰ্তক, স. শ. (সং. ধৰ্ম্মপ্ৰবৰ্তক-ধৰ্ম্ম, ঈশ্বৰৰ বা সৎ কৰ্ম্ম +প্ৰবৰ্ত্তক, চলাওঁতা ) ঈশ্বৰৰ সেৱাৰ বা সকশখ নিয়ম চলাওঁতা, alftf***, propagator of a reli- gion, a teacher of morality. ধৰ্ম প্ৰবৃপ্তি, স. শ. (সং. ধৰ্মপ্ৰঙি ধৰ্ম, ঈশ্বৰ-সে + প্ৰবৃত্তি, ইচ্ছা) ধৰ্ম্ম কৰিবৰ ইচ্ছা, ধৰমৰ মতি, religious propensity. ধৰ্ম্ম-অষ্ট, বি. (সং. ধৰ্ম্মশ্ৰষ্টধৰ্ম, অষ্ট, পতিত) ধৰ্ম্ম-এৰা ধৰ্ম্মচ্যু, পাপ;