পৃষ্ঠা:হেমকোষ.pdf/৫১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধমনা। ৪৯০ ধৰণী ধৰ। মনা, মু. শ. ( অং. ধাম, চাঙ্গৰ ভাৰ গড় } গড়ৰ নিচিনা, অৰ্থাৎ কাটি সৰু নকৰা খৰি, গোটা কাঠ-খৰি; এতেকে কোনো কোমল বস্তুৰ মাজত টান হৈ থকা ভাগ, a large piece of firewood, a solid part in some soft substance. ধমনী, স. শ. {সং. ধমনী, জুই ফৱা) তেজ চলা সিৰ, নাড়ী, ara artery or vein. . ধী, স. শ. ( হিং, বং. ধৰ্কী, ডবি) ডাবি, a threat. ধমৃধম, অনুক, বৰকৈ জলা জুইৰ নিচিনা

  • 14, an imitativo sound tescil to

express that of a blazing fire. ধধমনি, স. শ. জল। জুইৰ শব্দ, the sound of a blazing fire. ধম্মা, অ, ধা. বৰকৈ জল। জুইৰ দৰে শব্দ , to roar, as a lire. ধধৰ্মীয়, বি. “ ধন্ধম” শব্দ কৰা, বৰকৈ জলা, বৰ তাপযুক্ত; যেনে, ধৰ্মীয় , maring or Wazing as fire. 7. শ. বৰকৈ পানীৰ ঠেল। পৰ ঠাই; যেনে, ধধমীয়াত নাও তোলা টান, that 1art. of a strean where the water being opposed by something rushes on violently . ধন্ধ কৰে, ক্ৰি. বি. ধম্ শব্দ কৰি, প্ৰবল কপে (জুই জলাত কাটে ); যেনে, ধম্ম কৰে জুই জ্বলিছে, inalking a roaring noise, as tire. ধ, অ, ধা. { তললৈ চোৰা) পোবণি বা বেদনা জন্ম; যেনে, কটা ঘাত লোণে ধৰে; ৰাগী বা মূৰ ঘূৰণি লগা; যেনে, ভাঙ্গে গাত ধৰে; ধপাতে মূৰত ধৰে; ভিতৰত সোমাই ৰবৰ কাৰণে আঁটাকৈ ঠাই পা; যেনে, ইমান বস্তু মুঠিত নবৰে; আৰম্ভ কৰু; যেনে, শুবলৈ ধৰিছে, to caus: an inflammatury pairi, intox- ication or giddinost, to have room enough, to be contained, to begin. ধৰু, স, ধ. (সং. ধ, ধাৰণ কৰ) আধাৰ হৈ ধাৰণ কৰ; যেনে, অনন্তে পৃথিৱী ধৰিছে। হাতেৰে প্ৰহণ কৰ; যেনে, তামোলখান ধা; আটকি ৰাথ; যেনে, লেজুৱে নাও- খান ধৰি আছে; কুকৰ্ম্ম বা লুকাই কাম কৰোতে দে বা আটক ক; যেনে, চোৰ ধৰিলে; বিশ্বাস কৰ বা মন; যেনে, এই কথা মনে নধৰে; ৰাগীৰ দ্বাৰা উন্মত্ত কৰ, ৰাগী লাগ; যেনে, ৰামক ভাঙ্গে ধৰিছে; পীড়া কৰ; যেনে, তাক বিষে ধৰিছে; জাল, জল (জুইত খাটে); যেনে, জুই ধৰিছে; উৎপন্ন কৰ (ফল বা ফুলত খাটে); যেনে, গছে ফুল ধৰিছে। to Loki, to contain, to cateh, to scize, to detect or seize in doing an evil deal, to trdit, to intoxicato, to give pain to, 10 kindle, la bear as fruit or flowers. ধ, স. শ. { তা, ধ, আটকি ৰাখ) দো- ডোখৰ মাটিৰ মাজৰ সীমা, সীমাৰ চিন ৰখা গালি; আচৰণৰ নিয়ম; যেনে, ধৰ Ethy 674 27365, a lonary line or mark, a rule of conduct. ধৰণু, কৃদ, স, (সং. ধৰণ---, ) ধৰা কাৰ্য, the act of catching, holiling, &c. ধৰণী, স. শ. {সং. ধৰণী-ধ, ধৰ; মানুহ আদিক ধৰি আছে, এতেক) পৃথিৱী; চাং ধৰি থকা পথালি গৰ বা ধাম; সাপৰ ব্যি উজোৱা বা কট। ঘৰ তেজ নিবাৰণ কৰিবলৈ দিয়া বা; সাপৰ বিষ উজুৱা fasta4 741 athe earth, a cross heam under a julatformi, a ligature tied to prevent the flow of blood froin a cut or the spreal of snake poison, an incantation supposed to prevent the spread of spake poison. . ধৰণী ধব, বিষ উজুৰ নিবাৰণ কৰিবলৈ সাপে কামোৰা ঠাইৰ ওপৰে মন্ত্ৰ কৰি বান্ধি দি; যেনে, মূৰত সপে খালে ধৰণী ধৰিবৰ ঠাই নাই, to tie a charrated ligature above snake bite to prevent the spread of the poison.