পৃষ্ঠা:হেমকোষ.pdf/৫১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধমক। নু ধ, স. শ. {সং, ধনু-ধ, কঁড় মাৰু ) কাড়-মৰ যতন, ধেনু; নৱম ৰাশি, a bow, the sign Sagittarius. ধনুধৰ, “ধনুৰ্ধৰ চোৱা। ধনুঞ্জণ, স. শ. (সৎ, ধনুণ--ধনু, ধেনু + গুণ, জৰী) ধেনুৰ জোৰ, a bos- string. ধনুধ, স, শ, {সৎ, ধনুধৰধনুস, ধনুধাৰী, ঐ+ ধূ, ধৰ) ধেৰে যুজোতা, it, an archer, a warrior. ধনুৰ্বিদ্যা, স. শ. (সং. ধনুৰ্পিাদ্যা---ধনুস, ধেনু + বিদ্যা, জ্ঞান ) ধেনু-কড় উত্তম- ৰূপে ব্যৱহাৰ কৰাৰ নি, arenedy, ধনুৱা, বি. (স’. ধন, টকা) ধন ভঙ্গা, ধন দি কিনা; ধনলৈ কাম কৰা; যেনে, 371 6774, costing money, obtained for money, serving for money. ধনেশ, স, শ, {সং. ধনেশ, ধনেশ্বৰ ধনেশ্বৰ, ধন, সম্পত্তি + ঈশ, ঈশ্বৰ, অধি- কাৰ শিৱৰ ভঁৰালী, কুবেৰ, a name of Kmera. ধ-গুলৈ, “গুলৈ চোৱা। ধন্দ, স, শ, (সং. সন্দেহ; বৎ. ধাধা, আশঙ্কা) সন্দেহ; বিমোৰ, toulvt, pen-- plexity. ধন উড়ালী,। স. শ. ( খ. ধন, ৰূপ-সোণ ধ-ভবালী, +উড়ালী, ৰাখো) লোক ধন ৰাখো, ধন-ক্ষক, a treasurer. ধন্য, বি. (সং. ধন্য--ধন, উপাৰ্জন ক) কৃতাৰ্থ, ভাগ্যৱ, প্ৰশংসাৰ যোগা, secessful, Incky, praiseworthy, blessedd. ধন্য ধন্য, বি. দুগুণে কাৰ্থ, দুগুণে ভাগ্যৱ, Joubly blessex), tloubly praiseworthy. ধন্যবাদ, স. শ. (সং. ধন্যবাদ -ধ, প্ৰশং- সাৰ যোগ্য + ৱদ, উক্তি কৰ) প্ৰশংসা, praise. . ধন, “ধনৰক্ষক” চোৱা। ধলোভী, “ধনলোভী” চোৱা। ধনসম্পত্তি, স. শ. {সং ধনসম্পত্তি, সোণ ৰূপ আদি বস্তু) সোণ ৰূপ আৰু অষ্ঠ বন্ধু, gold, silver and other property. ধনহীন, “ধনহীন” চোৱা। ধন্বন্তৰি, স. শ. এজনা কাশীৰ ৰজা; তেওঁ জাতি অস্ব বা বৈদ্য আছিল। হিন্দু মতৰ চিকিৎসা তেওঁৱেই প্ৰথমে উলিয়ায়। তেওঁৰ শিষ্য চৰক আৰু সুশ্ৰুত আদিৰ দ্বাৰা সি প্ৰচাৰিত হয়। তেওঁক আগৰ কালৰ হিন্দুবিলাকে বৰকৈ মান্য কৰিছিল; দেৱতা আৰু অসুৰবিলাকে সাগৰ মধোতে তেওঁ অমৃতৰ ঘট লৈ সাগৰৰ পৰা ওলাইছিল বুলি লেখা আছে, a king of Benares who was the founder of the lindon system of nedlicinu. He was dlcified by the Ilinilous and in slatta Lo have been produel from the orean when it was churned by the gods and demons. ধপচালি, শ, শ, { অং. ধপ, আঘাতৰ শব্দ } পৰত উঠি ভৰিৰে মোহৰা বা পচা কাৰ্য্য; গালি-শপনি পাৰি দমি ৰখা কাৰ্য্য, ডাবি, দপালনি, the art of thunding tipk», rebuking or threatening. ধপচালি পাব, ওপৰত উঠি খচ্‌; গালি শপনি syifa gaat fe, to tread or trample upon, to reluke, to treaten. ধপধপু, অনুক, চৰাইয়ে ডেউকাৰে আঘাত কৰাত হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that pro- duced by birıls when flapping the wings . ধপধপনি, স. শ. চৰাইৰ পাখিৰ শব্দ, the sound produced by tapping the singe. ধপধপা, অ. ধা, পাখি কোবা, পাখি কোবাই শব্দ ক; বুকু কঁপ বা লৰ; যেনে, বাঘৰ গোজৰণি শুনি বুকুৱে ধপধপাবলৈ ধৰিলে, to flap the wings, to prodvce a sound by flapping the wings, to palpitate. ধমক, স. শ. { হিং. ধমক, ভাবি) ভয় প্ৰদৰ্শন, ডাবি, a threat.