পৃষ্ঠা:হেমকোষ.pdf/৫১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮৮ হুৱা, বি. (অং. ধোদ, এলেহুৱা) লোকৰ ঘৰত পেট পুহি থকা, চপনীয়া; যেনে, ধৱা মানুহৰ কিমান আছে? বিয়া নকৰা তিৰোবাৰে সহবাস কৰা; যেনে, ধনুৰা পৈ,দ্য living at the house of another as a dependent, chabiting with a woman not legally married. . . চপনীয়া মানুহ; বাটলু, তিৰোতাৰ ঘৰত বাস কৰা মানুহ, ( নিন্দাত }, a man living at the house of another as a dependent, a man who lives at the house of his concubine (a term of abuse). ধন্, স. শ. (সং. ধন-ধনু, উপাৰ্জন কৰ) ৰূপ সোণ, বস্তু, সকলো প্ৰকাৰৰ সম্পত্তি, money, property, wcalth. ধন-গৰ্ব্ব, স. শ. { . ধনগ---ধন+ গৰ্ব, অহঙ্কাৰ ধনৰ অহঙ্কাৰ, pride (of wealth. ধন-গব্বী, বি. (সং, ধনগৰ্বিন্ধন + গৰ্বি, অহঙ্কাৰী} ধনী হোৱাৰ বাবে অহঙ্কাৰী, purso proud, ধনঞ্জয়, স. শ. (সং. ধনঞ্জয় -ধন, ধনক+ জি, জয় কৰ; ৰাজসূয় যজ্ঞ বহুত ৰজাক জিকি ধন আনিছিল, এতেকে) অৰ্জুন, a name of Arjuna, the third of the Panilavas, also the name of a large drum which was beaten by the Ahans on occasions of victory. ধনপতি, স. শ. ( সং. ধনপতিবন,++ পতি, গৰাকী) ধনৰ অধিকাৰী দেৱতা, কুবেৰ, a name of Kruera, the Indian God of wealth. ধন, স. শ(সং. ধনৰক্ষক--ধন+ ৰক্ষক, ৰাখোতা) ধনভঁৰালী, লোকৰ ধন aceito, a treasurer. ধন, বি. (সং. ধনলুব্ধ ধন + লুক, লুভীয়া) ধনলৈ লোভ কৰা, ধন-লোভী, ধনবস্ত, বি. ধনী, অধিক ধন কা, ich, ধনবান্, wealthy. স, শ, ধনী, লোক, a rich man. (স্ত্ৰী) ধনৱতী। ধনহীন, বি. (সং, ধনহীন-ধন + হীন, নথকা ধন নথকা, দৰি, দুখীয়া, poor, neudy. ধনাগাৰ, স, শ, (সং. ধনাগাৰ--ন + আগাৰ, ঘৰ) ধনৰ ভৰাল, a trea$11y. ধনাধিকাৰী,স. শ. (সং.ধনাধিকাবিন---ধন+ অধিকাৰি, গৰাকী } ধনৰ গৰাকী; মৰাৰ সম্পত্তি পাবৰ অধিকাৰ, all owner of pri)}erty, a lice. (স্ত্ৰী) ধনাধিকাৰিণী। ধনধাক্ষ, স. শ. (সং. ধাধ্যিক্ষ - ধন + অধ্যক্ষ, গৰাকী। ধনৰক্ষক, লোকৰ ধনৰ 821; 244, a treasurer, at name of Kucer, ধনাৰ্জ, স, শ,সং. ধনাৰ্জন-ধন + অৰ্জন, ঘটা} ধন ঘটা কাৰ্য, aejuisition of property. ধাৰ্থী, বি. (সং. ধনাৰ্থি:- -ধন+ অৰ্থি, বিচৰা) ধন বিচৰা, ধন ঘটিবলৈ চেষ্টা কৰা, seeking for wealth. ধনিয়া, স. শ. (সং. ধন্যাক, বং. হিং. ধনিয়া, এবিধ গুটি ) তামোলৰ আৰু আৰ লগত খোৱা এবিধ সৰু সুগন্ধি গুটি আৰু তাৰ গছ, the coriander plant and its sced, } বিঅতি অলপ, এক কণা- ধনিষ্টামান, মান; যেনে, এক ঘনিষ্ট। লোণ, very little. স. শ. এক কণা, অতি ক্ষুদ্ৰ অংশ; যেনে, পিতৃয়ে অৰ্জা ধনৰ এক ধনিষ্টাও মোৰ ঘৰত নাই, a small particle. ধনিষ্ঠা, স. শ. (সং. ধনিষ্ঠা-ধ, উৎপন্ন কৰ, শস্য উৎপন্ন কৰে, এতেকে} চৌবিশ সংখ্যাৰ নক্ষত্ৰ, the twenty-fourth lanar mansion. ধনী, বি. (সং. ধনিধন + ইন্) ধনৱান, ধন থকা, rich, wealth. ( তাসমীয়াত স্ত্ৰী পুং দুয়ে লিত খাটে; যেনে, ধনী পুৰুষ, ধনী স্ত্ৰী।) স. শ. ধন থকা লোক, a rich person. ধনিষ্টা, avaricio116. ধনলোভ, বি, (সং, ধনলোভি-ধন+ লো- ক্সি, লুতীয়া) ধনলৈ লোভ কৰা, অতি- শয়ৰূপে ধন স্পৃহ থকা, avaricious.