পৃষ্ঠা:হেমকোষ.pdf/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮৬ দ্বিতীয় ( daughter of Drunpal and the com- mon wife of the Punilarus. . ধন্দ, বি. (সং. দু---দ্বি, দুটা) দুটা, দুখান, দুজন, ty০. স. শ. বিবাদ, দন্দ, { দুজন নহলে বিবাদ নহয়, এতেকে ), a। quarrel. জু, বি. দুটা ধাতুৰ বিকাৰৰ পৰা হোৱা, (ৰগত খাটে); যেনে, দ্বন্দজ জৰ, procecling from morbid affection of two humours of the body. সমাস, স, শ. (সং. দ্বন্দসমাস—দু, দুই +সমাল, লেক পদক এক কৰণ ) আপোন আপোন অৰ্থ প্ৰাধান্য ৰাখি বহুপদ একত্ৰ কৰা এবিধ সমাস; যেনে, আম-কঠাল-লেটেকু-পণিয়াল, a forin of grammatical combination witing two or more words in the same ense. ধয়, বি. {সং. ছয়---দ্বি, দুই) দুটা { আন এটা সংজ্ঞ শব্দৰ পাচত থাকে; যে, 0979, two, n couple. দ্বাদশ, সংখা, (সং. দ্বাদশ–ধি, দুই + দশ, দহ বাৰ, trcle. দ্বাদশী, স. শ. (সং. দ্বাদশী -দ্বাদশ শব্দৰ স্ত্ৰীলিঙ্গ) দুয়ো পক্ষৰ বাৰ সংখ্যাৰ তিথি, the twelfth lunar day. দ্বাপ, শ. শ. (সং. দ্বাপৰ—ধি, হই+প, পাচ) দুই যুগৰ পাচৰ যুগ, তৃতীয় যুগ, সত্য ক্ৰেতাৰ চিৰ যুগ, তাৰ বছৰ 701 , 58, 60, the third of the four Yugas (ugus) comprising 8,61,000 years. ভাৰ, স, শ, { সং, দ্বাৰ-দ, ঢাকৃ) ঘৰৰ ওলোৱা সোমোৱা বাট; সেই ৰাট মব। বস্তু, কপাট, an entrance, a. door. দ্বাৰকা, স. শ. মালাবাৰ উপকূলৰ গুৰিত বাৰিকা, থকা কৃষ্ণৰ নগৰ, তেওঁৰ ঘাই নগৰ সাগৰে নষ্ট কৰিলে বুলি কথিত 25, the city of Krishna supposedl to have existed near the Malabar coast. দ্বপাল, স. শ, (সং. দ্বাৰ'ল—দ্বাৰ, দুৱাৰ +পা, ৰক্ষা কৰ) দুৱৰী, a door-keeper. দ্বাৰা, আ. অব্য. (সং. দ্বাৰ, উপায়) দ্বাৰায়, নিযুক্ত কৰি, হতুৱাই, দ্বাৰ যেনে কোনো ঠাইত সোমাবৰ উপায়, তেনে উপায় হৈ; যেনে, অমুকৰ দ্বাৰা এই পুথি লেখা হল, ইয়াত পুথি শেখা কাৰ্যটো অমুকস্বৰূপ উপায়েৰে ঘটিল, by means of, through, by. দ্বাৰাৱতী, স, শ. “দ্বাৰকা” চোৱা। ঘৰতী, দ্বাৰী, স. শ. (সং. দ্বাৰিদ্বাৰ, দুৱাৰ) দুৱৰী, a. fikroy-keeper. দ্বি, সংখ্যা: (স.) দুই, two, দ্বিকৰ্ম্ম, বি. (সং. দ্বিকক-দ্বি, ঐ+ কৰ্ম্ম, কৰ্ম্মকাৰক } দুটা কৰ্ম্ম পদ থা; যেনে, ধিকৰ্ম্মক ধাতু, govt:rriag tire Oly- jective cases, দ্বিচং, বি. (সং. দ্বি, ঐ + চৰ, গতি কৰ) পানী আৰু বাম দুহোত চলিৰ পৰা, amphibious. , দ্বিগু, স. শ. ব্যাকৰণৰ এবিধ সমাস, তৰি প্ৰথম পদ সংখ্যা শব্দ, ৪ on (of a grammatical combination of words the first of which is a numeral. দ্বিজ্ঞ, স. শ. (সং. দ্বিজ—ধি, ঐ4- জন, ওপ; দশ সংস্কাৰ কৰিলে মকৈ ওপজাৰ দৰে হয়, এতেকে) ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য; কণীৰ পৰা জগ জন্তু, অগুজ; (Utrayana ), a purson of eithor of the tree first classes of the Hindus, an oviparous animal. দ্বিজবাজ, স. শ. (সং. দ্বিজৰাজ----দ্বিজ, ব্ৰাহ্মণ + বাজ, বজা) শ্ৰেষ্ঠ ব্ৰাহ্মণ; চন্দ্ৰ, a learned and high caste Braliman, the moon. দ্বিতীয়, সংখ্যা (সং. দ্বিতীয়—দ্বি, দুই) দুই সংখ্যা পূৰক, দুটাৰ শেষৰটো, second, দ্বিতীয়, স. শ. (সং, দ্বিতীয়-~-“ দ্বিতীয় শব্দৰ স্ত্ৰীলিঙ্গ) প্ৰতিপদৰ পাচৰ তিথি, the feminine gender of the above, the se lunar day: