পৃষ্ঠা:হেমকোষ.pdf/৫০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেৱালি। 8W8 দৌলত্। দোৱালি, স. শ. (হিং. দোবৰ, দোমোকোট, দোষো, কদ, স. দোষ দিওঁতা, দাই ধৰে, দুই তিনি বাৰ মোকোটাই বন্ধা যায় one who blames. (ী) দোষী। এতেকে) আসন আদিৰ বেতেৰে বা দোহ, কুদ, স. (সং, দোহন-দুহ, খীৰা) জৰীৰে বৈ দিয়া তলি; যেনে, চকীৰ গাখীৰ খীৰোৱা কাৰ্য্য, the act of Carta, a cane sir string bottom milking. of chairs, &e. দোহুমতি, স. শ. ভাৰ্যাৰ বায়েকৰ গিৰীয়েক, দোষ, স, শ. (সং দোষ---দুষ, বেয়া কাম the husband of a wife's elder sister. কৰ } মন্দ কাম, জগৰ, অপৰাধ, দাই; দোহাই, স. শ. (হি. বং, দোহাই, শৰণ ) দুগুণ; অঙ্গহীনতা, offence, gailt,fault, ৰজা বা আন অধিকাৰৰ নাম কৈ কৰা any baul quality, defcet, hlemish. বক্ষাৰ প্ৰাৰ্থনা, শৰণ, crying out for স, ধা, দোষ দি, 'দাই ধৰ, to blame. justico or protection in the name দোষগন্ত, বি. (সং, দোষস্ত--দোষ, ঐ। of the authorities. গ্ৰস্ত, ধৰা) জগৰত পৰা, জগৰীয়া, দোহাৰ, স, শ, { হি. দোহৰা, গুণ ওজাই charged with an offence, implicated গোৱাৰ পাচত গীতৰ যি ভাগ সকলোৱে in a crime. গায়; যেনে, সি দোহাৰত গাব পাৰে দোষণ, কদ, স, দোষ দিয়ন, the act of { সেই ভাগ ঘূৰাই ঘূৰাই যোৱা যায়, blaming , এতেকে সেই নাম ), tle chors of দোষাদোষ, স, শ. ( দোষাদোষ-দোষ, Kolog: স. শ. কাটি কৰা দুই খণ্ড বা জগৰ + অদোষ, দোষৰ অভাৱ ) দোষ দোতোথৰ; যেনে, “কৈক যাইবি নৰসিংহ নে নিৰ্দোষ, জগৰ নে নিজগৰ, offeue: practi chista," sometling out into or no offence, fault or no fault. ৫১৮০ ]vicces. অ. ধ. পুনৰয় কৰ বা ক; দোষাদোষজ্ঞান, স. শ. (স. দোষাদোৰ- যেনে, ফান্দীয়ে হাতীত ফাহ লগালে আন জ্ঞান--দোষাদোষ, ঐ + জ্ঞান, বোধ ) এটাই দোহাৰে; ওজাই গীত গাই ভাল বেয়াৰ বোধ, কোনো কাৰ্য্য উচিত দিলে পালীয়ে দোহাৰে, ta rejeat or নে অনুচিত বুজিব পৰা শক্তি, the (lo over again. faculty that decitles on lawfulness দোহেব, বি. হি. দোহৰা; বৎ. দোহাৰা, or otherwise of actions, conscience. দুগুণ } দুজাপ, দুগুণ, দুডলীয়া, (louble, দোষাৰোপ, স. শ. (সং, দোষাৰোপদোষ, স. শ. ছৈ লগোৱা নাওৰ আগৰ আৰু বেয়া কাম + অৰিোপ, স্থাপন) দোষ পাচৰ ছৈৰ মাজৰ মুকলি ভাগ, the দিয়া বা জগৰ ধৰা কাৰ্য্য; অভিযোগ; middle and open part of a boat যেনে, তাৰ ওপৰত দোষাৰোপ নকৰিবা, having a roof. the act of charging or acensing, , দোহোৰাই, ক্ৰি. বি. পুনবায়, ঘূৰাই, again, a charge, an accusation. দোষাৰোপিত, বি. (স.) দোষ গ্ৰ, জগত দৌৰাত্ম, স. শ. (স.. দৌৰাত্ম্য - দুৰাত্মা, পৰা, বীয়া, accusal. দুষ্ট ) দুষ্ট; হিংসা, উপদ্ৰৱ; যেনে, দোষী, বি. {সং. দোষি~~দোষ, জগৰ। বাধৰ দৌৰাত্মত গাওঁ গিল, wicked. ইনু) দোষযুক্ত, জগৰীয়া; যেনে, দোষী ness, oppression, ravage. মানুহ, guilty, faulty. স. শ, জগৰীয়া দৌল, স. শ. (বং দেউল, দেৱালয়) দল, মানুহ; যেনে, দোষীক দণ্ড কৰিব লাগে, দেৱালয়, দেৱমন্দিৰ, a temple. a criminal, one who has committed দৌলত, স. শ. (যা) সম্পত্তি, a fault. wealth. once more.