পৃষ্ঠা:হেমকোষ.pdf/৫০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. দোৰোণ-ফুল ৪৮৩ দোৱাল দোৰোণ-ফুল, স, শ, সৎ, দ্ৰোণপুষ্প, দোলা প, দোলাৰ দৰে মাজ খাল হ; এবিধ ফুল) এবিধ আপুনি হোৱা ক্ষুদ্ৰ যেনে, টানি নেবান্ধিলে আৱািৰ চান গছ আৰু তাৰ ফুল, a kind of wild AY777, a hollow in the middle plant, its florer. of anything like that of a dola. দোলে, স. শ. (হিং. দো, দুই) কাপোৰৰ দোলা-ভাৰী, স. শ. দুলীয়া, a pulli-beaver. দুৰ্ভজ, কাপোৰ দো মোকোট, এখান দোলপৰীয়া, স. শ. (অং. দোলা, এবিধ কাপোৰক মোকটাই কৰা দুতৰপ, the যান + কাষৰ, *তি; দোকাষৰীয়া) Eoll of a cloth, duubled to make অসম ৰজা কোনো ঠাইলৈ যাওঁতে তেওঁৰ it thicker. শৰীৰ ৰক্ষাৰ কাৰণ দোলাৰ দুয়ে কাষত দোদোল খা, ভজ ল; লেউ সেউ হ; যেনে, যোব। এখেল মানুহৰ এজন; এতেকে মদৰ ৰাগিয়ে ধৰিলে জিতাই দেখোল বজাৰ শৰীৰৰক্ষক সেনা, one (f a class 67277, to be folded, to be pliable. men whose luty it was to walk দোৰোল, স. ধ. দুতৰপ কৰি জাপ, মোকো- ou citler side of the state Scclanı টাই দুতৰপ কৰ, to fold or touble chair. as a cloth. দোষণীয়-বৰুৱা, স. শ. লেলামৰীয়া- দোৰ্থে, বি. (“ দুৰ্ঘোৰ চোৱা) গাঙ্গ, বিলাকৰ ওপৰঞ্চি বিষয়, tle lead of বৃহৎ, প্ৰবল; যেনে, দোৰ্ঘোৰ বৰষুণ, Je abuve. CH127 CD, very great, violent. দোৰ, অ, ধা. { হিং. দোৰৰ, দুবাৰ) দোৰ্দণ্ডপ্ৰতাপ, স. শ. (সং. দোৰ্দণ্ডপ্ৰতাপ পুনৰায় হ, উপশম হৈ পুনৰ চাৰ হ; দোৰ্দণ্ড, বাহু + প্ৰতাপ, পৰাক্ৰম ) যেনে, নৰিয়া দুৱচিলে বৰ টান হয়, বাহুবল, পৰাক্ৰম, ক্ষমতা, শক্তি, (lit.) to rolapso, 10 return as a disease. strength of the arms, heroism, দোৱনীয়া, স. শ. (অ. দোয়া, বিদেশী power, ভাযা) বিদেশী ভাষা বুজাতা, am দোপতি, স. শ. তৰ ৰাচ সুমোৰ কাঠ, interpreter. 157 , the batten of a loom. দোৱাই, ক্ৰি. বি. আকৌ, পুনৰ, again. দোহ, অ• ধা. (সৎ, দুল, লম্} ওলমি লৰি দোৱাৰ, স, শ, { অং. দো, দুই + ভঁৰ, যেনে, কৰ্ণত কুগুল দোলে; দণ্ড, পুনৰ দণ্ড) পুনৰ পৰিশ্ৰমৰ অৰ্থাৎ দোলনত উঠি ধেমালি কৰ; যেনে, শৰাই এবাৰ কৰা কাম আকৌ কৰিবৰ প্ৰয়োজন, FICE, to swing, to oscillate, to the state or necessity of loiny practise swinging for pleasure. . again what has already been done. দোল, কদ, স. জৰীৰে অৰা এচটা পাটত উঠি দোৱা, স. শ. { যা. জুবান, ভাষা আন ইফাল সিফাললৈ লৰা কাৰ্য, the act of এক জাতিৰ বা বিদেশী ভাষা, a foreign swinging. স. শ. সেই ৰূপে লৰি ধেমালি language. কৰিবলৈ ওলমোৱা পাট আদি, an appa- দোৱাবাৰ, ক্ৰি. বি. পুনৰ বাৰ, আৰু এবাৰ, ratus for swinging, a swing. a second time, once more. দোলা, স, শ. (সং. দোলা-দুল, ওলম) দোৱাভজা, বি. দুবাৰ ভজা (চিৰাত খাটে), মানুহে কানত নিয়া এবিধ যান, a kinal twice parched. of litter. স. ধা, দোলাত তুলি এফালৰ দোৱাল, স. শ. (হি. দে, অ. দুই, দ্বিতীয়) পৰা আন ফাললৈ পৰা; যেনে, লৰাক মূল বা ঘাই কামত বাজে আন কাম, দোলাইছে, to cause to swing. কুদ, Chap 297, work other than that স, দোলাওঁতা, (স্ত্ৰী) দোলাভী। assigned to a particular officer,