পৃষ্ঠা:হেমকোষ.pdf/৫০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশী so দৈয়। অন্য দেশলৈ যোৱা, নিজ দেশ এৰি অন্ত দেশত বাস কৰা, migrating to, and settling in a foreign country. দেশ, বি. (সং. দেশীয়, দেশৰ ) নিজ দেশত উৎপন্ন, নিজ দেশৰ; যেনে, দেশী কাপ, belonging to or produced in one's own country . দেশে দেশে, ক্ৰি. বি. বেলেগ বেলেগ দেশত, 786 Chate, in every country. দৈহ, স. শ. (সং, দেহ—দিহ, সংগ্ৰহ ক) শৰীৰ, গা, the body. দেহতত্ব, স. শ. (সং. দেহতত্ব—দেহ, শৰীৰ+ ভঞ্জ, স্বৰূপ) জন্তু আৰু গছৰ শৰীৰ আৰু ইন্দ্ৰিয় বা অঙ্গবিলাকৰ প্ৰকৃতি আৰু কাৰ্য্য gatay fast, physiology. দেহযাত্ৰা, স. শ. {স. দেইখাল--দেহ, শৰীৰ + যাত্ৰা, গমন) দেহ ৰক্ষাৰ উপায়, ভাতকাপোৰ, জীৱিকা, food and rai- ment, living দেহি, ডা. অ, {সং. দেহ, শৰীৰ) লোক দুখ দেখি আপোনাৰ গাতে দুখ পোৱা যেন ভাব বুজাই পুতৌ কৰা মাত; যেনে, আই ঐ দেহি লৰাটি দেখো শুকাই হাড় ছাল হে আছে, an interjection ex- pressing extreme tenderness or pity towards otte in distress, দেহি ঐ, ভা. আ. কোনো মৰমৰ মানুহক অকস্মাত সঙ্কটত বা আপদত পৰা দেখি দুখ প্ৰকাশ কৰা মাত; যেনে, দেহি ঐ মোৰ ভৈয়াৰ কি হল, am interjection expressing sympathy at a sudde misfortune of a heloved person: দেহিখানি, স. শ. ( অং. দেহখানি, দৈহিডুখৰি, দেহভুখৰি, শৰীৰটি, শৰীৰ- টি যেনে, তেনে প্ৰিয়) বৰ প্ৰিয় লোকক মত মাত; যেনে, দেহিডুখৰি, কি

  1. fant? a word used in addressing

a beloved person, my love. দেহী, বি. (সং. দেহিন-দেহ, শৰীৰ) শৰীৰযুক্ত; এতেকে প্ৰাণ, having a body. স. শ, জীৱজ, a living being. দেহ-পাণ, সশ. (সং. দেহপ্ৰাণ দেহ, শৰীৰ +প্ৰাণ, আত্মা) শৰীৰ আৰু প্ৰাণৰ তুলা মৰমৰ বোক বা কোনো বস্তু; যেনে, সেই ঘোড়াটা তেওঁৰ দেহপ্ৰাণ, a very beloved person or thing. দৈ, স. শ(সং. দধি, বং, দই; হিং, দহী, গোট মৰা গাখীৰ) গোট মৰা গাখীৰ, curdled milk. “দৈ গাখীৰ” এনেও হয়। দৈ, স. শ. (সৎ, দো, কাটি বেলেগ কৰ) পাতলকৈ তুলোৱ কাঠী, মিহি কাঠা, a fine splint of bamboo, &c., for basket work. দৈকলা, স. শ. এবিধ পানীত চৰা কলা- বৰণীয়া চৰাই, a kind of aduatic pirst of a black color. দৈত্য, স. শ. (সং. দৈতা~-দিতি, কাশ্যপৰ এজন ভাৰ্য) কাশ্যপৰ পৰা দিতিৰ গৰ্ভত হোৱা এক শ্ৰেণীৰ লোক, অসুৰ, mac, a lennon, a Titan. দৈত্য-গুৰু, স. শ. (সং, দৈত্যগুৰু-দৈতা, ঐ + গুৰু, শিক্ষক) শুক্ৰ মুনি, a name of Sukra, the teacher of the demous. দৈত্য-মতা, স. শ. কাশ্যপৰ ভাৰ্য, দিতি, a title of Diti, wife of Kashyapa. দৈত্যাৰি, স. শ. (সং. দৈত্যাৰি-দৈত্য, অসুৰ+অৰি, শক্তি) বিষ্ণু, কৃষ্ণ, a name of Vislinu or Krislina. দৈনিক, বি. (সৎ, দৈনিক—দিন, দিৱস। নিতে হোৱা বা কৰা; এদিনীয়া; দিন, দিনৰ ভাগত হোৱা; যেনে, দৈনিক wife, daily, dimual. *. .fo. দিনৰ ঘটনাৰ বা কাৰ্য্যৰ বিবৰ, a diary. দৈন্ত, স, শ, (সং. দৈস্য--দীন, দুখীয়া) দীন, দুখীয়া অৱস্থা, poverty. দৈয়ন, স. শ, (অৎ. দৈ, গোট মৰা গাখীৰ) বিয়াৰ দিনা প্ৰভৃষতে দৰা আৰু কাক নিজ নিজ শোৱা খোটালীৰ দুৱাৰ মুখত বহুৱাই এপাত পণেৰে সিবিলাকৰ গাল, বাহ আৰু ভৰিত ৰৈ গাখীৰ সনা কাৰ্য, the ceremony of nointing the