পৃষ্ঠা:হেমকোষ.pdf/৫০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেৱ। ৪৭৯ দেশান্তৰী। দেৱল, স. শ. (সৎ, দেৱ-দেৱ, দেৱতা ) দেৱলীয়া ঠাকুৰ, লোকৰ নিমিত্তে মূৰ্তি পূজা কৰি জীৱিকাকৰা বামুণ (এনে বামুণনীহ}; • এজন ঋষিৰ নাম, a Bralman who wor- ships an idol in a temple and sulosists upon the offerings made to the image; the name of a sage. দেৱলীয়া, বি, (অং. দেৱাল, মঠ) দেৱালত কাম কৰা, দেৱালৰ, belonging to th tre. শ. শ. দেৱালত কাম কৰা মানুহ, 3 person belonging to a temple. দেৱ-লে, স. শ. (সং, দেৱালোক-দেৱ, দেৱত+লোক, স্থান) দেৱতাৰ ঠাই, স্বৰ্গ, heaven. দৈৰ, স. শ. (সং, দেৱ-দেৱ, দেৱতা+স্ব, বস্তু) দেৱতাৰ বস্তু, দেৱতাক দিয়া সম্পত্তি, property given for the support of a templu, anything consumated to a yod. দৰপহাৰক, স. শ. { সদস্যপহাৰক- দেৱ, ঐ-- অপহাক, চোৰী দেৱতাৰ বস্তু চুৰ কৰোতা বা নিওঁ, one who steals or takes away a thiny given to a yod or temple. দেৱাৎ, বি. (সং. দেৱাংশ, দেৱতাৰ অংশ) দেওলগা; ভৌতিক, পৈশাচিক; যেনে, Chat ay, spirit-like, possessed by a spirit. দেৱাঙ্গ-বান, স. শ. (সং, দেৱ, দেৱতা+তাঙ্গ, শৰীৰ+ বসুন, কাপোৰ) দেৱতাই পিন্ধা কাপোৰ, দেৱযোগ্য বস্তু; এতেকে অতি to tha, the clothes of a (od. দেৱাঙ্গ-ভুষণ, স. শ. ( সৎ, দেৱ, দেৱতা + অঙ্গ, শৰীৰ +ভূষণ, অলঙ্কাৰ) দেৱতাৰ অলঙ্কাৰ, উত্তম অলঙ্কাৰ, a divine oima- ment. দেৱানী, স. শ. (যাং.) স্বত্ব ৰক্ষাৰ নিমিত্তে গোচৰৰ ঠাই, a civil court. “দেৱানী আদালত” এনেও হয়। দেৱাল, স, শ, (সং. দেৱালয়; হিং. দিৱাল, দেৱমন্দিৰ) মঠ, দেৱতাৰ ঘৰ, a temple, দৈৱালয়, স. ম. {সং. দেৱালয় ---দেৱ, দেৱতা + আলয়, ঘৰ দেৱমন্দিৰ, a temple. দেৰী, স. শ. (সং. দেৱী---“দেৱ” শব্দৰ স্ত্ৰীলিঙ্গ) দেৱতাৰ ভাৰ্য্য, গোসানী; দুৰ্গা; ব্ৰাহ্মণৰ তিৰোৰ উপাধি; যেনে, অম্বিকা দেৱী; ৰজাৰ পাটমাদৈৰ উপাধি, a goddess, especially Durga; an epithet applied to a Brahman wo- man or tu a queen. দেৱেব, স, শ, (স. দেব, দেৱতাক দিয়া সম্পত্তি দেৱতাব পূজা চলাবৰ কাৰণে দিয়া নিৰ মাটি, ladied granted free of rent for the support of a temple. দেৱোত্তৰীয়া, বি. দেৱোত্তৰ-সম্বন্ধীয়, relat- ing to the cudownsent of a temple. দেশ, স, শ, (সংদেশ ---দিশ, দেখা। পৃথিবীৰ এক খণ্ড, কোনো এক ৰজাৰ শাসনৰ অধীন, পৃথিবীৰ এক ভাগ, a. country, : province, a region. দৈশাচাৰ, স. শ. (সং. দেশাচা—দেশ, ঐ + আচৰি, চলন } কোনো এক দেশত আগৰ পৰা চলি অহা নীতি, দেশৰ 1787, custom of the country, lural practice. দেশাধিকা, স. শ. (সং. দেশাধিকাৰি-- দেশ, ঐ + অধিকাৰি, গৰাকী) ৰা; এক দেশৰ কোনো এক ভাগ শাসন Práttt, a king, the governor of a province. দেশান্ত, স, শ. (সং. দেশান্তৰ-দেশ, ঐ+ অন্তৰ, পৃথক) আন এক দেশ, বিদেশ; যেনে, দেশান্তৰৰ পৰা অনা বস্তু, another country, a foreign country. দৈশান্তৰি, বি. (সৎ- দেশ, ঐ + অন্তৰিত, আঁতৰোৱা) আন এক দেশলৈ খেদোৱা, দণ্ডম্বৰূপে স্বদেশৰ ৰাজ কৰা; যেনে, ৰজাই দোষীক দেশান্তৰিত কৰে, ban- ished, exiled. দেশান্তৰী, বি. (সং, দেশান্তৰ, বিদেশ)