পৃষ্ঠা:হেমকোষ.pdf/৫০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখাদেখিকৈ। ৪৭৮ দেৱৰ্ষি। দেখাদেখিকৈ, ক্ৰি. বি. এটাইআনটোক দেখি; যেনে, আমি দুয়ো দেখাদেখিকৈ খাওঁ; প্ৰকাশিতৰূপে, মুলুকোৱাকৈ; যেনে, চোৰে দেখাদেখিকৈ চুৰ কৰি নোৱাৰে, reeing each other, openly, publicly. দেখাশুনা, বি. দেখি শুনি শিকা, জনা- বুজা; যেনে, ডেঙ্গৰ কাৰ্যত দেখাশুনা মানুহ লগাব লাগে; স্পষ্ট, ওলাই থকা, গুপ্ত নোহোৱা; যেনে, দেখাশুনা কথা, having practical knowledge, plain, manifest. দেখাশুনাকৈ, কি, বি. দেখাই, মুলুকোৱাকৈ, openly, publicly. দেখুৱা, স. ধা, “দেখা ” চোৱা। দেখৈয়া, স. শ. ( হিং.. দেখুৱৈয়া, দেখো। দেখো, চাওঁ, a spectator, দেখোতা, কদ, স. যি পুৰুষে দেখে, a man who sets. (স্ত্ৰী) দেখতী। দেখানেদেখু, বি. দেখোতেই নেদেখা হোৱা, সৰহ বেলি ৰৈ নথকা, ওলায়েই মাৰ যোৱা; যেনে, বিদুলিৰ চমক দেখানেদেখ, visible for a moment only, দেদীপামান, বি. {সৎ, দেদীপামান—দীপ, পোহৰ কৰ) প্ৰকাশিত, জলি থকা, sfato, shining intenscly. দেদেৰ, স. শ. (সৎ, দ, খ) ঘঁহনি লাগি খৰে ধৰাৰ দৰে ছাল ছিগা ক্ষত, abrasion of the skin. দেদেৰা পৰ, দেদেৰ পৰ, ঘঁহনি লাগি ছাল ছিগি য; যেনে, লেজুৰ ঘঁহনি লাগি হাতৰ ঠাৰিত দেদে খালে, to be rubbed off as the skin. দেয়, বি. (সং. দেয়—দা, দি) দিবৰ বোগ্য, fit or proper to be given. দেৰদে, অ, ধা. {সৎ, দ, ছাল ছিগি যোৱা ৰোগ) ছাল ছিগি যোৱা বা ঠেৰেঙ্গা হোৱা যেন বোধ ক; যেনে, জিভাখানে দেদেৰাইছে, to have a chilling or chaling sensation. দেদৈৰীয়া, বি. ঠেৰেঙ্গা কৰা; যেনে, দেৰ দেৰীয়া ছো, chilling. দৈৱ-গুৰু, স. শ. (সং. দেৱ-দেৱ, স্বৰ্গৰ লোকগুৰু, শিক্ষক দেৱবিলাকৰ শিক্ষক বৃহম্পতিৰ নাম, a name of Vrihaspati, the instructor of the gods. দৈৱতা, স. শ. (সং. দেৱতা, সুৰ-দিৰ, প্ৰকাশ বা দীপ্তি কৰ; দীপ্তিমন্ত, এতেকে) সুৰ, সৰ্গৰ লোক, মানুহতকৈ শেষ্ঠ আৰু শক্তিমন্ত লোক, a gred, a cleity. দৈৱ, ও. শদেৱৰ স্বভাৱ বা গুণ, livinity. দেৱদা, স. শ. (স.. দেবদা——দেৱ, দেৱতা +দা, কাঠ) উৱৈ-গছ; সৰল গছ, a fir 1rer, (Pinas ilcoiler). দেবনাগৰ, স, শ, { সং. দেৱগৰদেৱ, দেৱতা+নাগৰ, গৰীয়া } দেউনাগেৰী, the Devanagari characters. দেৱবকা, স. শ. ( স. দেৱৰকা, দেৱ- দেৱবাণী, বাণী --~-দেৱ, দেৱতা + ক্য, ৰাণী, বচন) আকাশী বাণী, ওপৰৰ পৰা দেৱতাই কোৱা কথা, it fujt firon ahave, an oracle or oracles. দেমাতৃ, বি. (সং. দেৰমাতৃক -- দেৱ, দেৱতা + মাতৃক, মাতৃ} দেৱতাৰ অৰ্থাৎ বৰষুণৰ দ্বাৰা ৰসাল হোৱা, বৰষুণৰ পানীৰে শস্য 1917, waterel by rain. দেৱ, স. শ. { সং. দেব- -দিব, ধেমালি ক) মীৰ ভাইয়েক, দেওৰ, a hrs- band's brother. দেৱ-ৰাজু, স, শ, (সৎ, দেৱবাজ~~-দেৱ, দেৱতা+ ৰাজন, বজা) দেৱতাৰ ৰজা, 27, a title of Indra. দৈধি, স, শ, {সৎ, দেৱৰ্ষি-দেৱ, দেৱ + ঋষি, মুনি) দেৱতাস্বৰূপ ঋষি, ভপসাদিৰ দ্বাৰা ঋষি আৰু সকলো ঠাইলৈকে যাতায়াত কৰিব পৰাৰ দ্বাৰা দেৱতাৰ গুণ পোৱা লোক; তেওঁবিলাকৰ ভিতৰত নাৰদ, অত্ৰি, মৰীচি, ভৰদ্বাজ, পুলস্ত্য, পুলহ, ক্ৰতু, ভৃগু, বশিষ্ঠ, প্ৰচে, ভৰত, অধুৰু আৰু কণা, এই কেইজন stata for ente, a heavenly sage, a saint of the celestial class.