পৃষ্ঠা:হেমকোষ.pdf/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুৰ্বল, বি. (সং. দুৰ্বল --দুৰ, কীণ + বল, শক্তি) বলহীন, নিৰ্বলী, বল গুচা, weak. • (শ্ৰী) দুৰ্বল। দুৰ্বলতা, গু. শ: (সং.) বলহীনতা, weak ness. , স. শ. (সং. দুৰ্বাক-দুৰ, মন্দ + বাক্য, মাত) গালি, তিৰস্কাৰ, abusive language. দুৰ্বাদল, বি. (সং. দুৰ, ডাৰ + বাদল, লৱৰ ডাঙ্গৰ, প্ৰবল, ধাৰাৰে পৰা { বৰষুণত খাটে); যেনে, দুৰ্বাদল বৰষুণ; প্ৰবল, তয়াময়া, বৰ হাই হোৱা ( দক্ষত খাটে); যেনে, দুৰ্ব্বাদল দন্দ, leavy, as rain, great or noisy, ( as a quarrel). দুৰ্বাৰ, বি. (সং. দুৰ্বাৰ-দুৰ, উপস+ৱাৰু, বাধ। ক) নিষেধ নমনা, বাধা কৰি atfera catal, irresistible. দুৰ্বাসন, স, শ, {স. দুৰ, বেয়া + অং. বাসনা, ভাগ্য ) দুৰ্ভাগ্য, misfortune. গুৰ্ব্বাস, স. শ. (সং. দুৰ্বাস-দু, বেয়া + বাসস্, কাপোৰ; বেয়া কাপোৰ পিন্ধা) এজন ঋষিৰ নাম; তেওঁ অত্ৰি মুনিৰ পুতেক আৰু বৰ খঙ্গাল বুলি খ্যাত, the name of a saint. দুণিী, বি. (সং. দুক্মিণী-দুৰ, উপস, +ৱিনীত, নম্ৰ ) অশিষ্ট, হুঁটা, গোৱাৰ, ill-mauuered, nutie, স. শ. (সৎ, দুৰ্বুদ্ধি দুৰ, মন্দ + বুদ্ধি, বোধ-শক্তি) মন্দ বুদ্ধি, বেয়া বুদ্ধি; বেয়া স্বভাৱ বা মতি; যেনে, তাৰ দুৰ্বুদ্ধি হৈছে; বেয়া আলচ, কুপৰামৰ্শ; যেনে, লোক দুৰ্বুদ্ধি নিদি, ignorance, silliness, bad advice. দুৰ্ব্বধীয়া, বি. বেয়া বুদ্ধিযুক্ত, ভাল কামলৈ মতি নকৰা, দুৰ্বুদ্ধি, silly, not inclined to do what is good. দুৰ্বত্ত, বি. (সৎ, দুৰুত্ত --দুৰ, মন্দ, আচৰণ কৰ) দুষ্ট, leading a bad or ignominious life; unruly, unmanage- able, . দুৰ্য্যোধন দুৰ্ভগ, বি. (সং, দুৰ্গা-দুৰ, অভাৱ+ ভগ, চেনেহ) স্বামীৰ চেনেহ নোপাৱা, এলাগী, not beloved of one's husband, দুভ গীয়া, বি. (সং. দুৰ্ভাগ্য, দুপলীয়া ) দুকপলীয়া, unfortunate. দুৰ্ভাগিনী, বি. (সং. দুৰ্ভাগা, দুৰ্কপালী। দুৰ্ভাগী, দুকপালিনী, দুৰ্ভাগ্যৱতী, un fortunate (f.). স. শ. দুৰ্কপালী তিৰোতা, an unfortunate woman. দুভাগ্য, স, শ. (সং. দুভাগ্য—দুৰ্দশা) তুৰ্দশা, দুৰ্কপাল; যেনে, দুভাগ্যৰ নিগুণে, misfortune, ill-luck. fi. gostanete দুৰ্ভগীয়া, tmfortunate. (স্ত্ৰী) দুৰ্ভাগ্য। দুৰ্ভাগ্যৱন্ত, বি. দুৰ্কপলীয়া, unfortunate, (স্ত্ৰী) দুৰ্ভাগ্যৱতী। দুৰ্ভিক্ষ, স. শ. (সং, দুৰ্ভিক্ষ দুৰ, কঠিন + ভিক্ষা, মাগনৰ বস্তু। মাগিলে ভিক্ষা নোপোৱা সময়, আকাল, faznine, দুভদা, বি. {সং. দুৰ্ভেদ্য দুৰ, উপস. + ভিদ, ভেদন ক) ছিঙ্গিব বা ভেদন কৰিব নোৱৰা, দৃঢ়, impenet.able, firrn. দুভেদ্যতা, ৩. শ. (সং, ভেদিব নোৱৰা গুণ, impenetrability. দুৰ্ম্মতি, বি. (সং. দুৰ্ম্মতি--সুৰ, মন্দ+মত্তি, মন) মন্দ মতিযুক্ত, কুস্বভাৱশল, দুৰ্বুদ্ধি, vit-intentioned, স, শ, কুভাৰ, বেয়া ইচ্ছা; যেনে, অমুকে তাৰ দুৰ্ম্মতিৰ নিমিত্তে pe sites, an evil desire or pro- pensity. দুম্মুখ, বি. (সং. দুম্মুখ-দুৰ, মন+ মুখ, বদন) কটুভাষী, গালি পৰা, four- mouthed, Barsl-tungned. (7) দুম্মুখী। দুৰ্মূল্য, বি. (সং, দুৰ্মূল্য-দুৰ, বহুভ + মূল্য, বেচ) অধিক বেচ লগ, মগ, dear, not cheap. দুৰ্মূল্য, গু. শ. (সং. দুৰ্মূল্য হোৱা অৱস্থা, dearness. দুৰ্য্যোধন, স. শ. (সং. দুৰ্যোধন---সুৰ, দুখেৰে+যুধ, ৰণ কৰ} ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ te, the eldest son of Dhritarastra.