পৃষ্ঠা:হেমকোষ.pdf/৪৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দীপ্তিমন্ত। 8bby } দীপ্তিমন্ত, বি. (স.) প্ৰকাশমুক্ত, পোহৰ miferata, py, sluining, briglit. দীৰ্ঘ, বি. (সৎ, দীৰ্ঘ—দু, পৃথক কৰু) দীঘল, পুতলৰ বিপৰীত ভাগে অধিক, long. স. শ, দীঘ, দীঘলৰ জোখ, length. দীৰ্ঘজীৱী, বি. (সং. দীৰ্ঘজীৱিন—দীৰ্ঘ, দীঘল + জীৱি, জীয়া) অধিক দিন জীয়া, দীঘায়ু, long-lived. (স্ত্ৰী) দীৰ্ঘজীৱিনী। দীৰ্ঘভা, . শ. (সং.) দীঘ, দীঘল গুণ, length. দীৰ্ঘ-দশী, বি. (সং. দীৰ্ঘদৰ্শি—দীৰ্ঘ + দৰ্শিন, দেখা) দূৰৈলৈ দেখা; ভবিষ্যত বুজিব পৰা, কোনো কথাৰ আগলৈ কি ফল হৰ জানিব পৰা, far-sighted, hay- ing the gift of second siglit.

স. শ. (সং. দীৰ্ঘদৃষ্টি--দীৰ্ঘ, ঐ+

দৃষ্টি, দেখা গুণ) দূৰলৈ দেখা শক্তি; কোনো কথাৰ আগলৈ কি ফল হব, তাক gal sut; long-sight, fore-sight, prulence. দীৰ্ঘ-সূত্ৰী, বি. (সং, দীৰ্ঘসূত্ৰি—দীৰ্ঘ, ঐ+ সূত্ৰ, সূতা) এলেহুৱা, কাম কৰিম কৰিম বুলি কাল নিওৱা, lazy, idle. (স্ত্ৰী) দীৰ্ঘসূত্ৰিণী। দীৰ্ঘকাৰু, বি. (সং. দীৰ্ঘকাৰ, দীৰ্ঘাকৃতি দীৰ্ঘাকৃতি, --দীঘ+আকাৰ, আকৃতি, গঢ়) স্বীঘল-সজীয়া, দীঘলীয়া, long-shaped, ollong. . শ. দীঘলীয়া গঢ়; যেনে, কাৰ ঢাপৰ কীৰ দীঘাকৃতি, a long slape or form. দীৰ্ঘায়ু, বি. (সং. দীৰ্ঘায়ুস্-দীৰ্ঘ, ঐ+ আয়ুস, জীয়াই থকা কাল) দীঘজীৱী, বহুকাল জীয়াই থকা, long-livel. (স্ত্ৰী) দীৰ্ঘায়ুসী। দীক্ষা, স. শ. (সং. দীক্ষা-দী ধৰম শিক) দেৱতাৰ উপাসনাৰ ক্ৰম শিক্ষা, মন্ত্ৰ গ্ৰহণ,

      • , initiation into the wide of

worshipping a deity. দীক্ষিন্তু, কুদ. স. (স.) শৰণ লোৱা, গুৰুৰ পৰা ধৰ্মোপদেশ পোবা, initiated into the mode of worshipping. দুই, সংখ্যা (সং. দ্বি) এক মুনা, two. দুই-এক, সংখ্যা, অলপ, বহুত নোহাৱা, a few, some. দুই-পৰীয়া, বি. (অং দুই, ঐ+ পাৰ, নৈৰ দাতি) নৈৰ দুই পাৰত থকা, existing on both sides of a river, দুইমনা, বি. (অং. দুই+মন, চিত্ত) দুটা ইচ্ছা কৰা, দুটা কামৰ কোনটো কৰা উচিত নিশ্চয় কৰিব নোৱৰা, undecided, in a dilemina. দুঃখ, স. শ. (সং. দুঃখ-দুঃখ, কষ্ট দি ) কষ্ট, দুখ; পীড়; বেজাৰ, distress, pain, sorrow. দুঃখক, বি. (সং. দুঃখ-দুঃখ, ঐ+ক, ক) দুখ দিয়া; পড়া’জনোৱ, causing pain., trouble or sorrow. দুঃখজীৱী, বি. (সং. দুঃখজীৱি-দুঃখ + জীৱি, জীয়াই থকা) দুখেৰে জীয়াই থকা, দুখীয়া; পৰিশ্ৰম কৰি জীৱিকা উপাৰ্জন কৰা, living in distress, ppoor, liviug by manual labour. দুঃখ-দায়ক, বি. (সং. দুঃখদায়ক-দুঃখ, ঐ+ দায়ক, দিয়া) দুখ-জনোৱা, কষ্ট দিয়া; বেজাৰ লগোৱা, satising dis- truss, pain or sorrow. দুঃখ-সাগৰ, স. শ. {সং. দুঃখসাগৰ """দুঃখ, ঐ + সাগৰ, সমুদ্ৰ) কষ্টৰ সমূদ্ৰ, বৰ দুখ, অন্তু নথকা দুখ, deep distress, great misery. দুঃখাৰ্ত্ত, বি. (সং. দুঃখ-দুখ + আৰ্ত, পড়িত) দুখৰ দ্বাৰা পীড়িত, কষ্ট পোৱা, afflicted. (স্ত্ৰী) দুঃখাৰ্তা। দুঃখিত, কুদ, বি. (স.) দুখ পোৱা, কষ্ট Coryal: 7972 ****, pained, gricved, distress. (স্ত্ৰী) দুঃখিত। দুঃখী, বি. (সং. দুঃখি-দুঃখ +ইন) দুখ বা কষ্ট পোবা; বেজাৰ পোৰা, afflicted, distressed, sorrowing. 7. শ, দুঃখযুক্ত লোক, an aflicted or sorrowing man. () f. 9. *. দুঃখিনী।