পৃষ্ঠা:হেমকোষ.pdf/৪৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

a দীঘল ৪৬৭ দীপ্তিকৰ। দীঘল, বি. দীৰ্ঘ, অনেক দূৰ বাপা, পথালিৰ। দীননাথ, ম. শ. (সং. দীননাথ দীন, বিপৰীত কালে অধিক, long. (স্ত্ৰী) দুখীয়া + নাথ, পালো) দৰিদ্ৰক দীঘলী। স. শ. দীঘা, দীঘ, কোনো পালো, a supporter of the বস্তুৰ অধিক দূৰ ব্যপ ফল; যেনে, poor. কপাৰ দীঘল পুতল, tengtl. দীপ, স. শ. (সং. দীপ--দীপ, পোৰ ক) দীঘল দি প, ডাৰ এডালৰ নিচিনা হৈ পৰ, চাকি, প্ৰদীপ, a lanj, Feat 4*, to fall prostrato. দীপ-কাঠী, স. শ. (সং. দীপু, ঢাকি+কাঠী, দীঘলী-বাটু, স. শ. (অ. দীঘলীয়া, দীঘল পাতল সৰু বাহ বা কাঠ) এমূৰত + বাট, পথ } একাঠালীৰ পৰা আন আদি লগোৱা আৰু আঁহা একেঁঠালীলৈ যোবা দীঘল, ঠেক বাট, মাৰিলে জুই উঠা এবিধ কাঠ, a lutirar, a long and narrow passage leading! a match. to different appartenents, a corridor. দীপমাল, স. শ. (সং. দীপমালা—দীপ, দীঘলীয়া, বি. দীঘল আকৃতিৰ, দীঘল-সঙ্গীয়া, চাকি। মালা, শ্ৰেণী) চাকিৰ শ্ৰেণী, শাৰী পথালিতকৈ অন্য ফালে অধিক থক, কৰি লগোৱা চাকি-সমূহ, a long row oblong, longer than broari. of lamps. দীঘলে, ক্ৰি. বি. দীঘে, পথালিতকৈ আন দীপাধা, স. শ. {সং. দীপাধাৰ---দীপ, pita, in length, lengthwise. ঐ+ আধাৰ, ধৰোতা) গছ, চাকিৰ দীশ্ব-চানেকীয়া, বি. (অ. দীঘল, দীৰ্ঘ+টা, আবাৰ, candle-stick of any দৃষ্টি কৰ) দীঘল দেখা, দীঘলীয়া, দীঘল- kind. 73128, long-looking, elongated. দীপান্বিতা, স. শ. (সং. দীপান্বিতা--দীপ, দীঘণ-সজীয়, বি. (অ. দীঘল, দীৰ্ঘ + সাজ, ঐ+ন্বিতা, মিলিত) আহিন বা কাতিৰ গঢ় ) দীঘল আঞ্চতিৰ, দীঘলীয়া, }ong- অমাৰাবা, সেই দিনা ৰাতি লক্ষ্মীৰ shaped, of a long form. প্ৰীতিৰ নিমিত্তে ঘৰ আৰু পদূলিত অনেক দীঘা, স. শ. দীঘতা, দীঘলৰ পৰিমাণ, চাকি লগোৱা যায়, the lay of fat- length. . rasya in Assin or Kiertic in the দীঘে, ক্ৰি. বি. দীঘল ফালে, পথালিৰ বিপ- evening of which the houses and ৰীত কালে; দীঘলে, lengthwis, in gateways of the Hindus are illumi- length. nated in honour of the goddess দীঘজোৱা, স. শ. { অং. দীঘলীয়া, দীঘল + of wealth. জতুৱা, জাতিৰ; দীঘল জাতিৰ } এবিধ দীপ্ত, কৃদ. বি. (স.) জলি থকা, পুৰি দীঘলীয়া সোৱাদ কল, a kind of story, blazing, burning. plautain . দীপ্তাগ্নি, বি. (সং. দীপ্তাগ্নি---দীপ্ত, ঐ+ দী-লতি, স. শ. (অ. দীঘ, দীঘল + লতি, অগ্নি, জীণ নিয়া শক্তি) অতি শীষ্ট্ৰে লত) বহাগৰ বিহুৰ দিনা গৰুক কোবোৱা আহাৰ জীণ কৰিব পৰা, of gookl দীঘলীয়া পাতেৰে এবিধ লতাৰ শ্ৰেণীৰ digestion, 7. * T!, a blaz- গছ, plant. ing firc. দীঘূ-বেচাৰি, বি. দীঘল সজীয়া, বহলকৈ দীপ্তি, স. শ. (সং. দীপ্তি-দীপ, পো- অধিক দীঘল, longer thai broad, হৰ কৰু ) প্ৰকাশ, জ্যোতি, liglit, oblong. . lustre. দী, বি. (সৎ, দীন-দী, ক্ষয় কৰ } দুখীয়া, দীপ্তিক, বি. (স.) প্ৰকাশ কৰা, shin- ing, bright. দৰি, poor.