পৃষ্ঠা:হেমকোষ.pdf/৪৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দীৰ্ঘ্য বঢ়াবলৈ চকুত চল; à curry দিৰু-চকু। 8 দি-চকু, স. শ. (সৎ, দিৱা-চক্ষু, দেৱতাৰ। দিশে, ক্ৰি. বি. পোনে, ফালে; যেনে, এই চকু) দেখা শক্তি fact, in a certain direction. লগোৱা কাচৰ যতন, a spectacle, an দিহ, স. শ. (সং. দিশ, দেখাই বা বুজাই eye-glass. দি) কোনো কাৰ্য কৰিবৰ উপায় বা সু! দিয়, কদ, স. (সং. দা, অং. দি, দান কৰ) যেনে, ধৰিৰৰ দিহ নাই, যাবৰ দিয়া কাৰ্য্য, দান কৰণ, the at (vf দিহ দিয়া, খাবৰ উপায়, আঞ্জ, means, giving. দিয়েক, বি. (অং, দুই + এক) দুই কি এক, দিহা, স. শ. (সং. দিশ, বুজাই দি) কোনো কিছু, অনিশ্চিত সংখ্যাৰ বিশেষ্যৰ পাচত কাৰ্য্য কৰিবলৈ দিয়া বুদ্ধি, পৰামৰ্শ, থাকে; যেনে, গোটা দিয়ে, a few, শিকনি; যেনে, ঘৰ সাজিবলৈ দিহা দিলীপ, স. শ. ৰামচন্দ্ৰৰ পূৰ্ব্ব পুৰুষ এজনাৰ দিছে; কাম কৰিবৰ জ্ঞান বা বুজ। নাম; তেওঁ তাযোধ্যাৰ ৰজা আছিল, যেনে, সি ৰান্ধিবৰ দিহা নেপায়; কাৰ্য্য Son of Ausumat and father of সাধনৰ উপায়; প্ৰতিবিধান; যেনে, Bhagiratha. He was of the solar তাৰ এক দিহা কৰিম, guit or macc and ancestor of Rama. direction, skill, arrangements for দিৱস, স. শ. (সং. দিৱস-দিব, আনন্দিত the accomplishment of an object হ} দিন, সূৰ্য ওলোৱাৰ পৰা মাৰ or n:rneslying an evil, means. যোৱালৈকে কাল; এদিন একাতি, aday. দিহাদিহি, ক্ৰি. বি. {সং. দিশিদিশি, অনেক দিৱকৰ, স. শ. (সং. দিৱকৰ--- দিৱস, দিন দিশত) অনেক দিশলৈ, সকলো ফাললৈ, +ক, কৰ) সূৰ্য, the sm. বেলেগ বেলেগ ঠাইলৈ; যেনে, মানুই- দিবা-ৰাত্ৰি, ক্ৰি. বি. (সং, দিৱাত্ৰি— বোৰ দিহাদিহি গুল, in lifferent li- দিব!, দিন + ৰালি, ৰাতি) দিনে-ৰাতিয়ে, rections, to different places. day and night. দিহিঙ্গীয়া, বি. দিহিং নৈৰ ওচৰত বাস কৰা, দিব্য, বি. (সং, দিৱাদিৱ, স্বৰ্গ ) স্বৰ্গীয়, dwelling on the bank of the দেৰে যোগ্য; এতেকে সুন্দৰ; উত্তম, Dibing. divine, heavenly, beautiful, charin- দিদাৰ, স. শ. কাম কৰিবলৈ দিহা দিওঁতা; ing, excellent. লোকে কৰা কামৰ ভাল বেয়া চাওঁতা, দিব্যজ্ঞান, স. শ. (সং. দিৱজ্ঞান-দিৱ, a director, a superintenlent, an স্বৰ্গীয় + জ্ঞান, বোধ } ঈশ্বৰৰ বিষয়ৰ জ্ঞান, পৰমাৰ্থৰ বোধ, divine or spirit- দীছে, বি. (অ. দীঘ, দীঘল + ছোৱা, খণ্ড) ual knowledge. . দীঘল, বহুদূৰ ব্যপা, অনেক দূৰলৈ যোৱা দিশ, স. শ. {সং. দিশ--দিশ, দেখা) পূব, ( বাটত খাটে); যেনে, দীছো বাট, spfia eryf, a point of the compass, very long, extending to a great directiou. distance (said of a road). দিশা, স. শ. (সং. উঙ্গেশ, অভিপ্ৰায়) দীগজোৱা, “দীঘজোৱা” চোৱা। কোনোৰ পীড়া জন্মাবৰ অভিপ্ৰায়েৰে দীঘা, স. শ. (সং. দীৰ্ঘ, দীঘল) কোনো ব্যৱহাৰ কৰা এবিধ মন্ত্ৰ, কু-মন্ত্ৰ, an বস্তুৰ অধিক দূৰলৈ ব্যপা ফাল, পথালিৰ incantation supposed to cause bodily বিপৰীত ফাল; যেনে, সেই মাটিৰ দীৰ্ঘ injury. আৰু পুতল কিমান? কাপোৰৰ বাণিৰ দিশা মাৰ, মন্ত্ৰৰ দ্বাৰা স্পড়া জন্ম, to injure বিপৰীত কাল, length, the warp of by incantation. a cloth. Overseer.