পৃষ্ঠা:হেমকোষ.pdf/৪৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশ। ৪৫৯ দই। puberty, the first appearance of catamcnia. । দশন, স. শ. (সং, দশ, কামোৰ) দাঁত, ওঁঠৰ ভিতৰত থকা আহাৰ চোৰোৱা সৰু জেঙ্গি হাড়, a tootla. দশভুজা, বি. (সং. দশভুজ—দশ, দহ + ভুজ, হাত) দহ-খান হাত থকা (স্ত্ৰী), ton- armed (Fem.). 'দশম, সংখ্যা (সং. দশম-দশ, দহ) দহ সংখ্যা পূৰ কৰা, দহোটাৰ শেষটো, tenth. (স্ত্ৰী) দশমী। দশমী, স. শ. {সং. দশমী-দশম শব্দ স্ত্ৰীলিঙ্গ) শুক্ল বা কৃষ্ণ পক্ষৰ দশম তিথি, the tenth lunar day. forta Tin কৰি তিথিবিলাকৰ নাম যদিও সংস্কৃত স্ত্ৰীলিঙ্গ, তথাপি অসমীয়াত সিহঁতক জীৱ- লিঙ্গ বোলা হে উচিত। দশমুখ, স, শ, ( স. দুশমুখ-দশ, দই + মুখ, বদন। দহ মুগীয়া ৰাৱণৰ নাম, a lame of kavata. দশ শব্দৰে সৈতে মুখ বুজোৱা আন শব্দৰ যোগ হৈও ৰাৱণক বুজায়; যেনে, দশানন, দশাস্য ইত্যাদি। দশ, স. এ. সূৰ্য বংশীয় এজন অযোধ্যাৰ ৰজাৰ নাম, তেওঁ ৰামৰ বাপেক আছিল, the naine of Rama's father and king of Ouch. দশ-সংস্কাৰ, “সংস্কাৰ” চোৱা। দশা, স, শ, ( সৎ, দশ দশ, কামোৰ; দশাৰ পৰা কেতিয়াবা কষ্ট হয়, এতেকে ) অৱস্থা; ভাগ্য, কপাল, state, tot, fate. দশানন, স, শ, “দশমুখ” চোৱা। দশাৱতাৰ, স, শ, (সং. দশাৱতাৰ-দশ, দহ + অৱতাৰ, দেৱতাৰ পৃথিবীলৈ আগ- মন) বিষ্ণুৱে দহ আকৃতিৰে পৃথিবীলৈ কৰা আগমন; পৃথিবীত দুষ্টৰ দমন, শিষ্টৰ পালনৰ নিমিত্তে বিষ্ণুৱে ধৰা দহোটা ৰূপ; যেনে, মৎস্য { মাছ), কৃৰ্ম্ম ( কাছ ), বৰাহ (গাহৰি ), নৰসিংহ, ( আধা মানুহ আধা সিংহৰ আকৃতি), বামন ( বাউনা), ৰাম { পৰশুৰাম), ৰাম ( পুতেক), ৰাম (বলৰাম), বুদ্ধ বৌদ্ধ ধৰ্ম্ম-চলাওঁতা গৌতম মুনি) আৰু কল্কি (এই অৱতাৰ কলিৰ শেষত সম্বল নামে গাওঁৰ এজন বামুণৰ ঘৰ হব ), বিষ্ণু, tle ten incarnations of Vishnu, a name of Vishnu. দশাহী, বি. (সং. দশাহীন-~-দশা, ভাগ্য হীন, শূন্য ) ভাগ্যহীন, দুপলীয়, un- fortunate. শেয়ি, স. শ. “ইন্দ্ৰিয়” চোৱা। দশদিশ, স, শ, (সং. দশদিশ, জগতৰ দই ফাল } পূব আদি চাৰি দিশ আৰু সেইবিলাকৰ চাৰি চুক, এই আঠ আৰু ওপৰ আৰু তল, এই দহ কাল, সকলো for the cight points of the com- jass, the sky and the point opposite to it, all sides. দশোদিশে, ক্ৰি. বি. সকলে। ফলে বা CTY placa, in all directions or sites, , দশ-Lঙ্গৰ, বি. দশ সংস্কাৰবশেষ সংস্কাৰ, বিয়াৰ সময় পোৱা, ডাঙ্গ, যৌবনকাল পোৰা, পুষ্পোৎসৱ হোৰা, arived at womanhood. দষ্ট, কদ, বি. (সং. দষ্ট-দংশ, কামোৰ) দংশন কৰা, কামোৰা; যেনে, সৰ্প-দষ্ট, britten. দস্তখত্, স. এ. (যাং. দস্তু, হাত+খত, আখৰ) কোনো কথাৰ প্ৰমাণ স্বৰূপে আপোন হাতেৰে লিখা আপোনাৰ নাম, হাত চিন, a signature. দস্তুৰ, স, শ, ( যাৎ ) চলি অহা নিয়ম, ৰীতি, custom, practice. দস্তুমতে, ক্ৰি. বি. চলি থকা ৰীতিৰ দৰে, according to practice. দ, স, শ, (সং. দস্যুদ, হেৰুৱা) চোৰ, ডকাইত, a thief, a robber. দস্যুতা, গু. শ. চোৰৰ কাৰ্য্য, দস্যৰ বৃত্তি, theft, robbery. দহ স. ধা, (সং. দহ, পোৰ) পোৰ, ভস ‘ক, ছাই ক; যেনে, জুইয়ে হাবিখান হিলে; শোক জম্ম, মনত পীড়া কৰু