পৃষ্ঠা:হেমকোষ.pdf/৪৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুজাৰি। ৪৫৪ দ। দাৰি, স. শ. (সং. দনুজাৰি। দনুজ, ঐ+ অৰি, শত্ৰ; ৰাক্ষসৰ শত্ৰ) দেৱতা; fami, a goi, Vishnu. দন্ত, স, শ, (সং. দন্ত-দম, শাসন কৰ দাত, a totls. দম্ভধা, স. শ. (সং. দন্তধাৱন-দন্ত, ঐ + ধাৰ, পৰিষ্কাৰ কৰ) দাঁত মজা কাৰ্য্য, the act of cleaning the teeth. দন্তী, বি. {সং, দন্তিদন্ত, দাঁত) দাত- যুক্ত, toothed. স. শ. দল হাতী, a tusker clephant . দস্তুৰ, স. শ. (সং. দৰ-দন্ত, ঐ) উজলা 401 fax, a man with projecting teeth. (স্ত্ৰী) দস্তু। দস্ত, বি. (সং. দন্ত্য-দন্ত, ঐ} দাঁতৰ পৰা উচ্চাৰি; যেনে, দন্ত্য স, alental. দ, স. শ. (সং. দ্বন্দ, বিবাদ) বিবাদ; বৰ হাই কৰি কৰা কন্দল, a (quarrel, a wrangle. দন্দু বান্দ,। স, শ, { অং. দুল, ঐ+বান্দ, দা বলা, { অনুৰূ.) হাই উৰুমি, quarrel and so forth. . ইন্দুৰ, বি. (অ. দন্দ, ঐ ) দন্দ কৰা স্বভাৰ- যুক্ত, মিলি থাকিব নোৱৰা, filiarrelsome. (স্ত্ৰী) দন্দু। দ, স. শ. (“দইন” চোৰা) হানি, loss. দপু, অ, ধ. ( তাৎ, দোপ, ভৰিৰ হেঁচা; হেঁচিলে বহে, এতেকে) আধা পকা হ, পকিবলৈ ধৰ, to begin to ri]en. দপুদপনি, স. শ. { “দপদপ” চোৱা) অহঙ্কাৰ বা মহালিৰ প্ৰকাশ, নিজৰ ক্ষমতা প্ৰদ- mat, the act one's showing one's own greatness or power. দপদপা, অ. বা. {সং. দৰ্প, অহঙ্কাৰ) অহঙ্কাৰ প্ৰকাশ কৰ, ক্ষমতা প্ৰকাশ কৰ, আপোনাৰ মহতালি দেখাই লোকক জামাই ৰা; যেনে, ভাঙ্গৰ লোকে সৰুৰ ওপৰত দপদপায়, to exercise powers with severity to show one's own greatness. দপদপা, অ ধা: ( দপদপ, টান বৰষুণৰ নিচিনা শব্দ) টান বৰষুণৰ দৰে শব্দ কন্; যেনে, ৰাতি বৰষুণে দপদপাই আছিল, to make a pattering sound. দপদপীয়, বি. দপদপ কবা, টান (বৰষুণ ), pattering, heavy, as rain. দপনা, স. শ. মহৰ ডাঙ্গৰ খণ্ড; কাঠৰ। ডাঙ্গৰ ডাঠ চেপেটা খণ্ড, a large piecc of flesh, a large flat piece of wool. দপনাদপ, বি. খণ্ড খণ্ড, ডোখৰ ডোখৰ, dividel in large pieces. দপনাদপনে, ক্ৰি. বি. অনেক ডোখৰ কৰি, in large pieces. , দপাল, স, ধ. (সং. দৰ্প, অহঙ্কাৰ) মহালি দেখাই দমি ৰাখ, গালি-শপনি পাৰ, ufa f, to revile, to robuke. . স, দপালো, (স্ত্ৰী) দুপালী। দপালনি, স. শ. গালি-শপনি, ডাবি; ধপ- ots, rebuke, a threat, the act of trampling pon. দক মাৰ বা দবক। মা, নেবা; নুটুটি একে দৰে খাক; যেনে, নবিয়াই দবক বা দবকী মাৰিছে, পানীয়ে দব বা 737 , to remain without in- crease or leereasc. বনি, কদ, স. (অং. দৰা, এবিধ বাদ্য) দবাৰ শব্দ; দবা বা ঢোল-খোল আদি একে লগে পিটা কাৰ্য্য, the sound of a large kettle-trum, the act of beating the same or other kinds of drums. . দবনি পিটি, হেঁপাহ পলুৱাই (খোৱাত খাটে); যেনে, বনি পিটি খালে, to eat to satiety, to eat one's all. বহিকৈ, ক্ৰি. বি. ৰুন্দি খুন্দি, পেট ভৰাই, torta salate, gluttonously. বদবৰি, স. শ. আজোৰা আজুৰি, টনা- টনি; এটাই আনটোক ধৰি ঠেলাঠেলি কৰা কাৰ্য্য, a struggle, the act of pushing one another. দবা, স, ধা. {হিং, পবানা, তললৈ ঠেলি, নত ক নত কৰু, খাল কৰু, হেঁচি বহ,