পৃষ্ঠা:হেমকোষ.pdf/৪৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থোৰালি ৪৫ > এতেকে) টেকীৰ খুবলিত সোমোৱা মাৰি, the postle of a rice cleaning pedal. থোৰালি, বি. থোৰাৰ নিচিনা, গুৰিলৈ ক্ৰমে ডাঙ্গৰ, আগলৈ ক্ৰমে সৰু, tapering. থেখো বাটি, ক্ৰি. বি. লাজত বা নিৰা- শাত পৰি একো নকৈ (উলটি যোত খাটে); যেনে, ধন খুজিবলৈ আহিছিল, একে আষাৰেই নিদিওঁ বোলাত থোখোৰ to balo syat, being ashamed or disappointed (saitl uł going away). পোল-গোল,। বি. (অং. খোল, অনু, খো-গুলীয়া, } +গল, দ্ৰৱ হবোকাব নিচিনা; গলিয়ন, ভালৰূপে সিজি বা পকি কোমল হোৱা, of tle colsistency of mud. থোলোক, বি. (সং. স্থূল, পুষ্ট পুষ্ট, মঙ্গহাল; সম্পূৰ্ণৰূপে পাখি নগজা আৰু পুষ্ট, (পাত খাটে ); যেনে, থোলোকা পাৰ, fat, fleshy, mtledged and fat, squab (sail of a young pigeon). থোৱ, কদ, স, (অং, থ, স্থাপ} থোৱা FUÝT, the act of placing or keeping, থোহ-মোহ, বি. লাজত নিৰুতৰ, ahasbel and unable to speak. থোহমোহ খা, লাজ পাই নিৰুত্তৰ হ, to be abashed and confounded. থৌকিবাধে, বি. বতাহ বা ভাপৰ দ্বাৰা বৰকৈ সঞ্চালিত; যেনে, নৈৰ পানী থোকিবাথে হৈছে; খঙ্গ উথাল ধৰা। যেনে, ডাঙ্গৰীয়া খঙ্গত ধৌকিবাধৌ হৈছে, violently agitated by wind or heat, said of water, heated with anger. স. শ. তাপ পাই উতলি উঠন; যেনে, চৰুত ভাতে বৌকিবাথৌ কৰিছে বা atace, the act of babbling up. পানী, * গতি, ওখ বা বাম নোহোৱা; যেনে, দ মাটি, deep, low, as land, স. শ. নিম্ন ঠাই; গভীৰ পানী; যেনে, দত পৰিলে উঠা টান, (leptly, i deep place, deep water. দই, স, শ. (সৎ, দৈন্ত, দুখীয়াৰ অৱস্থা) হানি, ক্ষতি, faoss, দই পৰু, হানি হ, ক্ষতি হ; যেনে, তুমি নাহিলে মোৰ কি দইন পৰিব? এশ টকাৰ দইন পৰিল, ta) be sustained as a loss. দদঙ্গাই, ক্ৰি. বি. একো ভয়-সংশয় দংদৎ কৰে, নোহোৱাকৈ বেগেৰে; যেনে, দুটা মানুহ দপদং কৰে ভিতৰত সোমাল 1st, fearlessly and with speed. দংশ, দ, ধ, (সং. দংশ, কামোৰ) কামোৰ, ঈাতেৰে পীড়া কব, খোট; যেনে, সাপে tt, to bite. দংশন, কদ, স, কামোৰা কাৰ্য, the act of biting. দত, স. শ. (সং. দৈত্য, অসুৰ এবিধ ভূত, সি মানুহক আন প্ৰকাৰে পীড়া নিদিয়ে, কিন্তু যুজ কৰি মাৰে। তাৰ এখনি জো- লোঙ্গা থাকে, তাকে কাঢ়ি লব পাৰিলে সি মানুহৰ বশ হয়, a kind of evilspirit wieh is said to fight with man. ঈল, বি. (অ. দাত, দন্ত) দীঘল আৰু বাহিৰলৈ ওলোৱা দাত থকা; যেনে, তাল হাতী, তাল বৰা, having tusks. স. শ. ডোমে মাছ ধৰিবৰ কাৰণ বালি খনা কাঠৰ যতন, a woolen implement usal for diggiug sands, a shovel. ঈঙীয়া, বি. সঁাত থকা, (ই সমাসৰ দ্বাৰা আন এটা শব্দৰ পাচত লগ লাগি থাকে); যেনে, তিন দতীয়া, toothed. “তুৱা, বি. উজলা সঁতা, ওথ বা ওঁঠৰ বাজলৈ ওলোৱা কঁাত-যুক্ত, having prominent or projecting teeth.

  1. কৈ, ক্ৰি. বি. (অৎ, দ, গভীৰ গভীৰকৈ,

নিম্নকৈ; যেনে, দকৈ খনা গত; মন লগাই; যেনে, দকৈ গুণি, decply. দ, বাঞ্জনবিলাকৰ অঠৰ সংখ্যাৰ আখৰ, the eighteenth letter of the consonants. দ, বি. (সং. হ্ৰদ; হিং. দহ, গভীৰ ডুবি। গভীৰ, তৰং নোহোৱা, নিশ্ন; যেনে, দ