পৃষ্ঠা:হেমকোষ.pdf/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰিগুণ। 88> ত্ৰিভুবন্ a country in the north-west of ing from disorder of the three India supposed to be the modern humours of the body. 7. *. fofat Tahora, the inhabitants of the ধাতুৰ বিকাৰৰ পৰা হোৱা ৰোগ, a place. discase proeucding from disorder of ত্ৰিগুণ, স. শ. {সং. ত্ৰিগুণ~~-ত্ৰি + গুণ, the three hunours. সাদি, ভাগ) সত্ত্ব, ৰজঃ, তম, তিনি গুণ, ত্ৰি, বি. (সং. ত্ৰিধা---জি, তিনি। তিনি তিনি ভাগ, তিনি মেৰ, the aggregate বিধৰ, তিনি ভাগে বিভক্ত; যেনে, of the three qualities inherent in এক ঈশ্বৰ ত্ৰিধা হৈছে, of three sorts, human nature, three strands, three divided into three. parts. ত্ৰিনয়, স, শ. (সং. ত্ৰিনয়ন-ত্ৰি+নয়ন, ত্ৰিগুণাতীত্ব বি. (সং. ত্ৰিগুণাতীত-ত্ৰিগুণ, চকু) সদাশিৰ, তেওঁৰ তিনিটা চকু আছে; সত্ত্ব, ৰজঃ, তম + অতীত, গত) সত্ত্ব, বজ, এতেকে চকু বুজোৱা আন শব্দৰ পৰাও তম, তিনি গুণৰ বাহিৰ অৰ্থাৎ পাপ পুণ্যে এই ৰূপেই তেওঁৰ নাম হয়; যেনে, ছুৰ নোৱৰা, কৰ্ম্মৰ ফলভোগী নোহোৱা ত্ৰিনেত্ৰ, ত্ৰিলোচন ইত্যাদি, the three- (ঈশ্বৰৰ বিশেষণ), not subject to eget god, a name of Siva. tlie consequences of good and faatyay, 4. 04. gott, Darya, consort evil, above thic three qualities, (an ত্ৰিনয়নী, of Siva. attribute of God). ত্ৰিপত্ৰ, স. শ, (সং. ত্ৰিপত্ৰ-ত্ৰি+পত্ৰ, লিজগৎ, স. শ. (সং- ত্ৰিজগৎ-ত্ৰি+জগৎ, পাত) একে ডাল ঠাৰিৰ পৰা ওলোৱা ভুবন ) স্বৰ্গ, পৃথিবী আৰু পাতাল, এই তিনটা পাত; বেল-পাত, a trefoil leaf তিনি লোক, ত্ৰিভুবন, thic three regions, of the bel trce. riz., heaven, earth and hell. ত্ৰিপদ, বি. (সং. ত্ৰিপদ -ত্ৰি+পদ, খোজ) জগত বুজোৱা আন শব্দও এই দৰে তিনি খোজ পৰিমাণৰ; যেনে, লিপদ “ত্ৰি” শব্দেৰে লগ লাগে; যেনে, ত্ৰিভুবন, f#, measuring three paces. বিলোক। ত্ৰিপদী, স. শ. (সং. ত্ৰি + পদ, ভৰি) ত্ৰি, স, শ. “তৃণ” শব্দ চোৱা। তিনটা খুৰা লগোৱা এবিধ সৰু মেজ; ত্ৰিদশ, স. শ. (সং. ত্ৰিদশ-জি, ঐ + দশা, এবিধ তিনি ঠেঙ্গীয় কোষাৰ আধাৰ, অৱস্থা) দেৱতা, পৰমেশ্বৰত বাজে অন্ত a small table supported on three দেৱতা ( দেৱত হৈও মানুহৰ দৰে ওপজা, feet, a tripod, a lltree-footed intensil বুঢ়া হোৱা আৰু নাশ পোবা, এই তিনি used as a support for the water অৱস্থাৰ অধীন এতেকে সেই নাম}, an vessel at a Puja. inferior god who is subject to ত্ৰিপুৰাৰি, স. শ. (সং. ত্ৰিপুৰাৰি--ত্ৰিপুৰ, birth, old age and death. এটা অসুৰ+অৰি, শক্ত, ত্ৰিপুৰ নামেৰে ত্ৰিদোষ, স, শ. (সং. ত্ৰিদোষ-ত্ৰি+দোষ, অসুৰক মাৰোতাসদাশিৱ, a জগৰ) বাত, পিত্ত, কফ, এই তিনি ধাতুৰ of Siva. farta, disorder (according to the ত্ৰিফলা, স. শ. {সং. ত্ৰিফলা—ত্ৰি, তিনি+ Kabiraj system) of the three ফল, গুটি } একে লগ কৰি দৰব ৰূপে humours of the body, viz., bile, ব্যৱহাৰ কৰা আমলখী, শিলিখা আৰু blood and phlegm. ভোমোৰ, এই তিনি বিধ গুটি, the three ত্ৰিদোষী, বি, তিনি ধাতুৰ বিকাৰৰ পৰা myrobalans used as a medicine. উৎপন্ন; যেনে, ত্ৰিদোষী জৰ, proceed- ত্ৰিভুবন, স. শ. “ত্ৰিজগত” চোৱা। name