পৃষ্ঠা:হেমকোষ.pdf/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেষু। 880 গি। বহু লোকৰ বা আন উচ্চ শব্দেৰে পূৰ; যেনে, ঢোলৰ কোবত গাওঁ তোলপাৰ, full of hubbub, tumultuous. 7. 4. কুলস্থুল; যেনে, গাৱঁত ভোলপাৰ লাগিছে, confusion, tumult, hubbub. তোষু, স. . {সং. তুষ, সন্তুষ্ট ক) সন্তোষ দি, সন্তুষ্ট কৰ; যেনে, দেৱতাক ভক্তিৰে তুৰিব লাগে, to please, to satisfy. ভক্ত, কদ, বি. (সৎ, ত্যক্ত-ত্যজু, এ) এৰা, পৰিত্যাগ কৰা, left, abandonect. ত্যাগ, স. শ. (সং, ভাগ—ভজ, এৰ) এৰা কাৰ্য, পৰিত্যাগ, the act of leav. ing or abandoning, ত্যাগশীত, বি. (সং. ভ্যাগশীল-ত্যাগ, এৰণ +মল, স্বভাৱ; এবা স্বভাৱযুক্ত) স্বাৰ্থ পৰিত্যাগ কৰা, দানশীল, generous. ত্যাগশীলতা, গু. শ. (স.) দানশীলতা, দানীৰ স্বভাৱ, generosity. ত্যাগী, বি. (সং. ত্যাগি-ত্যাগ + ইন) ত্যাগশল, generous. ভাজ্য, কুদ, বি. ত্যাগৰ মোগ্য, এৰিব atry, fit or proper to be aban- doned. এয়, সংখ্যা. {সং. জয়ত্ৰি, তিনি। তিনি, { সমাসৰ দ্বাৰা সস্তা শব্দৰ পাচত যোগ কৰা হয় }; যেনে, ভূবনয়, tirec. ত্ৰয়োদশ, সংখ্যা, (স. এয়োদশ-ব্ৰয়, তিনি + দশ, দহ) তেৰ, thirteen. প্ৰয়োদশ, স. শ. ন জোনৰ বা জেনি মৰাৰ পাচৰ তেৰ সংখ্যাৰ তিথি, the thirteenth lanation, দশম শব্দৰ তলৰ চূণিকা চোৱা। প্ৰস্ত, কৃদ, বি. (সং. ত্ৰস্ত, ভয় পা) ভীত, ভয় পোৱ, fearful, frightenel, ত্ৰাণ, স. শ. (সং. ত্ৰাণ-ৱৈ, উদ্ধাৰ কৰ) উদ্ধাৰ, নিস্তাৰ; পৰকালত মুক্তি, dei- verance, salvation. ত্ৰা, ক, স. {সং. ভূ-,ৈ ঐ) উদ্ধাৰ কৰোতা, ত্ৰাণ কৰোতা, deliverer, saviour. (স্ত্ৰী) জাত্ৰী। শ্ৰে, স. শ. (সৎ, ত্ৰাস, ভয় অনিষ্টৰ আগন্তুক দেখি হোৱা মনৰ অস্থিৰতা, fear, dread. জাসিন্থ, কদ, বি. (স.) ভয় পোবা, ভীত, frightened. ত্ৰাহি! ভা. অ. (সৎ, ত্ৰাহি, ৰক্ষা কৰা--- ত্ৰৈ, ৰক্ষা কৰ উদ্ধাৰ কৰা, ৰাখ, ভয় বা সঙ্কটৰ পৰা ৰক্ষা পাবৰ কাৰণ প্ৰাৰ্থনা কৰা মাত; যেনে, দ্ৰাহি, হৰি! save, deliver. কদাচিত এইটো শব্দ সংজ্ঞা শব্দৰ দৰেও ব্যৱহৃত হয়; যেনে, ত্ৰাহি নাই, অৰ্থাৎ ৰক্ষাৰ উপায় নাই। তি, সংখ্যা (সং. ত্ৰি--তু, গতি কৰ) তিনি, throc. বিকাল, স. শ. (সং. ত্ৰিকাল-বি+ কাল, সময়) ভূভ, ভবিষ্যৎ আৰু বৰ্তমান, এই fea ta, the three divisions of time,-past, present and future. জিকালজ্ঞ, বি. (সং. ত্ৰিকাল-বিকাল, ঐ+জ্ঞ, জান্) ভূত, ভবিষ্যৎ আৰু বৰ্তমান কালৰ কথা জনা, সৰ্ব্বজ্ঞানী, knowing the past, present and future. ত্ৰিকুল, স. শ. (সং. ত্ৰিকুল—ত্ৰি + কুল, বংশ) পিতৃ, মাতৃ আৰু শহুৰ এই তিনি 75*, the three families of one's father, mother and wife. টু, স, শ. (সং. ত্ৰিকূট-বি+কূট, পৰ্বতৰ টিং) লঙ্কা উপদ্বীপত থকা তিনি টিঙ্গীয়া এটা পৰ্বতৰ নাম; সুবেল পৰ্বত, 'Three peaks.' The name of the mountain on which the city of Lanka was built. The hill had three peaks. (Dowson). বিকোণ, বি. (সং. ত্ৰিকোণ—ত্ৰি+ কোণ, চুক) তিনি চুকীয়া, triangular. স. শ. তিনি চুকীয়া বস্তু, anything having three corners. গিৰ্ত, স, শ, ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম ভাগৰ এক দেশ, এতিয়া তাক “তহোৰা বুলি অনেকে ভাবে; সেই দেশৰ প্ৰ, 91