পৃষ্ঠা:হেমকোষ.pdf/৪৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৩ তুষ্টি। তেজৰ তুলি বৈছে, a stream or flow of blood. বি. তেজেৰে লিপ্ত, besmeared with blood. তুঙ্গ,। স. শ. (সং• তুঙ্গ, তুঙ্গম, তুঙ্গম, শীঘ্ৰ +গ, গতি কৰ ঘোঁৰা, a hoise, a nony. “তুগ” এনেও হয়। তুৰস্তে, ক্ৰি. বি. (সং. ৰিত, শীঘ্ৰ ) ত- লিকে তৎক্ষণাৎ, শীদ্ৰে, quickly, im. mediately. তুৰিবি, স. শ. ইফাল-সিফাল কৰা অৰ্থাৎ আজ্ঞা বা আচৰণৰ কাৰণে নিপিত নিয়মৰ পৰা কিঞ্চিৎ লৰচৰ হোৱা কাৰ্য্য; যেনে, অমুকে তুৰিযুৰি কৰিব নোৱাৰে, a slight deviation from the rules of conduct. তুতুৰীয়া, বি. নিচেই পাতল, উঠ নো- তুৰীয়া, হোৱ, very thin. তুল, স. শ. (সং, তুলা, গধূৰৰ পৰিমাণ কৰা যতন) গধূৰ বস্তু জোখা যৰ্তন, Fatsaft, a Koman balance or steel yard. তুলনা, স. শ. (সং. তুলনা--তুল, জোখ) বিজোৱা কাৰ্য; উপমা; সমানত, সাদৃশ্য, comparison, similarity, cquality, তুলসী, স. শ. (সং. তুলসী-তুলা, সমান+ ষো, নাশ কৰ; যাৰ তুলনা নাই) এবিধ পৰি গছ আৰু ভৰ পাত, the holy basil (Ocimum sanctum), and its leaf. তুলা, স. শ. (সৎ, তুলাতুল, জোখ) সপ্তম ৰাশি, ভাৰ আকৃতি ভুলৰ নিচিনা, the sevonch sign of the Zodiac, Libra. তুল, স. শ. (সং ভূলক; বং ভুল, কহ) গুটি গুচোৱা কপাহ; শিমলু গছত হোৱা Eh, cleaned cotton the cotton obtained from the silk-cotton tree. দুলা, স ধা..(অং. গোল, দাৎ} কটাৰীৰ আগেৰে পাতলকৈ ভোব বা কাল; (যেনে, বাহৰ কাঠ) কাঠী কৰ, to split into thin strips, as bamboo, &c. ক. স. তুলাওঁতা, (স্ত্ৰী) তুলাতী। তুলাচনী,। স, শ, { অং. তুল, জোখা তুলাচালনী, যতন + চালনী, ডলাৰ নিচিনা এবিধ সাজ} গধূৰতাৰ বেলেগ বেলেগ পৰিমাণ বুজোৱা আঁকযুক্ত এল মাৰিৰ এমূৰত চালনী বা উলৰ নিচিনা এখান সাজ ওলমাই সজা এবিধ জোখা যতন, a Roman balance or steel yarıl. তুলাতুল, বি. (অং. তুলাৰ তুল্য, তুলাৰ নিচিনা) তুলাৰ দৰে কোমল, বৰকৈ সিজি বা পকি অতিশয়ৰূপে কোমল pal, soft like cotton, তুলাপাত, স. শ(অং, তুলা, গুটি গুচোৱা কপাহ+ পাত, পত্ৰ; পূৰ্বে তাক তুলাৰে কব। গৈছিল, এতেকে) নিলিখা কাকত, paper. তুলা-প্ৰায়, বি. (অ, তুলা, ঐ + প্ৰায়, তুল্য) তুলাৰ নিচিনা কোমল বা লঘু, soft or liglit like cotton. তুলি ধৰ, দাঙ্গি ধৰ; শুৱনি কৰ, শুৰা; যেন, আইটীক মণিধাৰে তুলি ধৰিছে, to raise up, to make beautiful. তুলী, স. শ. (অং. তুলা, ঐ} শয্যাত পৰা দুলা ভৰা কাপোৰ, a mattress, তুলতুলীয়া, বি. ( অং. ভুল, ঐ) তুলাৰ দৰে কোমল, পকি কোমল হোৱা আৰু ৰসাল, soft and juicy, as a ripe fruit. তুল্য, বি. (সং. তুলতুল, পৰিমাণ ক) সমান, সদৃশ, equal, alike, similar. তুল্যতা, , শ, সমতা, সমান হোৱা অৱস্থা বা গুণ; সাদৃশ্য, equality, resemblance, ভুৱা, ব্য, সৰ্ব. (সং. উৰ, তোমাৰ) ভোমাৰ { পদত); যেনে, তুৱা গুণ নাম, thy. তু, স. . (সং, তুষ, তুষ্ট ক) সন্ধষ্ট কৰু তুষ্টি দি; যেনে, অসস্তুষীয়াক তুষিক Catata, to satisfy, to please. দুষ্ট, কদ, বি. (সং. তুই-তুষ, ঐ। প্ৰসঙ্গ হোৱা, সন্তোষ বা হৰ্ষ পোৱা, pleased, satisfied. তুষ্টি, স. শ. হৰ্ষ, সন্তোষ, satisfaction,