পৃষ্ঠা:হেমকোষ.pdf/৪৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাহনিয়েই।

হানিয়েই, ক্ৰি. বি. সেই পূৰ্ব কালতে, আগৰ দিনতে, long age, তাহ, স, শ. ( ব. তাসন, জন) আঁহ গুচাই নিমজ কৰিবলৈ ভঁতৰ তাত মজা, সিজোৱা ধানৰ আঠা, a kind of size made from paddy boiled in water and applied to the warp in weaving. তিয়হ, “তিহ্” চোৱা। তিক্ত, বি. (সং. তিক্ত-ভিজু, চোক ক; তোক চাকা কৰে, এতেকে) তিতা, Bitter. স. শ. তিতা গুণ; ভিত গুণযুক্ত বস্তু, bitter. তিঞয়, স. শ. তিহে, এবিধ খাদ্য ফল; eta 23, a cucumber, the ercepter producing it. তি, অ, ধ. (সং. তিস্, আ হ ) অদ্ৰ হ, ভিজু, পানীযুক্ত হ, to be wot. তি, বি. (সং. তিক্ত, এক আসাদ) সোকোৰ বা নিমৰ আস্বাদযুক্ত। যেনে, তিত কেৰেলা; মনত দুখজুন্মোৱা; CICA, fet myo, bitter, causing jait t) the min. স. শ. তিতা আসাদ বা গুণ : যেনে, কানীয়াই মুখৰ ভিত। মাৰে; তিতা গুণ থকা বস্তু; যেনে, fout gauta fpe, bitter taste. তিতা, স. ধা. { অং, তিতু, আৰ্দ্ৰ হ} আদ্ৰ কৰ, to wet, to soak, বি. আৰ্ড, সেমেকা; পানীয়ে ভেজা, টেপটেপয়া, damp, moist, wet. 39. 4. festool, (স্ত্ৰী) তিতাতী। তিতাফুল, স. শ. { অং. তিতা, তিক্ত+ ফুল, পুষ্প) ৰঙ্গা বাহকৰ ফুল, এবিধ বঙ্গা বৰণীয়া তিতা গুণযুক্ত ফুল, সামান্য মানুহে তাৰ আঞ্জা খায়, a kind of rd and bitter flower used by the lower order of people as an ingredient of a curry. তিতা-মা, স. শ. “মৰা-শাক” চোৱা। ভিমুৰীয়া, বি. (হি. তিমিৰী, মূৰ ফুৰণি; মূৰ ফুৰণিয়ে ধৰা) নঘোত বা বৰ ৰদত তিনি-মুনি-ৰাট। মূৰ ফুৰণিয়ে ধৰা বা মুচ্ছিত হোৱা, faint- froin feat. ৫১r fasting. স. শ. লধোন বা ৰদৰ কাৰণে হোৱা মূৰ্ছা; যেনে, পেটৰ ভোক লৰাৰ ভিতমূৰীয়া লাগিছে, faintness from heat or fastiny. তিতালাউ, স. শ. ( অৎ. তিত, তিক্ত + লাউ, এবিধ লতাৰ ফল) এবিধ দীঘল ডিঙ্গিৰে তিতা স্বাদযুক্ত বনৰীয়া লাউ, a litter- gourd. তিতিকি, বি. { অং. তিতা, তিক্ত) অলপ fett, slightly bitter. তিতিক্ষা, স. শ. (সং. তিতিক্ষা~-ভিজ, সহি থাক। ক্লান্তি, সহন, ধৈৰ্য, hitrate, patience. তিপি, স. শ. (সং. তিথি-অতু, গতি ক। চন্দ্ৰৰ মাহেকীয়া গতিৰ বিশ ভাগৰ এভাগ, শুক্ল পক্ষৰ প্ৰতিপদৰ পৰা অমাবস্যালৈ ত্ৰিশ দিনৰ এদিন, a laahar day. তিধিকৰ, স. শ. (সং. ডিধিকৰ—তিথি, ঐ + কৃ, ক) পজি চাই ভিথিৰ নিশ্চয় কৰাত, তিথি-গণতা, গণক, astrologer. , তিনি, সংখ্যy. (সং. ত্ৰি, দুই আৰু এক ) এক-অধিক দুই, ট, ঠ, ড, ঢ, বা দৰে আৰম্ভ হোৱা শব্দৰ আগত ইয়াৰ কাৰ গুচে; যেনে, তিন টকা, তিনটা, তিন ডাল, তিন ঠাল, তিন ঢাল, তিন দিন, three. তিনিও প্ৰসঙ্গত, পুৰা, দুপৰীয়া আৰু গধূলি, তিনিও সময়ত, সদায়; যেনে, তিনিও প্ৰসঙ্গত মদ খায়, at niorning, noon and evening, at all times, con- tinually তিনি-পৰীয়া, স, শ, (অং. তিনি, ঐ+পৰ, দিনৰ চাৰি ভাগৰ এভাগ) দিনৰ ৰা, ৰাতিৰ তৃতীয় ভাগ; যেনে, দিনৰ তিনি পৰীয়াৰ পৰা, the third quarter of a day or night. তিনি-মুনি-বাটু, স. শ. (অং. তিনি, ঐ+ তিনি-মুনি-বাট্ট, মূৰ, আগৰ গ +ট, an