পৃষ্ঠা:হেমকোষ.pdf/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তামোটাৰী। ৪২৯ তাৰ পৰা তমো-কটাৰী, স, শ. মোল-কটা কটাৰী, a knife with which betelnut is cut. তমোলগামোছা, স. শ, ভামোল-পাণ বান্ধি লৈ ফুৰোৱা গামোছা বা ঠেক, দীঘল কাপোৰ, a small cloth for holding beteluts to be carried about. তাম্বুল, স. শ. (সং. আমূলত, বাঞ্ছা কৰু ) তামোলৰ ফুল; গুৱা; খাবৰ নিমিত্তে পাণ চূণ আদিৰে যুগুত কৰা মোল, an areca nut, a beteluut preparel with betel leaf, lime, &c., for chewing . তাম, স. শ. (সং. মম্, বাঞ্ছা কৰ) এবিধ ৰঙ্গা বৰণীয়া ধাতু, copper. তাম-কুণ্ড, স. শ. {সং• তাম্ৰ-কুণ্ড—তা, ভাম + কুণ্ড, পানীৰ পাত্ৰ) তামৰ ডাঙ্গৰ to, a kargo water vessel of copper. তাম্ৰ-পত্ৰ, স, শ, ( স. তাপত্ৰ—তা, তাম+পত্ৰ, পাত, অৰ্থাৎ তাৰ নিচিন। চেপেটা বস্তু) ৰজাই মাটি আদি দান কৰাৰ কথা লিখা চেপেটা গম, তামৰ ফলি, a copper plate on which grants of land, Sven, are inscribed. তাৰ, উপ. শ. সমূহ বা আটি বুজাবলৈ নোম, কাঠী বা তোপ বস্তু বুজোৱা সংজ্ঞা শব্দৰ বা তাৰ বিশেষণৰ পাচত দিয়া শব্দ; যেনে, চুলিৰ বাঢ়নী ভাৰ, a particle placed after { noun or adjective to denote a quantity or Bundle of lair, &e. ভাল বা সৰু তেনে বস্তু বুজা- বলৈ “বি” হয়; যেনে, চুলি ভৰি। স্থা. সৰ্ব্ব, সেই ঠাইৰ, of that rolace, তা, স. বা. (সং. ভূ, ৰক্ষা কৰ) উদ্ধাৰ কৰ, অপদৰ পৰা ৰাধ; মুক্তি দি, to deliver, to save, to free from worldly suffering, to give salva- tion to. তাৰক, কদ, স. (স. তাৰক, পাৰ কৰু ) তাৰে, ৰক্ষা কৰে; মুক্তি দিওঁতা, a saviour, a deliverer. 4. *. মৰা এটা অসুৰৰ নাম, a demon des- troyed by Kartica. তাৰকা, স. শ. (সং. তাৰকা— } তৰা, a star. . তাৰণু, কদ, স. (স. তাৰণ, পাৰ কৰ, উদ্ধাৰ ক) উদ্ধাৰ বা ৰক্ষা কৰা কাৰ্য্য; উদ্ধাৰ বা ৰক্ষা কৰোতা, the art of saving or delivering, a savivur or deliverer. তাৰতম্য, স. শ. (সং. তাৰতম্য – এটাতকৈ অধিক + ত, অনেকতকৈ অধিক নূনাধিক, প্ৰভেদ, the state of being more or less, difference. তাৰহস. শ. (সং. তানা, শাসন দমন,

  • 1777; , adıqonition, check.

ৰা, স. শ. { সৎ, তু পাৰ হ) তৰা, নক্ষত্ৰ; বান্দৰ ৰজা বালিৰ ভাৰ্য্যা, a state; the wife of the monkey chief, Bali, ভাৰামণ্ডল, স. শ. (সং. ভাৰাম গুল—তাৰা, ভৰা +মণ্ডল, স্থান } তবিলাকৰ ঠাই; ভৰাসমূহ, the regiti (f stars, the asseinblage of stars. . ভাবি, বি. পৰিমাণতকৈ অধিক (খোৱা পিয়াত খাটে); যেনে, জলপানটো তাৰি $a, excessive. তাৰিকৈ, ক্ৰি. বি. পৰিমাণতকৈ অধিকৰূপে, cxcessively. তাৰিখ, স. শ. (যাং, তাৰিখ) কোনো কাকত লেখা বা কাৰ্য হোৱা দিন, (date, ভাৰিণী, স. শ. (সং. তাৰিণী----তাৰি, উদ্ধাৰ কৰো) উদ্ধাৰ-কাৰিী; মুক্তিদায়িনী, a female deliveror. তাৰোতা, কদ, স, (অ. তাৰু, উদ্ধাৰ কৰ) উদ্ধাৰ কৰো, ৰক্ষা কৰোত; মুক্তি fil, a deliverer, a saviour. তাৰ্কিক, স. শ. (সং. অৰ্কিক--তৰ্ক, মীমাংসা) তৰ্ক-শান্ত জানোতা, a philosopher, # logician. বি. ন্যায়-শাস্ত্ৰ জনা; ন্যায়- 118 59311, versed in logic, logical. ৰ পৰা, স্থা. সৰ্ব্ব, সেই ঠাইৰ পৰা, from that placc. .