পৃষ্ঠা:হেমকোষ.pdf/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২৩ ১it have salvation, স, ধা, পাৰ ই; যেনে, সাগৰ তৰিলে, to pass over. স. শ, বাম, স্থল, পানী নথকা মাটি; যেনে, batas atš, land as opposed to water. তৰ পৰ, পানী শুকাই কম হ; যেনে, ইয়াত ভৰ পৰিছে; অস্ত হ, শেষ হ। যেনে, তাৰ কথাৰ তৰ পৰিল, to dry॥ or become shallow; to come to an end. ভৰ পা, বাম পা; অন্য পা, to come ta) the shore or an end. তৰ, স. . (সং, তন্, বিস্তৃত কৰ আঁৰ দিবৰ বা ঢাকিবৰ কাৰণ বিস্তৃত ক বা বহলা; যেনে, আঁৰ কাপোৰ, আঁঠুৱা gigtar ofas, to spread as an awn. ing or a curtain, &e. । বি. (অ. তৰ, পাৰ হ, অনায়াসে } পাৰ হৈ যাব পাৰি, এতেকে) অগভীৰ; যেনে, তৰং পানী; দ নোহোৱা, বহুত তললৈ নহা; যেনে, তৰং গাত, shallow, bot decp; having no depth. তৰ, স্থা. সৰ্ব্ব, সেই ঠাইৰ, of that rolaee. তঙ্গ, স, শ, (সং. তৰঙ্গ; তৃ, পাৰ হ} ঢৌ, ঊশ্মি, l wave. ৰণি, বি. { অং. তৰ্ক, শীঘ্ৰে গমিব পাৰ } চোকা, খাল (প্ৰায়ে বাঘত খাটে ); যেনে, তৰঙ্গনি বাঘ, fierce, ferocious, said of tigers. তঙ্গিনী, স. শ(সং. তৰঙ্গ, টৌ, ঢৌমুক্ত ) নদী, নৈ, a river, ঔৰঙ্গুৱা, বি. { অং. উৰং, অগভীৰ } দ Cetat, cats, shallow, not deoj). ভৰণ, কদ, স. (সং. তৰণ, উদ্ধাৰ হ, পাৰ হ} উদ্ধাৰ হোৱা বা পাৰ হোৱা কাৰ্য্য, the act of kuing saved or passing তল, তৰণি, } স. শ. (স', তৰণি বা তৰ; তৃ তৰণ, পাৰ হ, তাৰ দ্বাৰা নৈ পাৰ হোৱা যায়, এতেকে) নৌকা, নাও, a boat. উপ, স, শ, {সং. স্তৰ, জাপ) জাপ, এখানৰ ওপৰত থোৱা আন এখন বহল বস্তু; এতেকে একেবাৰেই কৰা বা উৎপন্ন হোৱা বস্তুৰ সমুহ, চা, a stratum; a batch, ভৰ তৰপে,। ক্ৰি, বি, এভৰপৰ পাচত তপে তপে, আন তৰপ, layer by layer; batch by batch. উপয়া, বি. অনেক ভৰপ থকা, having xeveral layers or folds; lavinate. ভৰপাৰপি, স. শ. তৰপীয়া হৈ থকা অৱস্থা, lamination. উৰ স. শ. (যাং. ভক্ষ, পক্ষ } পক্ষ, কাল, sidc, party. তফ, আ. অবা. পকে, ফালে, behalf of. বি. (সং. তল, গতি কৰ বা তপং, বৈ যায়, এতেকে দ্ৰৱ, পাতল, জুলীয়া; যেনে, তৰল বস্তু দ দালৈ বৈ যায়; এতেকে চঞ্চল, অস্থিৰ, গহীন নোহোৱা; যেনে, তৰল সৰা, liquicl; unsteady, fickle. লতা, শু. শ. তৰল গুণ, চঞ্চলতা, liquidity; fickleness. তৰ, বি. (সং. ত্ৰস্ত, ভীত। ভয়-পোৱা, ভীত, fearful, afraial. (প্ৰায়ে পদ্য)। তহু, স. শু. হি. তৰহ, প্ৰকাৰ প্ৰকাৰ, fa4, a kind, a sort. তৰহে তৰহে, ক্ৰি. বি. বিধে-বিধে, এবিধৰ পাচত আন এবিধ হৈ, eacel kind separately, kind after kind. ভৰা, স. শ. (সং. ভৰা, নক্ষত্ৰ। আকাশ সৰু দীপ্তিমস্ত বস্তু, নক্ষত্ৰ, a stat. তৰা, স. শ. এবিধ গছ,the wild cardamom. ভৰা, স, ধ. (অৎ, ত, উদ্ধাৰ হ} সঙ্কট পৰা ৰাষ্য, উদ্ধাৰ কৰ; নিস্তাৰ কৰু, মুক্তি fo, to save, to deliver; to give salvation to, কুল, স. ভৰাওঁ, { ) তৰতী। Over. গুৰণি, স. শ. ( অং. তৰু ৰক্ষা পা, উদ্ধাৰ হ) ৰক্ষাৰ উপায়; যেনে, আপদৰ তৰণি; উদ্ধাৰ, ৰা; যেনে, কাষৰ পৰা ৰণি Con aye, means of deliverance; delivery.