পৃষ্ঠা:হেমকোষ.pdf/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তপিনা ৪২ উগ্ৰ; পিনা, স, শ. কবনৰ বাজ কাল, tie out- sidle of the thigli. তপোধন, স. শ. (সং. তপোধন-~-তপ, তপ+ধন, সম্পত্তি, তপস্যাই ধন যাৰ) ঋষি, তপসী, a sage, a devotee. পোনিধি, স. শ. (সং. তপোনিধি-তপস্, তপ+নিধি, ভঁড়ালঋষি, তপস্বী, মুনি, & sage, a devotee. তপোনিষ্ঠ, বি. (সং. অপপানি--তপস, তপ+নিষ্ঠা, শ্ৰদ্ধা) তপসাত ৰত, stealily engaged in religious austeritics. পোব, স, শ. (সং. তপোবন-তপস্, তপ+ বন, হাবি) ঋষি সকলে তপস্যা কৰা xtra, the forest in which religious austerities were practised by the Rishis. গুপ্ত, কদ, বি. (সং. তপ্ত-তপ, ভাপ দি ) ভপত, তাপযুক্ত, চেঁচা বা জুৰ মোহোৱা, hot or warn), ভবধু, বি. (সং. স্তব্ধ, লৰচৰ কৰিব নোৱৰা) গুধা, আচৰিত হৈ অমাত, lost in amaze- ment, gazing in silent astonishment. শুধু লাথ, আচৰিত হৈ, ৰ লাগি চাই থাক্‌, to gaze in silent amazement. . তবলা, স. শ. { হিং- তৱলু; ব. ত, এবিধ বাদ্য) এবিধ হাতেৰে চপৰিয়াই at atal, a drum, a tabor. তা, বি. (যাং. উবা, দুষ্ট) দুষ্ট, টটাটিঙ্গা, আধাকটা, (প্ৰায়ে লৰাত খাটে ), wicked, naughty. তম, সশ, {সং. তমসূ-তম, কষ্ট ভোগ তম, } কৰ) তিনি গুণৰ শেষটো, যাৰ দ্বাৰা ইহকাল, পাপলৈ ইচ্ছা আৰু পৰকালত নৰক হয়, the quality of darkness incident to humanity, whence pro- ceed evil desires, folly, &c., in this life, leading to hell in the next. ঔমলুৱা, বি. ( অং. তমাল, কুমলীয়া ৰাহ ) তমাল তুলাবৰ মোগ্য, আইতা, কুমলীয়া, (বহত খাটে ), not ripe, immature, said of bamboo. তমাল, স. শ. (সং. তমাল, বঁহৰ ছাল ) জৰীৰ দৰে ব্যৱহৃত আই বাঁহৰ কাঠী, a strip of groen bamboo used as a string. তমোগুণু, স. শ. “ম” শব্দ চো। তমোগুণীয়া, বি. (সং. মোগুণ, তিনি গুণৰ শেষ গুণ) খাল, অহঙ্কাৰী; মূখ, wrathful; prond; ignorant. মোময়, বি. (সং. মোময়, অন্ধকাৰেৰে ব্যাপ্ত--তমস, অন্ধকাৰ অন্ধকাৰঠুক্ত; প্ৰবল; যেনে, তমোময় খং, তমোময় পানী, তমোময় ধুমুহ, যেময় 14, consisting of darkness; furious, violent, fierce. অম্বু, স. শ. (হিং, ওষু, কাপোৰৰ ঘৰ, a tent. তন্তু, অ, ধ. (সং. স্তন্থ, ৰৈ থাক্। জিৰা, শতা, কামৰ পৰা বিশ্ৰাম ল; যেনে, 77* eft, to rest, to stop a while. ভয়, ক্ৰি. বি. (সং, গুদ, সেই সেই ঠাইত, তাত; যেনে, “একো উপচক্ৰ নোপজে T!," ( HJE), at that place. তালোকা, স, শ, { অং. তই+ লোক ) তোহঁয়া, }তই আৰু তোক বুলি, অৰ্থাৎ অমান্থ কৰি কথা কোৱা কাৰ্য, the act of addressing disrespectfully or with incivility, ভয়াময়া, বি. ( তাৎ, তই নে মই, কোন জিকিব পাৰে) জয়ী হবৰ কাৰণে বৰকৈ চেষ্টা কৰা, প্ৰাণপণে উদ্যোগ কৰা; যেনে, ভয়াময় যুঙ্গ; এতেকে, প্ৰবল, বৰ ডাঙ্গৰ; যেনে, তয়াময় খং, hardly contested; severe, great. 7. et প্ৰবল বিবাদ, ভাঙ্গৰ দন্দ; যেনে, দুই ভাইয়েকৰ ভয়াময়া লাগিছে, a hard fight or quarrel. গুৰু, অ. . (সৎ, তৃ পাৰ হ, উদ্ধাৰ হ) উদ্ধাৰ হ, সঙ্কটৰ পৰা ৰক্ষা পা; যেনে, দুখৰ পৰা ভৰিলে; মুক্তিলাভ কৰ; যেনে, জীৱ কৰিব, to be saved; to