পৃষ্ঠা:হেমকোষ.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৎক্ষণাৎ ২০ + পুৰুষ, ব্যক্তি দুটা শব্দক একে লগ কৰা ব্যাকৰণৰ নিয়মবিশেষ, a form of composition in grainmar. তৎক্ষণাৎ, ক্ৰি. বি. (সং. তৎক্ষণাৎ, সেই+ ক্ষণ, অলপ কাল } ততালিকে, তৎকালে; অতি শীঘ্ৰে, juickly, im- mediately. . তথা, যো, অব. (সং. তথাৎ, সেই ) তেনে, সেইৰূপ, like, thus. অথচ, অব্য. (সৎ, তথাচ-তথা, তেনে+ চ, ও) তেও, তেনে হওঁতেও, ইয়াৰ পূৰ্ব্বত “ঘদিচ” বা “যদিও” শব্দ থাকে, yet, still. তথাপি, অব্য. { সং, তথাপিত, ঐ+ অপি, ও তেও, তেনে হওঁতেও { ওপৰৰ

    • 19 Sta), yet, still.

তথ্য, স. *. (সং. তথ্য-তথা, সেইৰূপ অৰ্থাৎ সত্যৰ স্বৰূপ) সত্য, যথাৰ্থতা; যেনে, এই কথাৰ তথ্য পোৱা নাই, truth, reality, fact. ভদকাৰ, বি. (সং. ভদাকাৰ, সেই আকুতি ) সেই আকৃতি, অৰ্থাৎ ভাল গঢ়ৰ, পৰি- পাটি; যেনে, তেওঁ পিন্ধি উৰি তদকাৰ 2979, clegant, neat, tidly. ভদন, ক্ৰি. বি. (সং. উদনন্তৰ-~ৎ, ভাৰ + অনস্তব, পাচত তাৰ পাচত, 0705, thereafter, afterwards. তদনুযায় (জা-}, ক্ৰি. বি. (সং. তদনুযায়ী তৎ, সেই + অনুযায়ী, পচত যোয়) জ্বপে, সেই দৰে, according to it. তদনুৰূপ, বি. (সং. তদনুৰূপ—ৎ, তাৰ + অনুৰূপ, আকৃতি) তাৰ নিচিনা, সেই eritz, like it, resembling that. তদনুৰূপে, ক্ৰি. বি. সেই দৰে, সেই প্ৰকাৰে, agreeably or according to it. - তদনুসাৰে, ক্ৰি. বি. (সং তদনুসৰণ ভাৰ পাচত গমন) সেই দৰে, সেই ৰূপে, agreeably or according to it. উদপি, অব্য. (সং. তদপি-ত, সেই অপি, ও তেও, তথাপি, yet, stil, তদভাৱে, ক্ৰি. বি. (সং. তৱে-ভূৎ, সি+অভাৱে, নথকাত ) সি বা তাই Telaio, in the absence of him, her or it. তদৱধি, ক্ৰি. বি. (সং. উদৱধি-~ৎ, সেই কাল+অৱধি, সীমা ) সেই কালকে সীমা কৰি, তেতিয়াৰে পৰা, ever since, তদুত্তৰে, ক্ৰি. বি. (সং. , ৰ+উত্তৰ, প্ৰতিবচন) তাৰ উত্তৰত, সেই কথাৰ উত্তৰ দিয়াত, in reply to it. তদুপৰি, ক্ৰি. বি. (সং. তদুপৰি -- তাৰ উপৰি, ওপৰত) তাৰ ওপৰেও, তাত বাজে, besides, ভাগচিত্ত, বি. (সং, তৎ, সেই কথালৈ তামনা, + গত, যোৱা + চিত্ত আৰু মন, মন সেই কথাত বৰকৈ মন লগোৰা, একাগ্ৰ, একান্ত; যেনে, ভকতে তগতচিত্ত হৈ কীৰ্ত্তন শুনিছে, closely attentive. তা চিত্তে, ক্ৰি. বি. বৰকৈ মন লগাই, ভগ মনে, একাগ্ৰ ভাৱে, intently, , attentively. দ্বাৰা, আ. অ, (সং.. তদ্বাৰা-৩, সেই+ দ্বাৰা, হতুৱাই) তাৰ বা সেইবোৰৰ দ্বাৰা, thereby, by these তপূ, বি. (স', তপত, সেই+ ৰূপ, প্ৰকাৰ } সেই প্ৰকাৰৰ, তেনে, st), suich, of the same nature or form. পে, ক্ৰি. বি. সেই দৰে, in that malt- ner, so. শুদ্ধি সশ. (সং. তদ্ধিত-৭, সেই কাৰ্য্যলৈ +হিত, ভাল; শব্দক ৰূপান্তৰ কৰিবলৈ ভাল ) ব্যাকৰণৰ এক প্ৰকৰণ, a part of grammar. , উধা, বি. (সং. শুন্ধ, লৰচৰ কৰিব নোৱৰা,} আচৰিত, বিস্মিত, বিচুক্তি হৈ একে ঠৰে চাই থকা, lost in amazement, gaz- ing in wonder. . তধ লাথ, অবাক হৈ একে ঠৰে চাই থাক, Fogfee, to be astonished, to be lost in amazement. নয়, স. শ. (সং ভনয়—“ত, বৃদ্ধি কৰ)