পৃষ্ঠা:হেমকোষ.pdf/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঢোলোক-ঢোলোকে। ৪১৮ ঢোৱা, অ, ধ. ঢৌ তোৰ (নৈত খাটে}; যেনে, নৈয়ে ঢোৱাইছে, to rise in waves or to be agitated as a river. স, ধা. বৰকৈ প্ৰকাশ কৰু, বৌঢ়ি ফুটা; যেনে, অমুকে কথাটো চোৱালে, ৫০ noise abroad, to spread by rumour. স, শ, পানী-জোলা; বায়ুৰ দ্বাৰা ওফন্দি পানীৰ ওপৰত উঠা টোপোৰ, a blister,

  1. bubble.

একে বাৰত যিমান পানী নাৱলৈ সোমায়; পানীত পৰা মানুহে এবাৰত যিমান পানী গিলে; যেনে, তিনি ঢেলোক পানী th, as much water as is shipped at a time hy a boat, or is swallowed by a drowning person. ঢোলোক-ঢোলোকে, ক্ৰি. বি. এলোেকাৰ পাচত আন এঢেলোকা, quantity after quantity, as of water shipped by a boat, or swallowed by a drowning person. টৌ, স. শ. (ব. ঢেউ, তৰঙ্গ) উৰ্ম্মি, বতা- হৰ বা সেঁতৰ বেগত ওখ হৈ উঠা পানী; এতেকে শোৰ নিমিত্তে কোনো পাত্ৰৰ গাত ভোলা ভিতৰ-ফালে খোল উঠঙ্গা; যেনে, ঢৌ-কটা টেম; পানী-জোলা, a wave, a billow; an umbrosament, a blister, ঢৌ উঠ, তৰঙ্গ উঠ; বৰকৈ প্ৰকাশিত হ, { প্ৰায়ে বেয়া কথা খাটে }; যেনে, তেওঁৰ ঘৰত চুৰি হোৱাৰ ঢৌ উঠিছে, to rise and roll as a wave, to be Hoiscd abroad. চৌছি, বি. এমূৰৰ পৰা আন মূৰলৈ ফটা, গোটেই ফটা, (প্ৰায়ে কাপোৰত খাটে, rent from end to end. চৌ-লোৱাৰ, স. শ. দুৱাৰ গৰিলা, বৰ ওখ G), a billow, a great wave. ঢৌঢৌ, বি. বৰ পনীয়া, বহুত পানীযুক্ত, excessively watcry. ঢৌ ফুট, বৰকৈ প্ৰকাশিত হ, ঢৌ উঠ, to be noised abroad. . চৌ বান্ধ, পানী জোলা হ, to blister, to rise in blisters, চৌতে ৰ মাৰ, বহুত বাধাৰ মাজত সুচল পায়েই কোনো কাম সিন্ধ ক; যেনে, ঢৌতে ধৰ মাৰি ঘৰৰ পৰা আহে গৈ, to take the first opportunity to accomplish an object. চৌৱা বান্ধু, পানী-জেলা উঠ, to blister, to rise in blisters. ত, ব্যঞ্জনবিলাকৰ ষোড়শ আখৰ, tit six- teenth letter of the consenants, তই, বা. স. (সৎ, ং, হিং, তু, বৎ. তুই } আপোনাতকৈ সামান্য মানুহক মত বাৱহৃত সৰ্বনাম, (lou, Kajlied to un inferior). ৩, স. শ. (হিং. ভগানা, কোমল বস্তু ভিতৰত ভৰি সি ) তামোলৰ গামোছাৰ ভামোল বন্ধ। মূৰ মলিয়ন মহবৰ কাৰণ কেইবা জপ একে লগে সি তাৰ ভিতৰত ভৰি দিয়া এড়োখৰ কপোৰ, the lining or inner covering of the cloth in which betelnut is folled to be carried about the pers01). তং কৰ, মনোযোগ কৰ; যেনে, কথাটোলৈ ifacy, to attend to. তৎলতি, গ. শ. এবিধ সৰু তৃণৰ শ্ৰেণীৰ সুগন্ধী গছ, a kind of plant, ভঁকু স. শ, অকস্মাত উঠা খৎ, জক; কাম sta, a fit of anger, or of cartial desire. তকৃতকীয়া, বি. খৰতকীয়া, বেগাই কাম কৰা 71 FON ***, quick in working or talking. ভগ, স. শ. (সং. তগৰৎ, সেই, অৰ্থাৎ সেই দুৰ্গন্ধক+গু, গিল বা নষ্ট কৰ) দুবিধ ফুলৰ সাধাৰণ নাম, the common name of two kinds of flower, “ভঁপু তগৰ” আৰু “ন ভগ” চোৱা। তজু, ব্য. স. (ব. তন্দু, তোমাৰ) ছোৰ্মাৰ,