পৃষ্ঠা:হেমকোষ.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডালি-ধৰাহি ৪০৭ ডিলু ইত্যাদি, এ পাচি বা এখৰাহি শাক আদি, a present of vegetables &c., a basket of vegetables, &c. ডালি-খৰাহি, স. শ. এবিধ খুৰা-লাগাৱা খৰাহি বা বাঁহৰ কাঠৰ পাত্ৰ ( তাক প্ৰায়ে ফল মূল আদি তেঁটাত ব্যৱহাৰ কৰা যায় এতেকে সেই নাম), a kind of open bamboo basket. . ডালি, স. শ. (সং. সলিমঃ, দল, বিদীৰ্ণ হ, পকিলে ফাটে এতেকে } এবিধ সকলোৱে চিনা ফল; তাৰ গছ, the pomegranate tree and its fruit. ডালিমা, স. শ. পক ডালিমৰ গুটিৰ নিচিন। ৰঙ্গা আৰু প্ৰায় ঘূৰণীয়া আকৃতিৰ এবিধ 9444, a kind of precious stones, a ruby. . ডাৰ, স. শ. আকাশ ঘন হৈ বহল হোৰ। বাষ্প বা ভাপ, মেঘ, a cloud. অ, ধ. মেঘ উৎপন্ন হ, মেঘৰ দ্বাৰা আকাশ আচ্ছাদিত হ; যেনে, বতৰ ভৱিৰিছে, to le cloudy. ভাৱৰীয়া, বি. ( তাৎ, ডাৱৰ, মেঘ ) মেঘেৰে আচ্ছাদিত, বৰষুণ হোৱা (কালত খাটে); যেনে, ডাৱৰীয়া ৰাতি, ভাৱৰীয়া বৰ, lonuly, rainy. 4. *. c4c8cq urostfrit বা বৰষুণ হোৱা সময়, eloudy or rainy weather. ডিকৃ, , , পোন আঁক দি, পোন আঁকেৰে শাৰী পাতৃ; যেনে, পুপি লিখিবলৈ পাত FEFFLE, tw mark with linos, to rule. ডিকনী, স, শ, আঁক টনাত ব্যৱহৃত কাপ বিশেষ, an instrument used in drawing lines. ডিঙ্গ, মাজ বহল দুই মূৰ চেপ এবিধ কাঠীৰ মাছ ধৰা যতন, হুকুমা, a kindl of drum-shaped bamboo fish trap, ডিঙ্গৰি, স, শ, চালনীত বোৱা খৰচি, the coarge part of any powdered sub. stance, which remains on the sieve. ভিক্ষৰীয়া, বি. (অং. ভিঙ্গ, মাছ ধৰা যন ) উখহি ভিঙ্গ নিচিনা হোৱা, বৰকৈ উথহা (পেটত খাটে ), puffed up or inflated as the belly. ডিঙ্গি, স. শ. গল, মূৰ আৰু গাৰ মাজৰ f6-4sy syst, the neck. ডিঙ্গীয়া, বি, ডিঙ্গিলৈকে ভুল যোৱা, neck- | deep. . ডিঙ্গি-চেপ, বি. (অৎ, ডিঙ্গি, গল+ চেপ, ঠেক} ডিঙ্গি-চিঞা, চিঞা ডিঙ্গিযুক্ত, narrow-necked. ডিঠ, স. শ. (সং. দৃষ্ট, চকুৰে দেখা) চকুৰে দেখি থকা বা জাগি থকা অৱস্থা, সপোন নোহোৱা অৱস্থা; যেনে, আগৰ কালৰ ঋষি সকলে ডিঠকতে ঈশ্বৰক দেখিছিল, the waking state as opposed to that of sleep. ডিমৰু, স. শ. {সং. উডুম্বৰ; বং, ডুমুৰ, এবিধ গছ ) এবিধ গছ আৰু তাৰ ফল, the fig tree and its fruit, fiens glomerata (Giambile). ডিম, স. শ. (সং. ডিম্ব, কণী ) কী, an egg. ডিম্ব, স. শ. (সং, ডিব, পঠিয়া কী, অও; কোনো ঘূৰণীয় বস্তু, an egg, a hall. ডিম্বকোষ, স. শ. (সং. ডিম্বকোষ-ডি, ঐ+কোষ, উড়াল } কণীৰ ভড়াল, মাইকী জন্তুৰ সন্তান উg পদক ডিম্বৰ জোলোঙ্গা, tlle ovary : ডিম্বাকৃতি, বি. (সং. ডিম্বাকৃপ্তি--ডিম্ব, ঐ+ আকৃতি, গঢ় ) দুই মূৰ চেপ যাজ ডাঙ্গ, কণীৰ নিচিনা, oval. ডিৰা, বি. (সং. দ্বিৰহিত, দ্বিতীয় এটা নথকা) সঙ্গী-নখকা, অকলশৰীয়া (মুগা-চকৰী); পোৱালি নথকা মাইকী জন্তু); যেনে, wat ste, having no mate, having no offspring . ভিৰাইকৈ, ক্ৰি. বি. { অং. ডেঢ়ী, যিমান হৰ লাগে ভাতকৈ বঢ়া) পৰিমাণতকৈ অধিক ৰূপে, বঢ়াই কোনো বিষয় বৰ্ণনা কৰাত খাটে); যেনে, ডিৰাইকৈ কৈছে, in an exaggeruteu manner. ডি, স. শ. (ষা দিল, বুকুৰ আমঠু). বুকুৰ আমঠু; কলা-গছৰ ফুলৰ উড়াল