পৃষ্ঠা:হেমকোষ.pdf/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠাৱৰকৈ ঠাৱৰকৈ, } ক্ৰি. বি. নিশ্চয়কৈ, স্থিৰ- ঠাৱেঠিকে, যা ৰূপে, with certainty, ঠাহ, স. . ( হিং. ঠাসনা, বৎ. ঠাসন, হেঁচি সুমোকা) হেঁচি সুম, খুলি ভৰ, to ram (town, to staff. স. শ. গজগজনি, শাল মাৰি ধৰা বেদনা, a painful sen- sætion like that caused luy a peg alriven into the holy, কৃদ, স. ঠাহোতা, (স্ত্ৰী) ঠাইতী। ঠাহ খ, অলপ ঠাইত অধিক বস্তু বা মানুহ গোট খা বা সোমা, ঠাট্ট মা, to be oven- crowda, to be pressed together. ঠিক, বি. ( হিং. , বং, ঠিক, নিশ্চয় ) নিশ্চয়; সঁচা, পৰূপ, উপযুক্ত, certist, true, exact, fit. স. শ. নিশ্চয়তা, ঠিকনা; যেনে, তাৰ ঠিক নাই, উচিত সময় ব| ঠাই; যেনে, কথাটা ঠিকত পৰিছে, নিশ্চয়তা, propr time of place, certainty: ঠিকন, স. শ. নিশ্চয়তা, rtainty. ঠিক, সশ. নিৰূপিত বেচৰ নিমিত্তে নিৰূপিত সময়ত কৰি দিবলৈ লোৱা PYT, work undertaken for a definite remuneration. ঠিকাকাম, স. শ. “ঠিক” চোৰ, see the above. ঠিককৈ, ক্ৰি. বি. নিশ্চয়কৈ, সঁচাকৈ, witl, certainty, truly. ঠিকঠাক, স. শ. নিশ্চয়তা, certainty. ঠিল, স. শ. (অং. ঠেল, হেঁচ, হেঁচি সুযোৱা যায়, এতেকে) টেকেলি আদিৰ মুখ মাৰিবলৈ টান বস্তুৰে কৰ সোপা, a. liari stopper. ঠিলামেলা, স. শ. (অ, ঠিলা, ঐ + মেল, মুকলি কৰ চিচা আদিৰ ঠিলা উলিওৱা TU, a corkscrew. ঠিহনি, স. শ. (তলত চোৱা) নিসন্ধি কৰি ভৰা অৱস্থা, অলপ ঠাইত অধিক বস্তু of canny way the state of many things being pressed into ঠিহা, . . { অং. ঠাহ, হেঁচি সুমা) অলপ ঠাইত অধিক বস্তু ভৰ, হেঁচি হেঁচি ভৰ, নিসন্ধি কৰি ভৰ, অতিৰিক্তৰূপে খা, বৰকৈ পেট পূৰাই ভোজন কৰ; যেনে, ভাত Asters, to stuuf, to cram, to eat to exress. H. *. Pati, a stopper.

ঠিহিৰা, বি. (অং. ঠিহা, হেঁচি ভৰা; লগে

হেঁচা মৰা যেন হয় এতক) কটীয়), বাঢ়িব নোৱৰা, vard. (স্ত্ৰী) ঠিহিৰী। ঠিঠিহনি, স. শ. { তলত চোৱা। অধিক ভোজন কৰাৰ বা শৌচ বন্ধ হোৱাৰ নিমিত্তে পেট ওফন্দি হোৱা বেদনা, pain in the stomaclt frym eating ti ) znuth, constipation. ঠিহঠিহা, অ, ধ, { অথ, ঠিহা, অধিক ভোঙ্গন ক) তাধিক ভোজনৰ বা শৌচ বন্ধ হোৱাৰ নিমিত্তে বেদনাবোধ কৰ পেটত খাটে); যনে, পেটটো ঠিহ-ঠিহাইছে, to feel। pain in the stomach from eating to much, to be constipated. দুটি, স. শ. { অং, ঠোট, জোঙ্গা বস্তুৰ আগ ) নিচেই গুৰি, নিচেই শেষ ভাগ; যেনে, চা-পাতবিলাক ফুটিতে ছিঙ্গিব নেলাগে, the root of anything. টুটিয়া, অ, ধা. { অং. (গট, ঐ অলপ গজালি ওলা, অলপ আগ ওলা; যেনে, গছৰ পাত ফুটিয়াইছে; গোঁফ ফুটিয়াইছে, to shoot, to sprost. । ক্ৰি. বি. নিচেই সৰুকৈ, সৰু ইকি ঠকি, সৰু খণ্ড কৰি, cutting into small pieces. টুক টুক কৰে, ক্ৰি. বি. “ঠক ঠক কৰে চোৰ। ৰি, স. শ. (নেপ. ইবি, এবিধ দা) of caffatty, a kind of Nepülī knife. ইনুকা, বি. (গৎ. ঠুনুক, ভগৰ শব্দ) সহজে ভগা; যেনে, কঁচ ঠুনুকা, brittle. চুম্, স. শ. {বং টু মাৰণ, মূৰেৰে খুন্দা মৰা) জন্তুৰ মূৰৰ খুন্দা, striking with the head or butting by an animal. 1) a small space.