পৃষ্ঠা:হেমকোষ.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টেকেলি টেপচী টেকেলাৰ ওপৰৰ এজন বিষয়া, a head peon. টেকেলি, স. শ. ঘট, ডিঙ্গি থকা সৰু মাটিৰ পাত্ৰ, a small eartlien jar. টেকটে, অনুক, বেগাই টানকৈ মন্তা মাতৰ fafsty , an imitative sound used to expruss that of words spoken quiekly and alond. . টেকটেকনি, স, শ, বেগাই টানকৈ কথা কোৰ! কাৰ্য্য; বেগাই টানকৈ কোৱা কথা, হাই; যেনে, লৰাৰ টেকটেকনিত একো নুশুনি; দন্দৰ শব্দ; Krfeita ate, the act of speaking quickly and alonu, nroisy speecht, the quacking of a duck. টকটকা, অ. ধা. বেগাই টানকৈ কথা ক, হই কৰ, পাতি হাঁহিনীৰ দৰে মাঙ, to speak poisily, to make a wine, to quaek as a dnek. টেঙ্গ, বি. চতুৰ, ধূৰ্ত, বুধিয়ক, sliar, saga- cious, cunning. T. *.61, a etin- ning « artful inan. (1) 6701 টেঙ্গলি, ও, শ, ধূৰ্ততা, টেঙ্গৰৰ গুণ বা vota, artfulness, cunning, sagacity. টেঙ্গা, বি. ( বং. টক, আঃ } অম্ল, জিভাত চোকা লগা; যেনে, (টঙ্গা আম; মনত কষ্ট দিয়া; যেনে, টেঙ্গা কথা; acid, sour, tart, sharp, 7. 4. Sa *** বস্তু; সেই ঋণ থকা অনেক বিধৰ ফল, an acid, acid fruits in general. 7. ধ. দুখ দি, বিৰক্তি জন্ম, বেজাৰ গা; যেনে, তেওঁৰ কথাই গা টেঙ্গালে; টোৰ দৰে তত কষ্ট জম্ম; যেনে, থেকেই দাত টেঙ্গায়, tn offend, to displease, to set the teeth on edge. টেঙ্গানী, স, শ, (অ- টেঙ্গা, ঐ+ পানী, . অল) পিত্তৰ পৰ পেটত হোৱা এবিধ অল্প ৰস; হাতীয়ে পেটৰ পৰা উলিয়াই 4941 nat, acidity of the stomach, the water ejected from the stomach and squirted by an elephant. টোমূৰি, স. শ. লঘঘনৰ পৰা কথাবাৰ্তা

  • 4 Cat4 7981, fainting caused

by fasting , টেঙ্গামূৰীয়া, বি, লঘোনৰ দ্বাৰা দুৰ্বল হৈ মাতিব নোৱৰা হোৱা, fainting from fasting, famished. টেম্পুচিয়া, অ, ধ{বং নেংচান, পেঙ্গুবিয়া) খোৰা, পেঙ্গুৰিয়া, দুপিয়াই খোজ কঢ়, to limp, to walk lamely. (টকুছ টেঙ্গুছকৈ, ক্ৰি. বি. খোৰাই, দুপিয়াই Carte Fyf, limping. টেঙ্গেচি, বি. ( অং. টেঙ্গা, অম্ন বস্তু) টেঙ্গেচীয়া, যা অলপ টেঙ্গা, &lightly acid. টেস্কেচি-শকি, স. শএবিধ অলপ টেঙ্গা বন-শাক, চাৰেী, the wi১৫)xt stret. টেট,। স. শ. (টেটনটামন, এটা আগৰ টেটো,। ধূ) বঞ্চক, প্ৰতাৰক, a kiavt, a villain. টেটে, বি, খনোৱা, letell, ematiated. টেটে লাৰ্গ, ঋনা, to le ch:5;ater. টেটকুষ্টি, স. শ. ধেমেলীয়া কথা, হাঁহি তোলা on a **, witticisnı, drullery. টেটুকুটীয়া, বি. ধেমেলীয়া কথা কোৱা, হাঁহি উঠা কথা কোৱ বা কাৰ্য কৰা; Bife cetatt, witty, droll, humorous. স. শ. ধেমেলীয়া কথা কওঁত বা কাৰ্য্য Práti, a humorist. টেটে,। অনুক, মাটিৰ কটা পাত্ৰৰ টেন্টে, faffay 7, au imitative sound used to express that given out by a craeked earthen put when struck. টেন্টেননি, স. শ. মাটিৰ ফটা পাত্ৰৰ শব্দ, the sound of a cracked earthen vessel. *** টেন্টেনীয়া, বি. মাটিৰ ফটা পাত্ৰৰ দৰে বজা, “টেন্ট” শব্দ কৰা; এতেকে, ভাল হবৰ আশা গুচা, নিস্ফল হবৰ আগ জুক হোৱা; যেনে, তেওঁৰ কথা টেন্টেনীয়া, Rounding like a cracked pot, hopeless. . টপী, “ টিপচী” চোৱা।