পৃষ্ঠা:হেমকোষ.pdf/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টেকেলাব নেৰাকৈ সমুদায়ে; যেনে, ধৰিৰ ধন টেইটুকি ললে, barely, without leav- ing a jot. টেটনি, স, শ. মহৰ মাত, the bellowing of buffaloes. টেটা, অ, ধ, মহৰ দৰে শব্দ কৰ; গাছ লোৱা কাৰ্য টান দেখি ঘেঁহোৱা মাতেৰে কৰিবলৈ অসন্মতি প্ৰকাশ কৰ; যেনে, কৰিম বোলা কাম টান পাই কেঁটোৱা অবিবেচনাৰ কাৰ্য, to le}}ou like a buffalo, to express inability to ac- complish an undertaking on the ground of difficulty or want of meatis. টুপাই বুৰ মাৰ মাজৰ ওখ গ ) টুপ গ, টুপ সাজু, Ir ki, to cover the gable end of riof. টুপাই বুৰ মা, সমূলি মিছা মাত; গোটেই আলৈ মাত; যেনে, সি এতিয়া টুপাই বুৰ মাৰিছে, totley (ntirely. টুপাল, বি. টুপযুক্ত টুপ থকা, liaving gable enl. , টুপি, “টোপ" চোৱা। টুপিয়া, অ. ধা{ অং. টোপ, পানীৰ বিন্দু) টোপাটোপে পৰ, এটা এটোপা হৈ পৰ; যেনে, বৰষুণ টুপিয়াইছে, to drip. টুপিয়া, অ, ধা (অং. টোপ, বড়শত দিয়া। অহাৰ ) বড়শীত দিয়া টোপত অলপ তালপকৈ খোট, to ibble at the lasit like a fish. টুপ্ত, স. শ. { হিং, টোপ, বং. টুপী, মূৰৰ আবৰণ কাপোৰ আদিৰে কৰা মূৰৰ to facer, a hat, a cap. টুপীয়া, বি. (অং. টুপ, ঘৰৰ মূৰ) টুপ থকা, টুপাল, aving a gable end. টুবুক, বি. সৰু আৰু ঘূৰণীয়া, sanaull and round. (স্ত্ৰী) টুবুকী। টুবুৰ্কী-লতা, স. শ. (অং টুবুকী, সৰু আৰু ঘূৰণীয়া+ লতা, অন্য গছত বগোৰা গছ ) আকনবিদ্ধী লতা, সৰু আৰু দূৰীয়া পাতেৰে এবিধ লতা, a kind of crcener, Cissampelos hrvanillu. টুমনি, স. শ. (সং. স্তৃপ, দম) নৈৰ ওখ কিন্তু সৰু বালি বা চাপৰি, a higli but small sandbank. টুলুভুলু, স. শ. “টলংভলং” চোৱা। টুলটুলীয়া, বি. (অং. টুনটুনীয়া চোৰ) বৰকৈ পকা; ভিৰ ফাল পৃৰ হোৱাৰ নিমিতে ফন্দি পোটাক নপৰা হোৱা, Babalat, fully ripe, puffed or swollen out, distendel. টেইটুকি, ক্ৰি. বি. মূৰে মূৰে, হাতত থকা সকলো বস্তু গোটাই কথমপি; যেনে, টেইটুকি পাঁচ টকা দিব পাৰোঁ; অলপপ টেটু, স. শ. ( হিং, চেঁটু, ডিঙ্গি) ডিঙ্গিৰ আগ ফাল, কণ্ঠ, tle throat. তেঁটু, বি. ডিঙ্গিত আটি ধৰা, ডিঙ্গিত চাপ খাই ধৰা; যেনে, পঘা তেঁটুৱা হলে গৰুৱে por ti, tight about the neck. স, শ, ডিঙ্গিত বৰকৈ চেপ খোৱা গাঠি; যেনে, টেটুৱা লাগিল উশাহ নোলায়, a tight fastening about tla: ok. টেট,। অনুক, মাইকী পাতি হাঁহৰ টেটু টেটু, নিচিনা শব্দ, an imitatist sound used to express the quacking of a duck. টেটৰ্টেটনি, স. শ. মাইকী পাতি হাঁহৰ শব্দ, the quacking of a duk. চেঁটটো, আ. ধা, মাইকী পাতি হাঁহৰ দৰে

          • , to quack as a duck.

তেঁৱা, অনুক, পোনেই ওপজা লৰাই কাৰ fronty , an imitative sound used to express the cry of a newly born child. টেক, স, শ, নৈৰ গোচৰৰ মাজ ভাগ, the middle of a bund in a river. টেকেলা, স. শ. ৰজাৰ বা ৰাজ্যৰ কাৰ্য্য কাৰকৰ দূত; দূত, a yeon, a mes- senger. টেকেলা-বৰা, স. শ. (অ. টেকেলা, ঐ+ বৰা, ২০ জনৰ ওপৰৰ বিষয়া) কুৰি খন