পৃষ্ঠা:হেমকোষ.pdf/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টিটিলনি। টিটিলনি, স, শ. টোপাটোপে পৰা বৰষুণৰ

  • 7, the sound of rain falling in

scattered drops. . টিটিলা, অ. ধা. টোপাটোপে পৰা বৰষুণৰ দৰে শব্দ কৰু, এতেকে অলপ বৰষুণ দি; যেনে, ভাল বৰষুণ নহল, টিলটিলালে Tata, to make quick short somds like sirops of rain, to rain slightly. টিলটিলীয়া, বি. এটোপা-এটোপ হৈ পৰা; যেনে, 'টিলটিলীয়া বৰষুণ, falling in scattered drops, টীকা, স. শ. {সং. টীক, গতি কৰু) টিপনী, অৰ্থ ভঙ্গা পুথি, অৰ্থ সংক্ষেপ ব্যাখ্যা, a note, or commentary. টুটলি, স. শ. (অং, টোটোল, চৰাইৰ ডিঙ্গিৰ জোলোঙ্গা) চৰাইৰ টোটোলা; মানুহৰ খোৰাৰ তলে ওলমা ছাল, 1}e np of a bird, a fost protu- Derance under the chin. টুকৰিয়া, গ. ধ. অং, টোকৰ, আঙ্গুলি আঘাত) আঙুলিৰে আঘাত কৰ; অলপ- কৈ কোনো কথা উল্লেখ কৰি মন বুজ; যেনে, মই তেওঁক টুকবিয়াই চাইছিলো, to tap with the finger, to sound the miuct of. কৃদ. স. টুকৰিয়াওঁতা, (স্ত্ৰী) টুকৰিয়াতী। টুকৰীয়া, স. শ. . টোকাৰী, এবিধ বাদ্য) টোকাৰী বজাওঁতা; এবিধ লতা, & performer on a tokäri, a kind of guitar, a species of creeper. (স্ত্ৰী) টুকৰীয়ানী। টুকুৰ টুকুৰ কৰে, ক্ৰি. বি. { অং, টুকুৰ টুকুৰ, অলপ শালপকৈ আঘাত কৰাৰ শব্দ ) লাহে লাহে (খোজ কঢ়া বা কটা খাটে); যেনে, টুকুৰ টুকুৰ কৰে গৈছে বা কাটিছে, slowly, gently said of walking or cutting). টুট, অ. বা. {সং. কট, কাটু; বং, টুট, হিং. টুট, কম্ ই} কম হ, নৃন হ, Fy, to decrease, to abate, to be less. টুটকীয়, বি. (অ. টোটক, লগনীয়া কথা ) আগত নথকা মানুহৰ অহিতে কথা কোৱা, লগীয়া; যেনে, টুটকীয়া মানুহ; আগত নথকা মানুহৰ অহিতে লগোৱা; যেনে, টুটকীয়া কথা, lack}}iting, anything spoken against one who is absent. স, শ. লগনীয়া মানুহ, lackbiter. { স্ত্ৰী) টুটকিনী, টুটকী। টুটকীয়ানি, গু. শ. টুটকীয়াৰ স্বভাব বা গুণ, the quality of luct. of a backlitor. টুটনি, স. শ. কমতি, ন্যূনত; কমি যোৰ অংশ; যেনে, মই টুটনি পূৰাই দিম, deüciency; decrease. Fale Ta Falls কম কৰা; যেনে, টুটনি চুৰ, essening. টুট, স. বা. কম কৰ, কৰা, to lessen, to carixi to clecrease. 77. 1. Išty, (স্ত্ৰী) টুটাতী। টুনী, স. শ. (সং. তুণ্ডুক; বং. টুটুনী, টুনী, } এবিধ সৰু চৰাই) এবিধ ঘৰ চিৰি- কাৰ নিচিনা সৰু চৰাই, a species of small bird. টুনটুনীয়া, বি. (সং. তুঙ্গ, ওখ ) ভিতৰে পূৰ হৈ ওখ হৈ উঠা { পেট বা খহু আদিত খাটে ), ppuffect or sswollen out, disteniled. টুপ, স. শ. (সং. সু, দন্) ঘৰৰ হলনীয়া মূৰ; জাপিৰ মাজৰ ওখ হৈ পক। ভাগ; নৈৰ মোচৰৰ ওখ বালি, the gall end of a house, a gablol roof, the promiuent part of a jāpi, a luigh sandbank at the bund of a river. টুপটুপীয়া, বি. (অং, টোপা, জুলীয়া বস্তুৰ বিন্দু) ৰসাল, তেজাল মুখত খাটে ), having blood, not dry and ena. ciated (said of the face). টুপলি, স. শ. (অং. টোপোলা, কাপোৰ আদিৰে মেৰাই বা বস্তু) সৰু টোপোলা, a small bundile. টুপা, স - (অং. টুপ, ঘৰৰ মুৰ, জাপিৰ