পৃষ্ঠা:হেমকোষ.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টিপ মাৰ। ৩৮৮ টিটিল ০ টিপ মাৰ, অলপকৈ চকুৰ পতা জপাই কথা বুজা; অলপকৈ চকু জপাই শশা, to give a lint by winking the eye; to close the ere as in sleep. টিপচী, স. শ. (“টিপৃটি” শব্দ কৰে, এতেকে) এবিধ নিচেই সৰু চৰাই, নেঘেৰি চৰাই, kind of small bird. টিপনি, স. শ. (অং. টিপ, আঙুলিৰে চেপ) হাতৰ বা ভৰিৰ আঙ্গুলিৰ চেপ; ভৰিৰ আঙুলিৰে হেঁচি লোৱ খোপনি; যেনে, পিছল ঠাইত টিপনি এৰিব নেলাগে। চুৰ, বেদন বাঢ়িব নোৱৰা কৰা মন্ত্ৰ, a squeeze; the act of pressing down the tres to prevent one's self from slipping; an incantation used to stop the progress of a tumor. টিপনী, স. শ. (সং. টিপনী, টক) কোনো পুথিৰ অৰ্থ বুজোৱা পুপি, a commentary. টিপ, স. শ, (অং. টিপ, আঙ্গুলিৰে হেঁচ্‌) আঙ্গুলি বা হাতেৰে মৰা চেপা; এবিধ নিচেই সৰু মাটিৰ টেকেলি (ভাক হাতেৰে টিপি সাজিব পাৰি এতেকে), a s{tteeze, a small carthen jar. টিপ, স. ধা: কোনো কথা কব খুজি আকও গোপন কৰ; যেনে, সেই কথা টিপাৰ নেলাগে, আমি ভাক জানো, to actical after attempting or promising to tell. অ. ধাদিম দিম বুলি বিলম্ব কৰ. to put off with promises. ক. স. টিপাতা, (স্ত্ৰী) টিপাতী। টিপো, কৃR. স. (টিপ) আঙুলিৰে Bestel, a nian who squeezes. (31) টিপতী। টিপটাপ, স. শ. (টিপু, আঙ্গুলিৰে চেপ্‌+ টাপু, অনুৰূ.) হাত বা আঙ্গুলিৰে চেপি, হেঁচি কোনো যন্ত্ৰ আদি চলাবৰ বা লগাবৰ ste, the manner of using or fitting a machine, &c. টিপটিপলী, স. শ. { টিপটিপ, সৰু চৰাইৰ মাত} টিপচী, নেঘেৰি-চৰাই, এবিধ সৰু 6976, a kind of small bird. টিম, বি. { অং. টিপ, চকুৰ ইঙ্গিত চকুৰ frece 751, cura, quick of under- standing, sharp. টিবি, অ. বা. (টেৰেক, অনুকাৰ শব্দ) নিচেই অলপ পাতলীয়া শৌচ কৰ, to void a small quantity of watery excrement. টিলা, স. শ. { অং. ঠেল, হেঁচ, হেঁচি পোতা যায় এতেকে) মহ-পোৱালি বন্ধ খুঁটি, a short post to which a buffalo call is tied, টিলিং, অনুক, ঘন্টাৰ শব্দৰ নিচিনা মা, an initative sound used to express that of a cll. টিলিক, বি. (স’, তিল, এবিধ সৰু গুটি ) সৰু, চুটি-চাপ, বাঢ়িব নোৱৰা, small, {varfed. (স্ত্ৰী) টিলিকী? টিলিকি, স, শ. ( অ, টিল, অঙ্গুলি বজাৰ শব্দ) বুঢ়া আৰু মাজৰ আঙ্গুলিক লগ 29112 ***, the suapping of the fingers. টিলিকি মাৰ, দুটা আঙুলিৰে শব্দ কৰ, to snap the lingers. টিলিফিয়া, অ, ধ: টিলিকি মাৰ, to snit? the fiugters. কৃদ স. টলিকিয়াওঁত, (স্ত্ৰী) টিলিকিয়তা। টিলেটিপে, বি. (৩. টিলো, টিলিকা, সৰু + টিপৌ, অনুব্ধ, • •সৰু-সৰু, আমাডিম, (একতকৈ অধিক লৰা ছোৱালীত খাটে); যেনে, টিলৌটিপৌ লৰা কেইটা, small, little (applied to several children). টিলঘিলা, অ, ধা. ওপৰঞ্চি নথকাত মুকলি- মূৰে ধেমালি কাল খেদা; যেনে, অধ্যাপক নেথাকিলে ছাৰে টিলথিলায়, to play or walk about free from restraint. কৃদ স. টিলঘিলাওঁত, (স্ত্ৰী) টিলঘিলাতী। টিটি, অনুক, এটো এটোকৈ বৰষুণ পৰাৰ নিচিনা শব্দ, an imitative sound used to express that of rain falling in scattered drops.