পৃষ্ঠা:হেমকোষ.pdf/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টিকা-কা ৮৭ টিপ। a piece of elevated land, the rump or buttock. টিকা-সঁকা, স. শ. ( তাৎ, টিকা, নিশ্চয় কৰা 'পৰিমাণ + সঁকা, অনুৰূ.) নিশ্চয় কৰা পৰিমাণ বা মূল্য; যেনে, মই টিকা-সঁকা 64$, estimate of quantity, va- Ine, &c. টিকিৰা, স. শ. ( হিং. টিকিয়া, এঙ্গাৰৰ চাকলি) চিলিম জুই লগাবৰ কাৰণ এঙ্গাৰ বটাৰে কৰা চাকলি; এঙ্গেৰুৱা; কানিৰ বা কানি পণৰ সৰু বৰি, a small cake of churcoal for the huku, a small piece of charcoal placed at the bottom of a pipe, an opium pill. ‘টিকীৰ এনেও হয়। টিকচালি, স. শ. দুষ্টালি, wikelness, mischievousness. টিকচি উঠ, খং কৰি উঠ, to ltr rathful, টিটি, অনুক, জেঠীৰ মাতৰ বা সৰু মাৰিৰে ঘনে ঘনে আঘাত কৰাৰ নিচিনা শব্দ, an imitative send used to express that produced by a blow with a wall stiek or the ticking the house lizard. . টিকটিকনি, স, শ. জেঠীৰ শব্দ, সৰু মাৰিৰে আঘাত কৰিলে হোৱা শব্দ, টিকটিক শব্দ, a ticking soul, টিকৃটিকা, অ. ধা জেঠীৰ নিচিন শব্দ কৰ, সৰু মাৰিৰে আঘাত কৰাৰ দৰে শব্দ ক, টিকটিক্ শব্দ কৰ, সৰু মাৰিৰে আঘাত কৰ, to make a ticking sound, to tick. টিকটিকী, ম. শ. ( টিকটিকা, আঘাত কৰ) বেঁতেৰে কোবাবলৈ দোষীক বন্ধ। যত, a wooden frainc to which criminals are tied to le flogged. টিকটিকীত তেল, টিকটিকীত বান্ধি কোবা, to tie to the above and flog. . টিকুটিকীয়া, বি, বৰ খঙ্গাল, অলপতে? উঠা; উজ্জ্বল ( ৰাৰ বিশেষণ); যেনে, fotoakty 47, peevish, also deep crimson. টিঙ্গত কোবোৱা, ডেও পৰা; দুঃসাহলী, raslı, precipitate. টিন, স, শ, { অং টিং, ওখ বস্তুৰ ওপৰৰ ভাগ। ওখ মাটি, টিকা, elevateel laurd, টিনাশালি, স. শ. { অং. টিনা, ঐ + শালি, ঠাই শোচ কৰা মুকলি ঠাই, a open place used as a privy. টিঙ্গালি, বি. ( অং. টি, ওখ বস্তুৰ ওপৰ ভাগ ) টিঙ্গব নিচিন ওখ, high টিঙ্গিৰি, স. শ. (অং. টিং, অনুক.) জুই তলা ভীখ আৰু শিল, তেঁতৰ শিকিয়, a flint and steel for striking fire, a te bag used for carrying a water jar, &t., suspended from cither end of a pele placed on the shoulder. টিগিৰিতুলা, স. শ. (অং. 'টিঙ্গিৰি, ঐ +তুল, গুটি গুচোখ কপাহ) টিগিৰি মাৰি জুই লগৰ নিমিত্তে যুগুত কৰা তুলা বা আন বস্তু; এতেকে বৰ খঙ্গাল মানুহ, tinlar, a passionate person. চি 4, “টিয়া” চোৱা। টিনটিন, হানুক, মূৰত বিষে ধৰিলে যেনে টিষ্টি, শব্দ হোৱা যেন বোধ হয় সেই বোধ বুজোৱা শব্দ, an imitative sound usell to express the sensation pra- luced by a healache. টিনটিননি, টিন্টিননি, } স, শ- মূৰৰ বিষ, a teawlacle. টিনটিন, । অ, ধা, কুমৰ সিৰৰ আঘাত দ্বাৰা বেদন। পা; যেনে, মূব la fatics, to feel an aching pain in the load. টিপ, স. বা. (হিং টিপনা, ব. টিপু, তা- লিৰে হেঁচ) অঙ্গুলিৰে চেপ, to press with the fingers or toes, to squeeze. স, শ, চকুৰ ওপৰ পাৰে তলৰ পতাত দিয়া হেচা, কথা বুজাবৰ নিমিত্তে কৰা চকুৰ সঞ্চালন; যেনে, টেঙ্গৰ মানুহে টিপতে বুজে, চকুৰ টিপেৰে কয়, a hist by the eye, a wink. টিন্টিনা,