পৃষ্ঠা:হেমকোষ.pdf/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টিকা। টালিণ্ডুলি taining delay by means of false pretences. টালিভুলি, স. শ. { অং. টালি, লৰচৰ কৰা + ভুলি, অনুক) চালুকীয়া লৰাই হাত ভৰি জোকাৰি কৰা ধেমালি; এতেকে সৰু লৰাৰ ধেমালি, thildish frolic. টা, স. . (হি. ঠাসন, বং. ঠাসন, খুন্দি ভৰ) হেঁচি বা খুলি ভৰ, ঠাহ, আটি দি টান কৰ ( গজাল আদিত খাটে ), to press or ram down, to tighten & Screw, স, শ, শাল বা খোচ মাৰি

    • 16Foly, a pain like that caused

by a peg driven into the body. ক. স. টাহোতা, (খ্ৰী) টাহঁতী। টি, “টো” চোৱা। টি, স. শ. {সং, শৃঙ্গ, পৰ্বতৰ অতি সুখ ভাগ } পৰ্বতৰ অতি ওখ ভাগ; এতেকে নাৱৰ মূৰ, তাৰ সমুখৰ ফালৰ মূৰক আগ টিং আৰু পাচ ফালৰ মূৰক গুৰি-টিং বোল যায়। কোনো ওখ বস্তুৰ নিচেই 129774 Utst, the peak of a mountain, the top of a high thing, one of the ends of a boat. 7. 4.15 কাটু; যেনে, চুলিৰ আগ টিঙ্গিলে সি Hata ayty, to lop off, to cut off the extremne part. টিংখপ, অনুক, খুঁটি তালৰ নিচিনা শব্দ, Bows) an imitative sound tiged to express that of cymbals being clashed together. টিংটিং, অনুক, কোনো ধাতু বা টান বস্তুত সক মাৰিৰে আঘাত কৰিলে হোৱাৰ fafony ***, an imitative sound used to express the tinkling of metal, &c. টিটিনি, স, শ, সৰু মাৰিৰে ধাতুত আঘাত faca ceta) *, a tinkling sound. টিংটি, অ, ধ. টিংটিং শব্দ কৰ; খং কুৰ, to tinkle, to be angry টি-টিঙ্গীয়া, বি. (অং টিংটিং, অমুকাৰ শব্দ ) টিংটি শব্দ কৰা; অলপতে? sti, tinkling, easily provoked, of a quick temper. টিয়া, স. শ. {বং, টিয়া পাখী, ভাটে) আসামৰ সাধাৰণ আঁটো, the cominon parrot of Assam. বি. টিয়া ভাটোৰ মাতৰ নিচিনা পাতল, গলগলীয়া নো- হোৱা; যেনে, টিয়া মাত,॥ot full and sonorous. টি, স, ধ, মনত ভাবি চা, গমি চা; যেনে, মই কথাটো টিকি চাইছে; অনুমানেৰে পৰিমাণ বা মূল্য নিৰূপণ কৰ, to refleet, to consiilor, to estimate টি, অ, ধা. {বং, টেক্, বৰ্ত্ত,) বৰ্ত্ত, নষ্ট নোহোৱাকৈ খা; যেনে, বাঁহৰ খুঁটাই সৰহ দিম মিটিকে, to endure, t() last. টিকেঁতা, কদ, স. { ওপৰত চোৱা) ভাবে, stol, a man who reflects. (1) টিকঁতী। টিকনি, স. শ. (বং টিকী, মূৰৰ মাজৰ চুলি) মাজ-মূৰত ৰখা দীঘল চুলি, tuft of hair on the crown of the head. টিকা, স. শ. (অং. টি, মূল্য বা পৰিমাণ ক) পৰিমাণ, দীঘল-পুতল বা গধূৰৰ জোখ বা মূল্যৰ মনেৰে কৰা নিশ্চয়; যেনে, আঞ্জাত টিক কৰি লোণ দিব লাগে; যেনে, কিমান ধন লাগিব তাৰ টিকা কৰিব পৰা নাই, an estimate of quantity, weight, measure, value, &e. টিকা ক, মনেৰে পৰিমাণ বা মূল্য নিশ্চয় কৰ; যেনে, কিমান লাগে তাৰ টিকা fat atat, to estimate the value, quantity, &c. টিকা পা, পৰিমাণ বা মূল্য জান, to know the quantity or value of, to be able to estimate. টিকা, স. শ. অং. টিং, ওপৰ ভাগ) অলপ ওখ মাটি; এতেকে পিঠিৰ তলৰ ওখ ভাগ, 2